যোৰহাটৰ অৰুণোদয় নাৰ্ছিং হোমৰ পৰা চুৰি পানী কেঁচুৱা
উজনি অসমৰ যোৰহাটত পানী কেঁচুৱা চুৰি যোৰহাট চহৰৰ অৰুণোদয় নাৰ্ছিং হোমত এই কাণ্ড আমগুৰিৰ হালোৱাটঙৰ দীপা গগৈয়ে প্ৰসৱ কৰিছিল সন্তান কিন্তু নাৰ্ছিং হোম এৰাৰ সময়ত সন্তান নিদিলে অৰুণোদয় নাৰ্ছিং হোমে…
ফোন অফ কৰি অন্তৰ্ধান অভিনেত্ৰী চুমি বৰা,ৰাজস্থানত বিয়া পাতিবলৈ ক’ত পাইছিল টকা
অভিনেত্ৰী তথা নৃত্যশিল্পী চুমি বৰাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ইতিমধ্যে আৰক্ষীয়ে চুমি বৰাক বিচাৰি অভিযান আৰম্ভ কৰিছে যদিও মোবাইল অফ কৰি আত্মগোপন কৰাৰ সন্দেহ কৰা হৈছে। মানি ট্ৰেডিঙৰ নামত…
জ্যেষ্ঠ সাংবাদিক জয়ন্ত দাসৰ দেহাৱসান, শোকৰ ছাঁ
বৰপেটাৰোড প্ৰেছ ক্লাৱৰ সভাপতি তথা বৰপেটাৰ জ্যেষ্ঠ সাংবাদিক জয়ন্ত দাসৰ আজি বিয়োগ ঘটে। বৰপেটা মেডিকেল কলেজত চিকিৎসাধীন অৱস্থাত জয়ন্ত দাসে ইহলীলা সম্বৰণ কৰে। সমাজসেৱী তথা সাংবাদিক জয়ন্ত দাস দীৰ্ঘদিন ধৰি…
‘গাঁৱলৈ যাওঁ ব’লক’, জকাইচুকৰ লোকৰ সমস্যাৰ বুজ ল’লে লাহোৱাল-বৰবৰুৱা প্ৰেছ ক্লাৱে
লাহোৱালঃ ডিব্ৰুগড় জিলাৰ লাহোৱাল আৰু বৰবৰুৱা প্ৰেছ ক্লাৱে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছে। লাহোৱাল আৰু বৰবৰুৱা প্ৰেছ ক্লাৱে‘গাঁৱলৈ যাওঁ ব’লক’ কাৰ্যসূচী ৰূপায়ন কৰি জনগণৰ সমস্যাসমূহ দাঙি ধৰাৰ প্ৰয়াস কৰিছে। ডিব্ৰুগড় পশ্চিম…
অসম বন্ধৰ দিয়াৰ ভাবুকি নাথ যোগী ছাত্ৰ সন্থাৰ, ৰণোজ পেগুক সকীয়নি
কোকৰাঝাৰঃ নাথ যোগীৰ জনজাতিকৰণ সন্দৰ্ভত কোনোধৰণৰ লিখিত আবেদন পোৱা নাই বুলি বিধানসভাত ৰাজ্য চৰকাৰে উত্তৰ দিয়াৰ পাছতে সৰৱ হৈছে সদৌ অসম নাথ যোগী ছাত্ৰ সন্থা। আজি কোকৰাঝাৰ সদৰ চহৰত সদৌ…
ফুটবল জগতত চৰ্চাত অসম সন্তান, নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাৱৰ সদস্য পাৰ্থিৱ
ফুটবল জগতত চৰ্চা হ’ব ধৰিছে এজন অসম সন্তানৰ নাম। এজন অসম সন্তানৰ বাবে নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবে ইতিহাস ৰচিবলৈ সক্ষম হ’ল। শিৱসাগৰ জিলাৰ সন্তান যুব ফুটবলাৰ পাৰ্থিৱ গগৈয়ে ইতিহাস…
ৰিপুন বৰা পুনৰ কংগ্ৰেছলৈ যে আহিব দুমাহ আগতে অৱগত আছিলো
তৃণমূল কংগ্ৰেছৰ অসম প্ৰদেশৰ সভাপতি ৰিপুন বৰাই দলৰ প্ৰাথমিক সদস্যপদ ত্যাগ কৰাৰ লগতেসভাপতি পদ ত্যাগ কৰিছে। ৰিপুন বৰাৰ সিদ্ধান্তৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব…
লক্ষ্য ১০ কোটি সদস্য, দেশজুৰি বিজেপিৰ সদস্যভৰ্তি অভিযান আৰম্ভ
কেন্দ্ৰ আৰু কেবাখনো ৰাজ্যৰ শাসকীয় দল বিজেপিয়ে আজিৰে পৰা দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ বৃহৎ কাৰ্যসূচী গ্ৰহণ কৰিছে। আজি দেশজুৰি বিজেপি দলৰ সদস্যভৰ্তি অভিযান আৰম্ভ হ’ব। বিশ্বৰ বৃহৎ দল বুলি…
৫ লাখ শিক্ষকৰ ঘৰলৈ যাব কংগ্ৰেছ
শিক্ষকতাৰ দৰে মহান বৃত্তিত জড়িত আৰু ইতিমধ্যে অৱসৰ গ্ৰহণ কৰা শিক্ষকক গুৰু প্ৰণাম কৰিব অসম প্ৰদেশ কংগ্ৰেছে। এই কথা ঘোষণা কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। দাৰ্শনিক, সমাজ বিজ্ঞানী,…
টকা লুটি শাস্তিৰ ভয়ত আছু এৰি বিজেপিত অবনী কুমাৰ গগৈ
গুৱাহাটীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি বিজেপিত যোগদান কৰা অবনী কুমাৰ গগৈয়ে আছুক গাড্ডাৰী কৰাৰ অভিযোগ উত্থাপন হৈছে। সদৌ ডিব্ৰুগড় জিলা আছুৰ নামত থকা ফেচবুক পেজত পোষ্ট দি…