অভয়াৰণ্যৰ স্বীকৃতি হেৰুৱালে গড়ভঙাই…
মহানগৰীৰ সমীপতে থকা প্ৰকৃতিৰ ৰম্যভূমি গুৱাহাটী মহানগৰীৰ হাওঁফাওঁ স্বৰূপ গড়ভঙা অভয়াৰণ্যৰ স্বীকৃতি বাতিল কৰি সমালোচিত হৈছে ৰাজ্য চৰকাৰ ।এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজড়িত আবেদন কৰিছে সচেতন ব্যক্তিয়ে। যাৰ…
দলগাঁৱত অস্ত্রসহ আটক ৪ জনকৈ চোৰাং চিকাৰী…
দলগাঁৱত আৰক্ষীৰ চোৰাং চিকাৰী বিৰোধী অভিযান। অস্ত্রসহ ৪জনকৈ চোৰাং চিকাৰীক আটক কৰিছে আৰক্ষীয়ে। ওৰাং ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যাৰ পৰিকল্পনাৰে আহিছিল এই ৪ জন দুধৰ্ষ চোৰাং চিকাৰী। আৰক্ষীয়ে আটকাধীন চোৰাং চিকাৰী…
দীঘলীপুখুৰীৰ পাৰৰে নহয়, গুৱাহাটীৰ কোনো স্থানৰে গছ কাটিব নোৱাৰিব চৰকাৰেঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য
উৰণ সেতু নিৰ্মাণে হওঁক বা পথ বহলোৱাৰ কাৰণে হওঁক বিগত ৩ বছৰত গুৱাহাটীত প্রায় ৩ হাজাৰ জোপা গছ কটা হৈছে । বন বিভাগ আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ পৰা পোৱা তথ্য…
দীঘলী পুখুৰী-নুনমাটি সংযোগী উৰণ সেতুৰ নিৰ্মাণত বাধা দেৱব্ৰত শইকীয়াৰ
দীঘলী পুখুৰী আৰু নুনমাটি সংযোগী উৰণ সেতুখনৰ নিৰ্মাণ বন্ধ কৰাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া। মুখ্যতঃ গুৱাহাটীৰ পৰিৱেশৰ ওপৰত বিৰূপ প্ৰভাৱ পেলোৱা আৰু প্ৰদূষণৰ সৃষ্টি…
দীপাৱলী উদযাপনৰ মাজতে ৰাজ্যৰ ভিন্ন স্থানত অগ্নিকাণ্ড
দীপাৱলীৰ আনন্দ-উছাহৰ মাজতে নিশা ৰাজ্যৰ কেইবাটাও স্থানত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় । ডিব্ৰুগড়ৰ জিলাৰ দুটাকৈ স্থানত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে । নিশা মৰাণ নগৰৰ মাজমজিয়াত সংঘটিত হয়…
আজি কালী পূজাঃ সেউজ দীপাৱলী উদযাপনৰ আহ্বান প্রদূষণ নিয়ন্ত্রণ বোৰ্ডৰ
আজি কালী পূজা, কাইলৈ দীপাৱলী। ৰাজ্যৰ সৰ্বস্তৰতে পোহৰৰ উৎসৱৰ বাবে প্ৰয়োজনীয় সামগ্ৰীৰে বজাৰ ভৰি পৰিছে। গুৱাহাটী মহানগৰীৰ উপৰিও আন আন প্ৰান্ততো বিক্রেতাসকলে অস্থায়ী বিপণী মুকলি কৰি দীপাৱলীৰ বাবে চাকি, ফটকাকে…
অসমৰ ৰাজনীতিত অখিল গগৈ আলোচনাৰ বিষয় নহয়: জয়ন্ত মল্ল বৰুৱা
মুছলপুৰত থকা বিজেপিৰ কাৰ্যালয়ত এক সাংগঠনিক সভাত উপস্থিত থাকি কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। তেওঁ কয় যে, আগন্তুক উপ নিৰ্বাচনত বিজেপিয়ে ৫ টা সমষ্টিৰ…
দীঘলীপুখুৰী পাৰৰ গছসমূহ ৰক্ষাৰ বাবে মুখ্য সচিবৰ নেতৃত্বত বৈঠক
গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যজুৰি হোৱা প্ৰতিক্ৰিয়া পাছত দীঘলীপুখুৰী পাৰৰ গছসমূহ ৰক্ষা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ অনুসৰি ৰাজ্যৰ মুখ্য সচিব ড০ ৰবি কোটাই বুধবাৰে…
হাজোত এচিড আক্ৰমণৰ বলি একে পৰিয়ালৰ ৩ সদস্য…
মঙলবাৰে নিশা হাজোৰ খোপনিকুচিত এটা পৰিয়ালৰ ওপৰত এচিডেৰে আক্ৰমণ কৰে দুৰ্বৃত্তই। জানিব পৰা মতে দুৰ্বৃত্তৰ এই এচিড আক্ৰমণত আহত হৈছে পৰিয়ালটোৰ ৩গৰাকীকৈ মহিলা সদস্য। তাৰে এগৰাকী কিশোৰী। পৰিয়ালৰ লোকৰ পৰা…
কচুৱাত পেট্ৰ’ল ঢালি জীৱন্তে জ্বলাই দিয়াৰ চেষ্টা এজনকঃ এজাহাৰ দাখিল
চিনেমাৰ কাইদাৰে পেট্ৰ’ল ঢালি জীৱন্তে জ্বলাই দিয়াৰ চেষ্টা এজন গাড়ী চালকক। এই ঘটনা সংঘটিত হৈছে নগাঁৱৰ কচুৱাত। জানিব পৰা মতে, কচুৱাৰ অন্তৰ্গত ৰমনী পথাৰৰ গাড়ী চালক লোকমান আলীক চফিকুল ইছলাম…