ভোটগণনাৰ বাবে সাজু চিৰাং জিলা প্ৰশাসন…

২৩ নৱেম্বৰ অৰ্থাৎ কাইলৈ বিধানসভাৰ উপ-নিৰ্বাচনৰ ভোটগণনা অনুষ্ঠিত হ’ব । ৰাজ্যৰ পাঁচোটা সমষ্টিতে ইয়াক লৈ ব্যাপক তৎপৰতা দেখা গৈছে । জিলা প্ৰশাসনেও নিৰ্বাচনৰ ফলাফলৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন ব্যৱস্থা গ্ৰহণ…

আমাৰ সংঘাত ভাৰতীয় সংস্কৃতিৰ বিৰুদ্ধে যিসকল লোক আছে,সেইসকলৰ লগতহেঃ জয়ন্ত মল্লবৰুৱা

 “আমাক কোনো সংখ্যলঘুৱে বেয়া নাপায় । যিসকল মানুহে অসম বা ভাৰতলৈ আহি আজিও অসম বা ভাৰতবৰ্ষক আদৰি ল’ব পৰা নাই, সেইসকলৰ লগতহে আমাৰ শত্ৰুতা থাকে । তাৰ বাহিৰে ধৰ্মক লৈ…

মহানগৰীৰ জলসংকট! প্ৰতিবাদত নামিল আপ…

গুৱাহাটী পৌৰ নিগম আৰু পয়ঃপ্রণালী ব’ৰ্ডৰ পানী যোগান অনিয়মীয়া হোৱাৰ প্ৰতিবাদত আজি মহানগৰীৰ চানমাৰিত আম আদমী পাৰ্টিয়ে বিক্ষোভ প্ৰদৰ্শন কৰে। মহানগৰবাসীক বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ বাবে চৰকাৰ-প্ৰশাসনে বিভিন্ন আঁচনি গ্রহণ…

ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল…

নিলম্বিত আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল পাণবজাৰ আৰক্ষী থানাত এজাহাৰ দাখিল বৰবৰাৰ বিৰুদ্ধে ডেলিভাৰী এজেন্ট জ্ঞানদীপৰ গাত হাত উঠাই বিপদত বৰবৰা ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ শৰ্মা প্ৰতিক্ৰিয়া…

তিনি দিনলৈ জলসংকটত ভূগিব মহানগৰবাসী…

গুৱাহাটী জলব’ৰ্ডে জাৰি কৰা এখন বিশেষ জাননী ৷ এই জাননীখনে চিন্তিত কৰি তুলিছে একাংশ মহানগৰবাসীক ৷ কাৰণ আজিৰে পৰা আগন্তুক তিনিদিনলৈ তীব্ৰ পানীৰ সংকটত ভুগিব গুৱাহাটী মহানগৰবাসীয়ে । তথ্য মতে,…

দৰঙত পৰ্যালোচনা সভাত অংশগ্ৰহণ মন্ত্ৰী কেশৱ মহন্তৰ

অভিভাৱক মন্ত্ৰী হোৱাৰ পিছতেই আজি প্ৰথমবাৰৰ বাবে দৰং জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হয় মন্ত্ৰী কেশৱ মহন্ত। বৃহস্পতিবাৰে জিলা আয়ুক্তৰ কাৰ্য্যালয়ত উপস্থিত হৈ এক কেশৱ মহন্তই পৰ্যালোচনা সভাত অংশ লয়। আজিৰ…

চামগুৰিৰ পৰিস্থিতিক লৈ নগাঁৱৰ ২আৰক্ষী বিষয়াক বদলি…

উপ নিৰ্বাচনক কেন্দ্ৰ কৰি চামগুৰিত নিৰ্বাচনী হিংসাৰ ঘটনা বৃদ্ধি পাইছে। শেহতীয়াকৈ পৰিস্থিতি অধিক অৱনতি ঘটাৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচন আয়োগে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাত ব্যৰ্থ…

পুনৰ কচুতলি উচ্ছেদৰ নিৰ্দেশ আয়ুক্ত সুমিত ছাত্তাৱনৰ…

পুনৰ সন্দেহযুক্ত নাগৰিকেৰে ভৰি পৰিছে সোণাপুৰৰ কচুতলি। উচ্ছেদৰ পাছত পুনৰ একাংশ উচ্ছেদিত লোকে বাহৰ পাতিছে কচুতলি অঞ্চলত। একাংশ উচ্ছেদিত লোকক বিদ্যুৎ সংযোগ দিয়াৰ পিছত দেওবাৰে উক্ত স্থানত কামৰূপ মহানগৰ জিলাৰ…

চিদলী কাৰ! বাকযুদ্ধ তুংগত উঠিছে হাগ্ৰামা-প্ৰমোড বড়োৰ…

চিদলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰচাৰত নামি পৰিছে শাসক-বিৰোধী। বিটিচিৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়ো আৰু বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্য্যবাহী সদস্য হাগ্ৰামা মহিলাৰীৰ বাকযুদ্ধ তুঙ্গত উঠা পৰিলক্ষিত হৈছে । বিশেষকৈ বিটিচিৰ…

চামগুৰিত বিধায়ক জিতু গোস্বামীৰ বাহনলৈ দুৰ্বৃত্তৰ গুলী নিক্ষেপ…

শনিবাৰে চামগুৰিৰ মৰিপুঠীখাইতীত গুলীচালনাৰ ঘটনা সংঘটিত হয়। বিজেপিৰ পদযাত্রাৰ সময়ত দুৰ্বৃত্তই গুলীচালনাৰ সংঘটিত কৰে। এই পদযাত্রাৰ সময়ত উপস্থিত আছিল বিধায়ক জিতু গোস্বামী, সুৰেশ বৰাৰ লগতে বিজেপিৰ কেইবাগৰাকী কৰ্মকৰ্তা ।ইয়াৰোপৰি বিধায়ক জিতু…