মুখ্যমন্ত্ৰীক উভতি ধৰি ভূপেন বৰাই ক’লে ‘মই আমোল তাজা খাই ডাঙৰ-দীঘল হোৱা নাই’

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ “কংগ্ৰেছৰ শাসনত মহিলাই চাকৰি পাবলৈ সতীত্ব হেৰুৱাব লগা হৈছিল” মন্তব্যে ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ উত্তপ্ত কৰি তুলিছে। প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰাই এই মন্তব্যক অশালীন বুলি অভিহিত…

মই ফাল্টু নেকি? কংগ্ৰেছক ভয় নাখাও, মই মাৰ গাখীৰ খাই ডাঙৰ হৈছোঃ মুখ্যমন্ত্ৰী

কংগ্ৰেছৰ শাসনত মহিলাসকলে চাকৰি পাবলৈ সতীত্ব হেৰুৱাব লগা হৈছিল” — মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ পাছতেই ৰাজ্যৰ ৰাজনীতি উত্তপ্ত হৈ পৰিছে। কংগ্ৰেছ এই মন্তব্যক অশালীন বুলি অভিহিত কৰি ২৪…

শিলচৰ-শ্বিলঙৰ মাজত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ, মোদী কেবিনেটৰ ২২ হাজাৰ কোটি টকা আৱণ্টন

উত্তৰ-পূৰ্বাঞ্চলৰ আন্তঃগাঁথনি উন্নয়ন ক্ষেত্ৰত এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰি, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে শিলচৰ আৰু শ্বিলঙৰ মাজত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে ২২ হাজাৰ কোটি টকা আৱণ্টনৰ…

গৌৰৱ গগৈৰ সম্পাদিত ফটো প্ৰচাৰ, নলবাৰীত কংগ্ৰেছৰ এজাহাৰ

যোৰহাটৰ সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী এলিজাবেথৰ সম্পাদিত ফটো লৈ সামাজিক মাধ্যমত প্ৰচাৰ হোৱাত কংগ্ৰেছ দলে আজি নলবাৰী সদৰ থানাত এজাহাৰ দাখিল কৰিছে। বিষয়টো লৈ অসমৰ ৰাজনৈতিক পুনৰবাৰ গৰম…

৬০ ঘণ্টাত উত্তৰ-পূৰ্বাঞ্চলত নিহত ৬, ডিমা হাচাওত আৰক্ষীৰ গুলীত নিহত ৩ এনএছচিএন কেডাৰ

উত্তৰ-পূৰ্বাঞ্চলত পেহেলগাম ঘটনাৰ পিছত বিদ্ৰোহী বিরোধী অভিযান জোৰদাৰ কৰিছে নিৰাপত্তা বাহিনীয়ে। বিগত ৬০ ঘণ্টাৰ ভিতৰত অসম আৰু অৰুণাচল প্ৰদেশত সংঘটিত পৃথক দুটা সংঘৰ্ষত মোট ৬ বিদ্ৰোহী নিহত হৈছে। এই দুই…

ৰঙিয়াত বিজেপিৰ বিজয় সংকল্প সমাৱেশত মুখ্যমন্ত্ৰী ড০ শৰ্মা, প্ৰতিটো পৰ্যায়তে মানুহৰ বাবে যুঁজিছো

বিজেপি চৰকাৰৰ দিনত অসমখন অনন্য দিশলৈ গৈছে। চৰাইদেউ মৈদামে বিশ্বৰ স্বীকৃতি পালে। অসমীয়া ভাষা ধ্ৰুপদী ভাষা হ’ল।ঝুমুৰ-বিহু নৃত্য বিশ্বলৈ গতিমান হ’ল। বিজেপি চৰকাৰৰ দিনত প্ৰতিটো পৰ্যায়তে মানুহৰ বাবে যুঁজিছো। এই…

অখিল গগৈক স্থিৰতা আনিবলৈ পৰামৰ্শ গৌৰৱ গগৈৰ

পঞ্চায়ত নিৰ্বাচনৰ মাজতে বিৰোধীৰ মাজতে আক্ৰমণ-প্ৰত্যাক্ৰমণৰ ফলত ৰাজ্যৰ ৰাজনীতিত এতিয়া গৰম হৈছে। গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণক কেন্দ্ৰ কৰি মুখ্যমন্ত্ৰীৰ আক্ৰমণৰ পিছতে অখিল গগৈয়েও গৌৰৱ গগৈক আক্ৰমণ কৰিছিল৷ যোৰহাটৰ সাংসদ গৌৰৱ…

কংগ্ৰেছে চাকৰিৰ নামত ছোৱালী-বোৱাৰীৰ সতীত্ব হৰণ কৰিছিল

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উত্তৰ অসম আৰু মধ্য অসমত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ চলায়৷ মুখ্যমন্ত্ৰীয়ে শোণিতপুৰ জিলা আৰু নগাঁও জিলাত মুখ্যমন্ত্ৰীয়ে দুখনকৈ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ চলায়৷ সভাত জিলাৰ বিজেপি আৰু…

অৰুণাচল-ম্যানমাৰ সীমান্তত সংঘৰ্ষ, অপহৰণ কাণ্ডত জড়িত তিনিজন এনএছচিএন কেডাৰ নিহত

উত্তৰ-পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশৰ লংডিং জিলাৰ পাংচাও অঞ্চলত আজি নিশা ভয়ংকৰ সংঘৰ্ষৰ ঘটনা সংঘটিত হয়। ভাৰত-ম্যানমাৰ সীমান্তৰ সীমান্ত পিলাৰ ১৫৬ৰ ওচৰত নিৰ্মাণ প্ৰতিষ্ঠানৰ দুজন শ্ৰমিকক অপহৰণ কৰাৰ পিছত এনএছচিএন (আংগামি) বিদ্ৰোহী…

উত্তৰ-মধ্য অসমত মুখ্যমন্ত্ৰীৰ প্ৰচাৰ: কংগ্ৰেছত চাকৰিৰ নামত ছোৱালী-বোৱাৰীৰ সতীত্ব হৰণৰ অভিযোগ

পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ চলাই আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই উত্তৰ আৰু মধ্য অসমত চলায়। তেওঁ শোণিতপুৰ জিলাৰ বিশ্বনাথ আৰু নগাঁও জিলাৰ বিভিন্ন অঞ্চলত বিজেপি-আগপ মিত্ৰজোঁটৰ সমৰ্থনত সভাত ভাষণ আগবঢ়ায়।…

সাত সাগৰ তেৰ নদীৰ সিপাৰ

পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত
অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য
ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!
মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু
সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে
ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ