বঙাইগাঁৱত অনা অসমীয়াৰ দপদপনিৰ অভিযোগ, গঠন হ’ল ‘খিলঞ্জীয়া ঐক্য মঞ্চ’

বঙাইগাঁওঃ উজনি অসমত আৰম্ভ হোৱা খিলঞ্জীয়া ঐক্য অভিযান এইবাৰ আৰম্ভ হৈছে নামনি অসমত। জাতীয় অস্তিত্ব ৰক্ষা আৰু থলগিৰীৰ সুৰক্ষাৰ দাবীত আৰম্ভ হোৱা এই অভিযান ক্ৰমে বিস্তাৰ হ’ব ধৰিছে। এইবাৰ নামনি অসমৰ বঙাইগাঁৱত গঠন হৈছে খিলঞ্জীয়া ঐক্য মঞ্চ৷ আজি কেবাটাও জাতীয় দল-সংগঠনে এখন সভা অনুষ্ঠিত কৰি খিলঞ্জীয়া ঐক্য মঞ্চ গঠন কৰে।

২০টাতকৈ অধিক জাতীয় আৰু জনগোষ্ঠীয় সংগঠনে অসমীয়াৰ অধিকাৰ ৰক্ষাৰ দাবীত গঠন কৰে এই ঐক্যমঞ্চ। বঙাইগাঁৱত অনা অসমীয়া লোকৰ দপদপনি আৰম্ভ হোৱাৰ অভিযোগ আনি মাটি বিক্ৰী বন্ধ, ব্যৱসায়ীক প্ৰতিষ্ঠানত খিলঞ্জীয়া লোকক নিয়োগ, চৰকাৰী-বেচৰকাৰী ব্যৱসায়ীক প্ৰতিষ্ঠান আদিত অসমীয়া ভাষা ব্যৱহাৰৰ দাবী উত্থাপন কৰে৷

  • Related Posts

    গীতাশ্ৰী তামুলীক লৈ বদৰুদ্দিন আজমলৰ অভব্য মন্তব্য

    অসমৰ ৰাজনৈতিক পৰিসৰত নতুন বিতৰ্ক সূচনা হৈছে। সংখ্যালঘু ৰাজনীতিৰ দল এআইইউডিএফৰ প্ৰধান বদৰুদ্দিন আজমলে অখিল গগৈৰ পত্নী, শিক্ষাবিদ আৰু লেখিকা গীতাশ্ৰী তামুলীক লৈ ৰাজহুৱাকৈ “বুঢ়ী” বুলি সম্বোধন কৰাত সমাজ-ৰাজনীতিৰ বিভিন্ন…

    গুৱাহাটীৰ আইআইটিত ‘থিংক ইণ্ডিয়া নৰ্থ-ইষ্ট ছামিট ২০২৫’ৰ উদ্বোধন সৰ্বানন্দ সোণোৱালৰ

    গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানক (আইআইটি) আয়োজিত ‘থিংক ইণ্ডিয়া নৰ্থ-ইষ্ট ছামিট ২০২৫’ত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেশৰ যুৱশক্তিক ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত অগ্ৰণী ভূমিকা ল’বলৈ আহ্বান জনায়।…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…