আৰক্ষীৰ জালত এজন বাংলাদেশী; ১২ বছৰ ধৰি আছিল ভাৰতত

পুনৰ হাইলাকান্দিত আটক এজন বাংলাদেশী নাগৰিক। হাইলাকান্দি জিলাৰ লালা আৰক্ষী চকীৰ অন্তৰ্গত ধনীপুৰ গাঁৱৰ পৰা আটক কৰা হৈছে বাংলাদেশী নাগৰিকজনক।

আটক হোৱা বাংলাদেশী নাগৰিকৰ নাম হৈছে এম ডি শ্যাম উদ্দিন। যোৱা ১২ বছৰৰ পৰা ভাৰতত বসবাস কৰি আছিল এই ব্যক্তি জনে। লালা ধনীপুৰ গাঁৱৰ তাজ উদ্দিন চৌধুৰীৰ ঘৰত বসবাস কৰি আহিছিল।

জানিব পৰা অনুসৰি তাজ উদ্দিনে নিজৰ পুত্ৰ বুলি পৰিচয় দি ১২ বছৰ ধৰি নিজ ঘৰতে আশ্ৰয় দিছিল এই বাংলাদেশী নাগৰিকক।

কিন্তু লালা আৰক্ষীয়ে কালি নিশা নীপুৰ গাঁৱৰ পৰা বাংলাদেশী নাগৰিক জনক আটক কৰাৰ তেওঁক আশ্ৰয় দিয়া তাজ উদ্দিন চৌধুৰীকো আটক কৰিছে।

ইতিমধ্যে লালা আৰক্ষীয়ে দুয়োজন লোকক আটক কৰি সোধাপোছা অব্যাহত ৰাখিছে।

Related Posts

সাংবাদিকক বিনাচৰ্তে মুক্তিৰ দাবী ভূপেন বৰাৰ

চতিয়াৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ পত্নীৰ নামত থকা এখন বাহন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ বাতৰি পৰিৱেশন কৰাৰ পিছত এজন সাংবাদিকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ঘটনা গণতন্ত্ৰৰ পৰিপন্থী। সংবাদ পৰিৱেশন কৰাৰ স্বাধীনতা সাংবাদিকৰ পূৰামাত্ৰাই…

গীত-কবিতাৰে জীপাল জ্যোতিপ্ৰসাদৰ জ্যোতিতীৰ্থ ভৱন, পোনাকণ বৰুৱাৰ ওপজা দিন পালন

আজি জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মস্থান আৰু জীৱনজোৰা সাধনাৰ স্মৃতি বিজড়িত তামোলবাৰী চাহ বাগিচাৰ জ্যোতি তীৰ্থ ভৱনত চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱাই ব্যতিক্ৰৰ্মী ওপজা দিন পালন কৰে৷ সুধীসমাজ, জ্যেষ্ঠ নাগৰিক, শুভকাংক্ষী, দলীয় সতীৰ্থ,…

Leave a Reply

Your email address will not be published. Required fields are marked *

সাত সাগৰ তেৰ নদীৰ সিপাৰ

সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

প্ৰতিবাদী কৃষকৰ ওপৰত কন্দুৱা গেছ নিক্ষেপ…

প্ৰতিবাদী কৃষকৰ ওপৰত কন্দুৱা গেছ নিক্ষেপ…