লাহোৱালৰ এছ.কে.এছ ইংলিছ অকাডেমিত উছৱমুখৰ পৰিৱেশ
আজি ঘোষিত মেট্ৰিক পৰীক্ষাৰ ফলাফলত ডিব্ৰুগড় জিলাৰ লাহোৱালৰ আগশাৰীৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান এছ.কে.এছ ইংলিছ অকাডেমি উজ্বলি উঠিছে৷ এইবাৰ পৰীক্ষাত বহা সকলো পৰিক্ষাৰ্থীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈছে৷ এছ.কে.এছ ইংলিছ অকাডেমিৰ পৰা ২৭গৰাকী…
আকৌ উজ্বলিল শিৱসাগৰ, নিম্নগামী জিলাৰ জিলা আয়ুক্তৰে হ’ব পৰ্যালোচনাঃ পেগু
অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে আজি ঘোষণা কৰিলে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। চলিত বৰ্ষৰ ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত অনুষ্ঠিত হোৱা এই পৰীক্ষাত মুঠ ৪,২২,৭৩৭ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। লক্ষ্যণীয়ভাৱে বিগত…
আপ ত্যাগ ঋষিৰাজ কৌণ্ডিন্যৰ
আম আদমী পাৰ্টীৰ অসম ৰাজ্যিক সমিতি মোক্ষম আঘাত অব্যাহত আছে৷ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰৰ পিছতে এইবাৰ কাৰ্যকৰী সভাপতি ঋষিৰাজ কৌণ্ডিন্যই দল ত্যাগৰ ঘোষণা কৰিছে৷ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অব্যাহত থকাৰ সময়তে…
নিজ সংগঠনৰ টিকট দিব নোৱাৰি জুবেৰৰ বিদ্ৰোহ
পঞ্চায়ত নিৰ্বাচনত টিকট প্ৰদানক লৈ কংগ্ৰেছক আৰম্ভ হৈছে বিদ্ৰোহ৷ এইবাৰ নিজ সংগঠনৰ নেতাক টিকট প্ৰদান কৰিব নোৱাৰি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি জুবেৰ আনমে তীব্ৰ ক্ষোভ ব্যক্ত কৰি সামাজিক মাধ্যমত পোষ্ট…
ম্যানমাৰ সীমান্তত কাঁইটীয়া তাঁৰ স্থাপনৰ বিৰুদ্ধে কহিমাত প্ৰতিবাদ
ভাৰত-ম্যানমাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত কাঁইটীয়া তাঁৰ স্থাপন, ফ্ৰী মুভমেণ্ট ৰেজিম (এফএমআৰ) মূল ৰূপত পুনৰ প্ৰৱৰ্তন নকৰা আৰু নাগালেণ্ডত সংৰক্ষিত এলেকা অনুমতি (পিএপি) ব্যৱস্থাৰ বিৰুদ্ধে বুধবাৰে ৰাজপথলৈ ওলাই আহিল শতাধিক নগা। কোহিমাৰ…
বিৰোধীয়ে ঐক্যবদ্ধ হৈ পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হওঁকঃ নাগৰিক সমাজ
পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অব্যাহত থকাৰ সময়তে আজি অসম নাগৰিক সমাজে এক বিবৃতি জাৰি কৰিছে৷ বিবৃতি যোগে অসমৰ বিৰোধী দলসমূহক একত্ৰিতভাৱে পঞ্চায়ত নিৰ্বাচনত নামিবলৈ আহ্বান জনাইছে৷ একত্ৰিতভাৱে পঞ্চায়ত নিৰ্বাচনত নামিবলৈ বিৰোধী…
অসমৰ সংস্কৃতিক দেশে-বিদেশে উপস্থাপন কৰাৰ মানসেৰে কাইলৈ কলাক্ষেত্ৰত কলা মহোৎসৱ
বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদমেল সম্বোধন কৰে কলিংগ ভাৰতী ফাউণ্ডেচন নামৰ সংস্থাটোৱে৷ সংস্থাটোৰ প্ৰতিষ্ঠাপক আৰু ৰাষ্ট্ৰীয় সভাপতি অক্ষয় কুমাৰ সামাই সম্বোধন কৰা সংবাদমেলখনত শুকুৰবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুস্থিতব্য কলা…
৮৮ লাখ খোৱা-বাগিচা দখলৰ চেষ্টা কৰা বিধায়ক বিশ্বজিৎ-সঞ্জয়ক ধৰিব কেতিয়া, মুখ্যমন্ত্ৰীৰ ‘বাঘ’ এতিয়া শুইছেঃ ভূপেন বৰা
বাঘ এতিয়া শুই আছে৷ সাধাৰণ কেৰাণী-মহৰীৰ দৰে কৰ্মচাৰীয়ে কোনোবাই ২০০০ টকা ল’লেই বাঘৰ দৰে জঁপিয়াই পৰিম বুলি কোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এতিয়া নিজৰ প্ৰাক্তন মন্ত্ৰী আৰু বিধায়কে ৮০-৯০ লাখ…
ৱাকফ আইন বাতিলৰ দাবীত চচলত আমছুৰ উত্তাল প্ৰতিবাদ
আজি গুৱাহাটী মহানগৰীৰ চচলত আমছুৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ ২ সহস্ৰাধিক আমছুৰ নেতা-কৰ্মীয়ে চচলত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি ৱাকফ সংশোধনী আইন বাতিলৰ দাবী উত্থাপন কৰে৷ চচলৰ আকাশ-বতাহ কপাই আমছুৱে…
নাওবৈচাৰ চিলনীবাৰী ৰে’ল ষ্টেচনত ৰে’ল দুৰ্ঘটনা
এইবাৰ অসম সংঘটিত হৈছে ৰে’ল দুৰ্ঘটনা৷ দুৰ্ঘটনাগ্ৰস্ত ৰে’ল খনৰ নম্বৰ ১২১৭৮৷ উত্তৰ অসমত চলন্ত ৰে’লৰ ইঞ্জিন চ্যূত হোৱাত প্ৰায় চাৰি কিঃমিঃ পৰ্যন্ত ইঞ্জিন অকলে গতি কৰে৷ ইঞ্জিনৰ পৰা দবাচ্যূত হোৱাৱাত…