ভগৱানেও ক্ষমা নকৰে হিমন্ত বিশ্ব শৰ্মাক, শৰ্মা আয়োগৰ প্ৰতিবেদন সন্দৰ্ভত ভূপেন বৰাৰ প্ৰতিক্ৰিয়া
ৰাজ্যৰ অৰ্থনীতি থানবান হৈ পৰা এক জটিল পৰিস্থিতিত মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰি তৰুণ গগৈয়ে অসমৰ সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক পৰিৱেশ সুস্থ কৰি তুলিছিল। মুখ্যমন্ত্ৰী হিচাপে তৰুণ গগৈৰ দক্ষতা সন্দৰ্ভত…
উমৰাংছু কয়লা খনন কাণ্ড-এপিএছচি কেলেংকাৰীক লৈ আলোচনাৰ দাবীত অসম বিধানসভাত হুলস্থূল
অসম বিধানসভাৰ বাজেট অধিৱেশনৰ দ্বিতীয় দিনত শাসক আৰু বিৰোধী দলৰ মাজত তৰ্জন-গৰ্জনৰ পৰিৱেশে আক্ৰমণ কৰে। বুধবাৰে কংগ্ৰেছে উমৰাংছুৰ অবৈধ কয়লা খনিৰ পৰা ৪০ দিন ধৰি আৱদ্ধ শ্ৰমিকৰ উদ্ধাৰ আৰু মৃত্যুৰ…
ৰাকেশ পাল ‘মাষ্টাৰমাইণ্ড’, তৰুণ গগৈ ‘দুৰ্নীতিৰ কিংপিন’
অসম লোক সেৱা আয়োগৰ ‘কেছ-ফৰ-জব’ কেলেংকাৰী সন্দৰ্ভত গঠিত বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদন প্ৰকাশৰ পিছতে বিৰোধিক লক্ষ্য কৰি লয় ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশ সমিতিৰ সভাপতি দিলীপ শইকীয়াই৷ বিপ্লৱ শৰ্মা…
শৰ্মা আয়োগৰ কেলেংকাৰী প্ৰতিবেদনত ৰৌ-বৰালি
শৰ্মা আয়োগৰ প্ৰতিবেদনত অসম লোকসেৱা আয়োগৰ (APSC) কেলেংকাৰীৰ সৈতে জড়িত বিভিন্ন ব্যক্তি আৰু ঘটনাৰ উল্লেখ কৰা হৈছে। এই প্ৰতিবেদনত ৰাকেশ পাল, যি তেতিয়া APSCৰ অধ্যক্ষ আছিল, তেওঁৰ দ্বাৰা সংঘটিত অনিয়ম…
এপিএছচি কেলেংকাৰীক লৈ প্ৰকাশ পোৱা বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনক আদৰণি প্ৰদেশ কংগ্ৰেছৰ
অসম লোকসেৱা আয়োগৰ নিযুক্তি খেলিমেলি সন্দৰ্ভত বিপ্লৱ শৰ্মা আয়োগে দাখিল কৰা প্ৰতিবেদনক অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে আদৰণি জনাইছে। ২০১৩-১৪ বৰ্ষত নিয়ম বৰ্হিভূতভাৱে যদি নিযুক্তি হৈছিল তাৰ উচিত তদন্ত হ’ব লাগে…
ডিব্ৰুগড় কাৰাগাৰেই ঠিকনা, জামিন নাকচ চুমি, পাতি লোৱা ভাতৃ বিশালৰ
উচ্চ ন্যায়ালয়ৰ পৰাও সকাহ নাপালে চুৰি বৰা, পাতি লোৱা ভাতৃ বিশাল ফুকন৷ উচ্চ ন্যায়ালয়ত জামিনৰ বাবে আৱেদন কৰিছিল যদিও আদালতে জামিন নাকচ কৰিছে৷ ডিব্ৰুগড় জিলাৰ বৰবৰুৱা আৰক্ষী থানাত ৰুজু ৮৫/২৪…
কয়লা চিণ্ডিকেটৰ তদন্তৰ বাবে এছআইটি গঠনৰ দাবী আপৰ
ৰাজ্যত চলি থকা অবৈধ কয়লা খনন আৰু সৰবৰাহৰ সৈতে অসম চৰকাৰৰ বৰমূৰীয়া সকল জড়িত থকাৰ অভিযোগ আম আদমী পাৰ্টিৰ যুৱ শক্তিৰ নেতা সৌৰভ কলিতাৰ। আজি গণেশগুৰিস্থিত আপৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত…
গৌৰৱ পত্নীৰ আইএছআই লিংক! মুন্নাপ্ৰসাদ গুপ্তাৰ অধ্যক্ষতাত চিআইডিৰ দল গঠন
কালি অনুষ্ঠিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন কেবিনেটে গৌৰৱ গগৈ আৰু পত্নীৰ বিৰুদ্ধে এছআইটি গঠন কৰিবলৈ সাহস নকৰিলে যদিও পাকিস্তানৰ আলী তৌকীৰ শ্বেখৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ অনুমতি দিয়ে৷ কেবিনেটৰ…
পুনৰ সকলো বিৰোধিক একত্ৰিত হোৱাৰ আহ্বান লুৰীণৰ
পুনৰ অসমৰ বিৰোধিক একত্ৰিত হ’বলৈ আহ্বান জনাইছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে৷ লুৰীণজ্যোতি গগৈয়ে কেৱল বিধানসভা নিৰ্বাচনতে নহয় পঞ্চায়ত নিৰ্বাচনতো একত্ৰিত হৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ আহ্বান জনাইছে বিৰোধী দলসমূহক৷…
সৰ্বানন্দ-হিমন্ত বিশ্ব শৰ্মাৰ দিনত এটাও সাম্প্ৰদায়িক সংঘৰ্ষ হোৱা নাই, এজনো মুছলমানৰ প্ৰাণ যোৱা নাই
এদিনৰ বাবে প্ৰথমটো দিন কোকৰাঝাৰৰ বিধান পৰিষদীয় ভৱনৰ বাজেট অধিৱেশনত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয় অসম আৰু বিটিআৰত স্থানীয় শান্তি অহাৰ দাবী কৰে৷ মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত কয় যে সৰ্বানন্দ সোণোৱাল আৰু…