খাৰুপেটীয়াত নৃশংস ঘটনা; পাষাণ পুত্ৰৰ হাতত মৃত্যু মাতৃৰ
ৰাজ্যত পুনৰ সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা ঘটনা। এইবাৰ খাৰুপেটীয়াত নিজ পাষান পুত্ৰৰ প্ৰহাৰত প্ৰাণ হেৰুৱালে মাতৃয়ে। গনেশ দাস নামৰ এই পাষাণ পুত্ৰজনৰ এই ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি…
ৰেচন কাৰ্ড সন্দৰ্ভত ৰাজ্যিক কেবিনেটৰ ডাঙৰ সিদ্ধান্ত
আজি লখিমপুৰত অনুষ্ঠিত হোৱা ৰাজ্য চৰকাৰৰ কেবিনেটত কেইবাটাও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা কেবিনেটত নতুনকৈ ২০ লাখ লোকক চৰকাৰে ৰেচন কাৰ্ড দিয়াৰ…
প্ৰাক-শিক্ষক দিৱসত শিক্ষাবিদ-সমাজকৰ্মী ড০ দয়ানন্দ শ্বাহক ‘গুৰু ৰত্ন’ বঁটা…
ডিজিটেল ডেস্কঃ আজি ৰাজ্যৰ দুটাকৈ স্বেচ্ছাসেৱী অনুষ্ঠানে যৌথভাৱে অনুষ্ঠিত কৰা আড়ম্বৰপূৰ্ণ অনুষ্ঠানত কেইবাগৰাকী শিক্ষাবিদৰ লগতে ৰাজ্যৰ বিশিষ্ট শিক্ষাবিদ তথা সমাজকৰ্মী ড০ দয়ানন্দ শ্বাহক সন্মানীত কৰে৷ শিক্ষাৰ ক্ষেত্ৰখনত আগবঢ়োৱা বৰঙণিৰ বাবে…
প্ৰাক-শিক্ষক দিৱসত শিক্ষাবিদ-সমাজকৰ্মী ড০ দয়ানন্দ শ্বাহক সম্বৰ্ধনা
আজি ৰাজ্যৰ দুটাকৈ স্বেচ্ছাসেৱী অনুষ্ঠানে যৌথভাৱে অনুষ্ঠিত কৰা আড়ম্বৰপূৰ্ণ অনুষ্ঠানত কেইবাগৰাকী শিক্ষাবিদৰ লগতে ৰাজ্যৰ বিশিষ্ট শিক্ষাবিদ তথা সমাজকৰ্মী ড০ দয়ানন্দ শ্বাহক সন্মানীত কৰে৷ শিক্ষাৰ ক্ষেত্ৰখনত আগবঢ়োৱা বৰঙণিৰ বাবে শিক্ষাবিদ ড০…
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ‘পাৰ্ট টাইম’ মুখ্যমন্ত্ৰী আখ্যা ভূপেন বৰাৰ
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সমালোচনাত মুখৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা। নিজ গৃহ সমষ্টি বিহপুৰীয়াত মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। আজি বিহপুৰীয়াত প্ৰদেশ কংগ্ৰেছৰ সভাপতি…
পঞ্চায়তৰ সীমা নিৰ্ধাৰণ মানি নোলোৱাৰ ঘোষণা, লাহোৱালৰ মোহনবাৰীত প্ৰতিবাদী সভা
লাহোৱালৰ মোহনবাৰীত প্ৰতিবাদী সভা উজনি অসমৰ দুটাকৈ বিধানসভা সমষ্টি বিলুপ্ত কৰাত আজিও প্ৰতিক্ৰিয়া অব্যাহত আছে৷ বিশেষকৈ লাহোৱাল সমষ্টি বিলুপ্তি কৰা কাৰ্যক সহজে ল’ব পৰা নাই সমষ্টিটোৰ অন্তৰ্গত ৰাইজে৷ তাৰ মাজতে…
মাজুলীৰ কণমানি পৰিনীতাক লাগে আপোনাৰ সহায়
মাজুলী জিলাৰ গড়মূৰৰ কণমানি পৰিনীতাক লাগে আপোনাৰ সহায়৷ গড়মূৰৰ স্বামীহাৰা দিপামণি দাসৰ ৫ বছৰীয়া কন্যা পৰিনীতাই খোজকাঢ়িব নোৱাৰে৷ আনহাতে জন্মৰে পৰা মূকবধিৰ৷ দৰিদ্ৰ দিপামণি দাসৰ স্বামী দুবছৰ পূৰ্বেই মৃত্যুক আকোৱালি…
বিদেশী বুলি ঘোষণা কৰা ২৮জনৰ হৈ আইনী যুঁজ দিব আজমলে!
সোমবাৰে বৰপেটাৰ পৰা অবৈধ পুৰুষ-মহিলাকে ধৰি মুঠ ২৮ জন লোকক বিদেশী বুলি ঘোষণা কৰি গোৱালপাৰাৰ ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এ আই ইউ ডি এফ দলে। দলটোৰ…
পুৰণি পয়ালগা অৱস্থাৰ পৰিৱৰ্তে নতুনত্ব, ৰাজ্যৰ উন্নয়নৰ ছবি শ্বেয়াৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
উজনি অসম ভ্ৰমণৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কেইবাটাও আঁচনি মুকলি কৰিছে৷ তিনিদিনীয়া ভ্ৰমণ সূচীৰ মাজতে আজি মুখ্যমন্ত্ৰী নেতৃত্বাধীন মন্ত্ৰী পৰিষদে বৈঠক অনুষ্ঠিত কৰিব৷ ইয়াৰ মাজতে আজি মুখ্যমন্ত্ৰীয়ে বিশেষ…
বিতৰ্কত কণ্ঠশিল্পী দীক্ষু! পলাতক চুমি-তাৰ্কিকে আশ্ৰয় লৈছিল দীক্ষুৰ বাসগৃহত
ট্ৰেডিঙৰ জৰিয়তে হাজাৰ-হাজাৰ কোটি টকাৰ কেলেংকাৰিৰে নাম সাঙোৰ খোৱা বিশাল ফুকনক গ্ৰেপ্তাৰ কৰাৰ পিছৰে পৰা পলাতক হৈ থকা চুমি বৰাক বিচাৰি অভিযান অব্যাহত ৰাখিছে মহানগৰ আৰক্ষীয়ে। বিগত দুদিন ধৰি অভিযান…