ব্লক-মণ্ডল-বুথ সমিতিত কৰিব লাগিব কাম, ৫ সমষ্টিৰ বাবে ৫টা সমিতি গঠন কংগ্ৰেছৰ
উপ-নিৰ্বাচনৰ বাব তৎপৰতা আৰম্ভ কৰিছে অসম প্ৰদেশ কংগ্ৰেছে৷ ইতিমধ্যে ৫ সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে সুকীয়া সুকীয়া সমিতি গঠন কৰিছে প্ৰদেশ কংগ্ৰেছে৷ বঙাইগাঁও, চামগুৰি, ধলাই, বিহালী আৰু ছিদলী বিধানসভা সমষ্টিৰ বাবে তিনি…
পূৰ্বৰ ভোটাৰ তালিকাতে হ’ব নিৰ্বাচন, উপ-নিৰ্বাচনৰ পূৰ্বে ৫ সমষ্টিৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ
লোকসভা নিৰ্বাচনৰ ফলত ৰাজ্যত খালী হোৱা পাঁচটা বিধানসভা সমষ্টিত শীঘ্ৰে অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন৷ উপ-নিৰ্বাচনৰ বাবে সাজু হৈছে নিৰ্বাচন আয়োগ৷ ৰাজ্যিক নিৰ্বাচন বিভাগে পাঁচটা বিধানসভা সমষ্টিৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰিছে।…
গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ৰূপে শপত বিজেপিৰ আস্থাভাজন ননীগোপাল মহন্তৰ
বিজেপিৰ আস্থাভাজন তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ ড০ ননীগোপাল মহন্তই আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ৰূপে শপত লয়৷ ৰাজ্যপালে ননীগোপাল মহন্তক শপত বাক্য পাঠ কৰোৱায়৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিভাগৰ মুৰব্বী…
চিন্তা নকৰিব, মই সুস্থ, সকলোকে লগ পাম
জুবিন গাৰ্গেই নিজেই ক’লে ‘মই ভালে আছো’৷ সাংবাদিকৰ কেমেৰাৰ সন্মুখত এই কথা কয় জুবিন গাৰ্গে৷ হঠাতে অসুস্থ হোৱাত জুবিন গাৰ্গক নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰা হৈছে৷ নেমকেয়াৰ হাস্পতাল কৰ্তৃপক্ষৰ মতে, জুবিনৰ…
আন এক মাধমাৰৰ বাবে সাজু হওক, দুগুণ বৃদ্ধি পাব চৰকাৰী চিকিৎসালয়ৰ মাচুল
বিদ্যুতৰ বিল, খাদ্য-সামগ্ৰীৰ অত্যাধিক মূল্য বৃদ্ধিয়ে মানুহক জীয়াই থাকিব নোৱাৰা কৰিছে৷ তেনে সময়তে ৰাজ্য চৰকাৰে আম এক হঠকাৰি সিদ্ধান্ত লৈছে৷ ব্যক্তিগতো ব্যক্তিগতই, চৰকাৰী চিকিৎসা সেৱাও মহঙা কৰিব ৰাজ্য চৰকাৰে৷ ৰাজ্য…
APSCৰ কৃষি বিষয়া নিযুক্তি কেলেংকাৰী, ৰাকেশ পালক ১৪ বছৰৰ কাৰাদণ্ড
পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত অসম লোকসেৱা আয়োগত সংঘটিত নিয়োগ কেলেংকাৰীক লৈ আজি বিশেষ ন্যায়ধীশৰ আদালতে গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে৷ কৃষি বিভাগৰ কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰীৰ গোচৰৰ দোষী সাব্যস্ত মুখ্য…
প্ৰধানমন্ত্ৰী মোদীৰ ঘনিষ্ঠ আৰএছএছ নেতা লক্ষ্মণপ্রসাদ আচাৰ্যক অসমৰ ৰাজ্যপাল নিযুক্তি
গোলাব চান্দ কাটাৰীয়াক ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত অসমৰ নতুন ৰাজ্যপাল নিযুক্তি দিয়া হৈছিল৷ কিন্তু মাথো ১৬ মাহ পাছতে অসমৰ ৰাজ্যপাল সলনি কৰা হ’ল৷ অসমৰ ৰাজ্যপাল গোলাব চান্দ কাটাৰীয়াক পঞ্জাৱৰ ৰাজ্যপাল…
নাৰাজ ৰমেন ডেকাক সংস্থাপন দি কৰা হ’ল পুৰস্কৃত
লোকসভা নিৰ্বাচনৰ পাছতে বিজেপিয়ে দলটোৰ নেতাসকলক ৰাজনৈতিক সংস্থাপন দিবলৈ প্ৰয়াস কৰিছে৷ বিশেষকৈ অসমৰ নাৰাজ জ্যেষ্ঠ নেতাসকলক সংস্থাপিত কৰিবলৈ প্ৰয়াস কৰিছে৷ অসমৰ বিজেপিৰ নাৰাজ জ্যেষ্ঠ নেতা ৰমেন ডেকাক ছত্তীছগড়ৰ ৰাজ্যপাল নিয়ুক্তি…
ব্যক্তিগত হাস্পতালত আয়ুষ্মান কাৰ্ডৰ সেৱা বন্ধ, উজনি-নামনিত হাহাকাৰ
চৰকাৰৰ এক সিদ্ধান্তৰ পাছতে ৰাজ্যৰ কেইবাখনো হাস্পতালত হাহাকাৰ লাগিছে৷ ব্যক্তিগত হাস্পতালত আয়ুষ্মান কাৰ্ডৰ সেৱা বন্ধ কৰাত হাহাকাৰ লগা পৰিলক্ষিত হৈছে৷ পূৰ্ব জাননী অবিহনে হঠাতে আয়ুষ্মান কাৰ্ডৰ সেৱা বন্ধ কৰাত ব্যক্তিগত…
‘যদি কোনোবা নদীলৈ গৈ ঘূৰি নাহে তেন্তে সকলো নিয়তিৰ পৰিহাস’
২২ জুলাইৰ পৰা নিৰুদ্দেশ হৈ থকা অসমীয়া সংগীত জগতৰ নক্ষত্ৰ তথা বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱাক লৈ পুনৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷ ২২ জুলাইত লতাশিলৰ গণেশ মন্দিৰলৈ…