কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত, বহিঃৰাজ্যৰ পৰা মৃতদেহ ঘূৰাই আনিবলৈ আঁচনি
দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত হয় অসম চৰকাৰৰ ৰাজ্যিক কেবিনেট। এই কেবিনেট বৈঠকত চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। কেবিনেট বৈঠক অনুষ্ঠিত হোৱাৰ পিছত হিমন্ত বিশ্ব শৰ্মাই এক…
আদানী বিৰোধী প্ৰতিবাদকাৰীৰ কাষত গৌৰৱ গগৈ, মামা-মামী, আদানী-আম্বানীয়ে মাটি পাই, সাধাৰণ ৰাইজে নাপায়
অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আজি কোকৰাঝাৰৰ বাসবাৰী অঞ্চলত ভূমি উচ্ছেদৰ আশংকাত উদ্বিগ্ন বড়ো জনগোষ্ঠীৰ ৰাইজৰ সৈতে সাক্ষাৎ কৰি তেওঁলোকৰ বাবে যুঁজ দিয়াৰ প্রতিশ্রুতি দিয়ে। গগৈয়ে কয়, “৩,৬০০ বিঘা…
বিভিন্ন সমস্যা সমাধানৰ দাবীত গোৰেশ্বৰত চিপিআই এমৰ তামুলপুৰ জিলা সমাৱেশ
শিক্ষাৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ ভিতৰত অসম তলৰ পৰা দ্বিতীয় ৷ ইতিহাস আছে ৷ ভাৰতৰ ভিতৰত অসমৰ শিক্ষাৰ হাৰ বেচি আছিল ৷ আজি বে-চৰকাৰীৰ হাত শিক্ষা গতাই দিছে ৷ হাজাৰ হাজাৰ স্কুল…
‘পথত নহয় প্ৰতিযোগিতা, জীৱনেই সৰ্ব্বোচ্চ’, গোৰেশ্বৰত যোগ দিৱস-মটৰ চাইকেল দিৱসত বাইক ৰেলী
আজি বিশ্ব মটৰ চাইকেল দিৱস৷ বিশ্ব মটৰচাইকেল দিৱস উপলক্ষে আজি গোৰেশ্বৰত সজাগতামূলক বাইক ৰেলী উলিয়াই শতাধিক যুৱকে। যুৱ সমাজকৰ্মী কুলদ্বীপ ৰাজবংশীৰ উদ্যোগত উলিওৱা বাইক ৰেলী যোগে পথ সুৰক্ষাৰ প্ৰতি সচেতনতা…
ৰাজ্যৰ প্ৰান্তে প্ৰান্তে যোগ দিৱস পালন
আজি দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো ১১ তম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়৷ ৰাজ্য চৰকাৰৰ উদ্যোগত বাক্সা জিলাৰ শালবাৰীত যোগ দিৱস পালন কৰা হয়৷ ৰাজ্যিক যোগ দিৱস কাৰ্যসূচীত মুখ্যমন্ত্ৰী…
মুখ্যমন্ত্ৰীৰ পত্নীক অনুসৰণ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নী জুলি ডেকা বৰুৱাৰ, দুগ্ধ পালনৰ নামত ৫০ লাখ টকাৰ ৰাজসাহায্য
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ পদাংক অনুসৰণ কৰাৰ প্ৰতিযোগিতাত এইবাৰ স্থান লাভ কৰিছে কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নী জুলি ডেকা বৰুৱাই। একমাত্ৰ মন্ত্ৰী পত্নী হোৱাৰ…
মুখ্যমন্ত্ৰীয়ে জিন্নাৰ দৰে ৰাজনীতি কৰিছে, অসমত মণিপুৰৰ দৰে হিংসাত্মক পৰিৱেশ হ’বলৈ নিদিওঃ গৌৰৱ গগৈ
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰভাৱে আক্ৰমণ কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে আজি ৰাজীৱ ভৱনত অনুষ্ঠিত সংবাদ-মেলত একাধিক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। তেওঁ মুখ্যমন্ত্ৰীগৰাকীক পাকিস্তানৰ স্থপতি মহম্মদ আলী জিন্নাৰ…
অসমত গোমাংসৰ ওপৰত নিয়ন্ত্ৰণ, ৫ হাজাৰ বিদেশী ফেচবুক একাউণ্ট সক্ৰিয়: মুখ্যমন্ত্ৰীৰ বিস্ফোৰক অভিযোগ
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি অসম সচিবালয়ত অনুষ্ঠিত এখন সংবাদ-মেলত ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশক লক্ষ্য কৰি চলোৱা এক গুপ্ত আঁচনিৰ সন্দৰ্ভত গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। তেওঁ কয়, ইছলামিক দেশসমূহৰ পৰা…
বড়ো-কাৰ্বি-ডিমাচাৰ নহয়, পুঁজিপতিক নিজৰ মাটি দান দিয়ক মুখ্যমন্ত্ৰীয়েঃ গৌৰৱ গগৈ
লখিমপুৰৰ নামঘৰত গৰুৰ কটা মূৰ উদ্ধাৰক লৈ উত্তপ্ত হৈ পৰিছে ৰাজ্যৰ ৰাজনীতি। হিন্দু বনাম মুছলমানৰ মেৰুকৰণেৰে এই ঘটনাক সাম্প্ৰদায়িক ৰূপ দিয়াৰ চেষ্টাত নামি পৰিছে একাংশ। এনে সময়তে উত্থাপন হৈছে বিজেপি…
চি এম ভিজিলেন্সক ব্যক্তিগত বাহিনীৰ দৰে ব্যৱহাৰ, ৰাজনৈতিক যড়যন্ত্ৰৰ অভিযোগ অজিত ভূঞাৰ,
ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই মুখ্যমন্ত্ৰীৰ ওপৰত গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে, “চি এম ভিজিলেন্সক মুখ্যমন্ত্ৰীয়ে নিজৰ ব্যক্তিগত স্বাৰ্থ পূৰণৰ বাবে ব্যক্তিগত বাহিনীৰ দৰে ব্যৱহাৰ কৰিছে।” তেওঁ স্পষ্টকৈ কয়,…