মই টুৱেলভথ মেন নহওঁ,মোক কোনেও বহুৱাই ৰাখিব নোৱাৰেঃৰাণী নৰহ
সোমবাৰে লখিমপুৰত এক সংবাদমেল সম্বোধন কৰে ৰাণী নৰহে। তেওঁ কয়, “মই ক্ৰিকেটত অ’পেনাৰ আছিলো ৷ আজিৰ দিনটোতো মই অ’পেনাৰ, ৰাজনীতিতো ময়েই অ’পেনাৰ ৷ মই টুৱেলভথ মেন নহওঁ ৷ মোক কোনেও…
ONGCৰ বিষয়া অপহৰণকাণ্ডঃ মূল অভিযুক্ত তাহিৰুল হুছেইনৰ আত্মসমৰ্পণ
আজি আত্মসমৰ্পণ কৰে ONGC ৰ কৰ্মচাৰী অপহৰণৰ পৰিকল্পনা কৰা মাষ্টৰ মাইণ্ড তাহিৰুল হুছেইনে ৷ ১৩ দিনৰ অন্তত অপহৰণ কাণ্ডৰ পৰিকল্পনা কৰা তাহিৰুল হুছেইনে আত্মসমৰ্পণ কৰে। শিৱসাগৰ জিলা ন্যায়পালিকাত আত্মসমৰ্পণ কৰা…
বিহালীত বিজেপিৰ ৰথী- মহাৰথী প্ৰচাৰ অভিযান…
শাসক-বিৰোধী দুয়োটা দলৰে শীৰ্ষ নেতাই এতিয়া গৰম কৰি তুলিছে বিহালীৰ ৰাজনীতি। শাসক পক্ষৰ হৈ মন্ত্ৰী পীযুষ হাজৰীকাই বাহৰ পাতি লৈছে বিহালীত। সমান্তৰালকৈ প্ৰতিদিনে বিহালীলৈ আগমন ঘটিছে মন্ত্ৰী, সাংসদ আৰু বিধায়কৰ।…
বিহালীত ভূপেন বৰাৰ নিৰ্বাচনী প্ৰচাৰ সভা…
“হিন্দু-মুছলিম ভাগ কৰা দলটোৱে হৈছে বিজেপি”- দেওবাৰে বিহালী সমষ্টিত উপস্থিত হযৈ এই মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি ভূপেন বৰাই। বিহালীৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী জয়ন্ত বৰাৰ হৈ বিহালীৰ বটিয়ামাৰীত…
বিহালীত দিগন্ত-জয়ন্ত-অনন্তৰ মনোনয়ন দাখিল…
শুকুৰবাৰে ৭৭ নং বিহালী উপ নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে শাসকীয় দল বিজেপি মনোনীত প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰ, বিৰোধী কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী জয়ন্ত বৰা, চিপিআই(এম-এল) দলৰ মনোনীত লক্ষীকান্ত কুৰ্মী আৰু আম আদমী…
চামগুৰিৰ ৰাজনৈতিক হিংসাৰ ভয়াৱহ পৰিণতিঃ নিহত এজন বিজেপি কৰ্মী
বৃহস্পতিবাৰে চামগুৰিত হোৱা নিৰ্বাচনীকেন্দ্ৰিক হিংসাই ল’লে ভয়াৱহ ৰূপ। চামগুৰিৰ কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনৰ মনোনয়ন যাত্ৰাৰ সময়ত চামগুৰিৰ ৰাজপথত দুই ৰাজনৈতিক দলৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হৈছিল। বিজেপিৰ সভাৰ কাষেৰে কংগ্ৰেছৰ সমদল…
অৰুণাচলত নিৰ্মাণ কৰা নদীবান্ধৰ বিৰুদ্ধে তিনিচুকীয়াত ছাত্ৰ-নাৰী মুক্তিৰ উত্তাল প্ৰতিবাদ
অৰুণাচল প্রদেশত নিৰ্মাণ কৰিবলৈ লোৱা ১৩৫ টা বৃহৎ নদীবান্ধ নিৰ্মাণৰ কাম বন্ধ কৰা দাবীত আজি তিনিচুকীয়াৰ আয়ুক্তৰ কাৰ্যালয়ত অৱস্থান ধর্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি তিনিচুকীয়াৰ আকাশ-বতাহ কঁপাই তোলে ছাত্র মুক্তি সংগ্রাম…
বিহালীত জয়ন্ত বৰাক প্ৰাৰ্থিত্ব প্ৰদান কংগ্ৰেছৰ
অৱশেষত কংগ্ৰেছ দলে বিহালীত দিলে নিজা প্ৰাৰ্থী ৷ সদ্য বিজেপি ত্যাগী নেতা জয়ন্ত বৰাক বিহালী উপ-নিৰ্বাচনৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিলে কংগ্ৰেছে । বিজেপিত টিকট নাপাই দল এৰা জয়ন্ত বৰাক বিহালীত টিকট…
চাহ উদ্যোগৰ কৰ্মচাৰীক আলফা স্বাধীনে অপহৰণৰ সন্দেহ
উজনিত চাহ উদ্যোগৰ কৰ্মচাৰীক আলফা স্বাধীনে অপহৰণৰ সন্দেহ জাগুনৰ পৰা অন্তৰ্ধান চাহ উদ্যোগৰ কৰ্মচাৰী কৰ্মচাৰীজনৰ নাম গৌতম বসুমতাৰী
তামোলৰ ঢকুনা জাপি লুকুৱাই থোৱা ৬০ লাখটকীয়া ‘AUDI’ উদ্ধাৰ
বিলাসী অডি বাঁহনিত লুকাই থৈ পলায়ন কৰিছে গৰাকী৷ কিয়নো গৰাকীয়ে মানুহৰ পৰা লক্ষ লক্ষ টকা সংগ্ৰহ কৰি প্ৰৱঞ্চনা কৰি পলায়ন কৰিছে৷ বাঁহনিত এখন অডি বাহন উদ্ধাৰৰ পাছতে চাঞ্চলাৰ সৃষ্টি হৈছে…