USTMলৈ গ’লে মক্কালৈ যোৱাৰ দৰে অনুভৱ হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ! ক’লে এই কথা…
ডিজিটেল ডেস্কঃ মুখত হিন্দু-মুছলমানৰ নাম নল’লে ভাত হজম নোহোৱা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। গুৱাহাটীৰ কৃত্ৰিম বান প্ৰংসগত মেঘালয়ৰ বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয় (ইউএছটিএম)ক জগৰীয়া এইবাৰ চিধাই প্ৰসংগক টানি লৈ…
উপ-নিৰ্বাচনৰ বাবে প্ৰাৰ্থী ঘোষণা বিজেপিৰ, চামগুৰিত বিজেপিৰ হৈ যুঁজ দিব দিপলু ৰঞ্জন শৰ্মাই
গুৱাহাটীঃ বিধানসভা উপ-নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে বিজেপিয়ে। শীঘ্ৰে অনুষ্ঠিত হ’বলগীয়া ৰাজ্যৰ ৫ খন বিধানসভা আসনৰ বাবে উপ-নিৰ্বাচনত প্ৰথমগৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা বিজেপিৰ। চামগুৰি সমষ্টিত বিজেপিৰ জ্যেষ্ঠ নেতা দিপলু…
বিশ্ব হস্তী দিৱসৰ দিনটোতে ব্ৰহ্মপুত্ৰ চাপৰিত ১৫০ জনীয়া হাতীৰ পালৰ ক্ষুধাৰ আৰ্তনাদে কঁপাইছে মাজুলী…
গুৱাহাটীঃ আজি বিশ্ব হস্তী দিৱস। অসমত ক্ৰমাগতভাৱে বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত। বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা হাতীৰ জাকে জনাঞ্চলত প্ৰৱেশ কৰি প্ৰায়ে চলাই আহিছে আতংকৰ। বন্যহস্তীৰে জাকে ৰাজ্যৰ বিভিন্ন…
চাঞ্চল্যকৰ! প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখান কৰাৰ বাবেই ১১ বছৰীয়া কিশোৰীক দাৰে আক্ৰমণ যুৱকৰ
জাজৰিঃ প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখান কৰাৰ বাবেই দাৰে আক্ৰমণ এগৰাকী কিশোৰীক। এই চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে নগাঁও জিলাৰ জাজৰি আৰক্ষী থানাৰ অন্তৰ্গত কাকমাৰিত। সোমবাৰে পুৱা এগৰাকী ১১ বছৰীয়া কিশোৰীক ঘৰলৈ ফুচুলাই…
মৰ্মান্তিক! কলেজলৈ ওলাই অহাৰ পিছতে তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত মৃত্যু এগৰাকী ছাত্ৰীৰ
নলবাৰীঃ নলবাৰীত তীব্ৰবেগী ডাম্পাৰৰ দৌৰাত্ম্যই প্ৰাণ কাঢ়ি লৈ গ’ল এগৰাকী ছাত্ৰীৰ। পুৱা কলেজলৈ ওলাই অহাৰ পিছতে সংঘটিত হয় এই ঘটনা। নলবাৰী জিলাৰ গণেশ মন্দিৰৰ সমীপত এখন তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত প্ৰাণ…
ঢেকীয়াজুলিত মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ চীনা গ্ৰেণেডসহ অস্ত্ৰ-শস্ত্ৰৰ ভাণ্ডাৰ
শোণিতপুৰঃ সোমবাৰে পুৱা শোণিতপুৰ জিলা আৰক্ষীয়ে অভিযান চলাই জিলাখনৰ ঢেকীয়াজুলি থানাৰ অধীনস্থ বিলাসীগুৰি-বতাসীপুৰ গাঁৱত চীনা মূলৰ পাঁচটা হেণ্ড গ্ৰেনেডকে ধৰি অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰীৰ ভাণ্ডাৰ জব্দ কৰে। এই অভিযানত চীনা…
শোকাবহ! গোসাঁইগাঁৱত নিয়ন্ত্ৰণহীন ট্ৰাকৰ খুন্দাত মৃত্যু ৫ জনৰ
গুৱাহাটীঃ গোসাঁইগাঁৱৰ কচুগাঁৱৰ মহামায়া মন্দিৰৰ সমীপৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক ভয়াৱহ পথ দুৰ্ঘটনাত ৫জন ব্যক্তিৰ প্ৰাণ কাঢ়ি নিয়াৰ লগতে আন এজন গুৰুতৰভাৱে আহত হয়। মন্দিৰ পাৰ হোৱাৰ পিছত…
নৃশংস! পিতৃ-মাতৃক হত্যা কৰি ফেচবুক লাইভ পাষাণ পুত্ৰৰ
কৰিমগঞ্জঃ পিতৃ-মাতৃক নৃশংসভাৱে হত্যা কৰি উঠি ফেচবুক লাইভত কবিতা পাঠ কৰিলে পাষাণ পুত্ৰই। এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে এইখন অসমতে। কৰিমগঞ্জ জিলাত শনিবাৰে সংঘটিত হৈছে এই লোমহৰ্ষক হত্যাকাণ্ড। পিতৃ-মাতৃক চোকা…
আলফাৰ স্বাধীনতা দিৱস বৰ্জন বিফল কৰিবলৈ ৰণনীতি তৈয়াৰ জি.পি সিঙৰ
সংযুক্ত মুক্তি বাহিনী স্বাধীনে আগন্তুক স্বাধীনতা দিৱস বৰ্জন কৰাৰ লগতে ১৫ আগষ্টৰ মাজনিশাৰ পৰা ৰাজ্যব্যাপী বন্ধ ঘোষণা কৰিছে৷ সন্ধিয়া ৬ বজালৈকে এই বন্ধ অব্যাহত থাকিব। সংযুক্ত মুক্তি বাহিনী স্বাধীনৰ এই…
অসম আন্দোলনৰ নেতাৰ পুত্ৰৰ অগপ ত্যাগ, লুৰীণৰ দলত যোগদান
গুৱাহাটীঃ ঐতিহাসিক অসম আন্দোলনৰ অগ্ৰণী নেতা তথা অসম গণ পৰিষদৰ উপ-সভাপতি দিগন্ত শইকীয়াৰ পুত্ৰ গীতাৰ্থ শইকীয়াই আজি অগপ এৰি অসম জাতীয় পৰিষদত যোগদান কৰে৷ লুৰীণজ্যোতি গগৈৰ উপস্থিতিত ডিগবৈত অনুষ্ঠিত এখন…