মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ‘পাৰ্ট টাইম’ মুখ্যমন্ত্ৰী আখ্যা ভূপেন বৰাৰ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সমালোচনাত মুখৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা। নিজ গৃহ সমষ্টি বিহপুৰীয়াত মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। আজি বিহপুৰীয়াত প্ৰদেশ কংগ্ৰেছৰ সভাপতি…

বিদেশী বুলি ঘোষণা কৰা ২৮জনৰ হৈ আইনী যুঁজ দিব আজমলে!

সোমবাৰে বৰপেটাৰ পৰা অবৈধ পুৰুষ-মহিলাকে ধৰি মুঠ ২৮ জন লোকক বিদেশী বুলি ঘোষণা কৰি গোৱালপাৰাৰ ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এ আই ইউ ডি এফ দলে। দলটোৰ…

পুৰণি পয়ালগা অৱস্থাৰ পৰিৱৰ্তে নতুনত্ব, ৰাজ্যৰ উন্নয়নৰ ছবি শ্বেয়াৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

উজনি অসম ভ্ৰমণৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কেইবাটাও আঁচনি মুকলি কৰিছে৷ তিনিদিনীয়া ভ্ৰমণ সূচীৰ মাজতে আজি মুখ্যমন্ত্ৰী নেতৃত্বাধীন মন্ত্ৰী পৰিষদে বৈঠক অনুষ্ঠিত কৰিব৷ ইয়াৰ মাজতে আজি মুখ্যমন্ত্ৰীয়ে বিশেষ…

মুখ্যমন্ত্রীৰ গৃহ সমষ্টিত মুন্নাভাইৰূপী চিকিৎসক; ৰাইজৰ মাজত চাঞ্চল্য

আমিনগাঁও আয়ুক্ত কাৰ্যালয়ৰ নাতি দূৰৈত বিগত ২৫ বছৰৰ পৰা এগৰাকী ভুৱা ডিগ্ৰীধাৰী চিকিৎসকে চিকিৎসা চলাই অহাৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। নিজকে পাইলছ আৰু ফিচতুলাৰ বিশেষজ্ঞ বুলি পৰিচয় দিয়া ভুৱা চিকিৎসক…

শিলচৰত চাৰ্ভিছ ৰিভলভাৰেৰে মূৰত গুলীয়াই নিজকে শেষ কৰিলে এজন জোৱানে

শিলচৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। নিজৰ চাৰ্ভিছ ৰিভলভাৰেৰে মূৰত গুলীয়াই এগৰাকী RPSF জোৱানে আত্মহত্যা কৰে। শিলচৰ ৰেল ষ্টেচনত সংঘটিত এই চাঞ্চল্যৰ ঘটনাটোত মৃত্যু হোৱা জোৱানজন উত্তৰ প্ৰদেশৰ সানুজ চৌহান…

ৰাজ্যিক কৃতি শিক্ষকৰ বঁটা ঘোষণা, চলিত বৰ্ষত ১৩ শিক্ষকক এই বঁটা

গুৱাহাটীঃ আজি ৰাজ্য চৰকাৰে ৰাজ্যিক কৃতি শিক্ষকৰ বঁটা ঘোষণা কৰিছে৷ চলিত বৰ্ষত ১৩ শিক্ষকক এই বঁটা প্ৰদান কৰা হৈছে৷ ৫ ছেপ্তেম্বৰত শিক্ষক দিৱসৰ দিনটোত দিয়া হ’ব বঁটাসমূহ৷ ৰাজ্য চৰকাৰৰ উদ্যোগত…

বঙাইগাঁৱত অনা অসমীয়াৰ দপদপনিৰ অভিযোগ, গঠন হ’ল ‘খিলঞ্জীয়া ঐক্য মঞ্চ’

বঙাইগাঁওঃ উজনি অসমত আৰম্ভ হোৱা খিলঞ্জীয়া ঐক্য অভিযান এইবাৰ আৰম্ভ হৈছে নামনি অসমত। জাতীয় অস্তিত্ব ৰক্ষা আৰু থলগিৰীৰ সুৰক্ষাৰ দাবীত আৰম্ভ হোৱা এই অভিযান ক্ৰমে বিস্তাৰ হ’ব ধৰিছে। এইবাৰ নামনি…

জ্যেষ্ঠ সাংবাদিক জয়ন্ত দাসৰ দেহাৱসান, শোকৰ ছাঁ

বৰপেটাৰোড প্ৰেছ ক্লাৱৰ সভাপতি তথা বৰপেটাৰ জ্যেষ্ঠ সাংবাদিক জয়ন্ত দাসৰ আজি বিয়োগ ঘটে। বৰপেটা মেডিকেল কলেজত চিকিৎসাধীন অৱস্থাত জয়ন্ত দাসে ইহলীলা সম্বৰণ কৰে। সমাজসেৱী তথা সাংবাদিক জয়ন্ত দাস দীৰ্ঘদিন ধৰি…

অসম বন্ধৰ দিয়াৰ ভাবুকি নাথ যোগী ছাত্ৰ সন্থাৰ, ৰণোজ পেগুক সকীয়নি

কোকৰাঝাৰঃ নাথ যোগীৰ জনজাতিকৰণ সন্দৰ্ভত কোনোধৰণৰ লিখিত আবেদন পোৱা নাই বুলি বিধানসভাত ৰাজ্য চৰকাৰে উত্তৰ দিয়াৰ পাছতে সৰৱ হৈছে সদৌ অসম নাথ যোগী ছাত্ৰ সন্থা। আজি কোকৰাঝাৰ সদৰ চহৰত সদৌ…

লক্ষ্য ১০ কোটি সদস্য, দেশজুৰি বিজেপিৰ সদস্যভৰ্তি অভিযান আৰম্ভ

কেন্দ্ৰ আৰু কেবাখনো ৰাজ্যৰ শাসকীয় দল বিজেপিয়ে আজিৰে পৰা দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ বৃহৎ কাৰ্যসূচী গ্ৰহণ কৰিছে। আজি দেশজুৰি বিজেপি দলৰ সদস্যভৰ্তি অভিযান আৰম্ভ হ’ব। বিশ্বৰ বৃহৎ দল বুলি…