চুডানত সামৰিক বিমান দুৰ্ঘটনাত মৃত্যসংখ্যা ৪৬লৈ বৃদ্ধি

চুডানৰ ওমদুৰমান চহৰত সংঘটিত হোৱা এক সামৰিক বিমান দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা বৰ্তমান ৪৬লৈ বৃদ্ধি পাইছে। শেহতীয়া তথ্য অনুসৰি, এই দুৰ্ঘটনাত আৰু ১০গৰাকী লোক গুৰুতৰভাৱে আহত হৈছে। দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ অগ্নিকাণ্ড নিয়ন্ত্ৰণত…

অসমৰ আৰক্ষীৰ ভুৱা এনকাউণ্টাৰৰ গোচৰত শীৰ্ষ ন্যায়ালয়ৰ ৰায় সংৰক্ষণ

অসমত হোৱা কথিত ১৭১ টা আৰক্ষীৰ ভুৱা এনকাউণ্টাৰৰ তদন্তৰ বাবে স্বতন্ত্ৰ অনুসন্ধানৰ দাবী কৰা আবেদনৰ ওপৰত শীৰ্ষ ন্যায়ালয়ে ৰায় সংৰক্ষিত ৰাখিছে। ন্যায়াধীশ সূৰ্য কান্ত আৰু ন্যায়াধীশ এন. কোটিশ্বৰ সিঙৰ দ্বাৰা…

৬০ হাজাৰ কোটি টকাৰ কাম চলিছে, পুনৰ ৮০ হাজাৰ কোটি টকাৰ বিনিয়োগঃ নীতিন গাডকাৰী

মহানগৰীৰ খানাপাৰাৰ খেলপথাৰত অনুষ্ঠিত এডভাণ্টেজ আছাম ২.০ৰ আজি দ্বিতীয় তথা অন্তিমদিন। আজি অস্থায়ী ব্ৰহ্মপুত্ৰ অতিথিশালাত দেশী-বিদেশী কোম্পানী কৰ্তৃপক্ষই অংশ লৈ অসম চৰকাৰৰ সৈতে বুজাবুজি চুক্তিস্বাক্ষৰ কৰে৷ আজি দিনটোত ১ লাখ…

ইউএছটিএমৰ আচাৰ্য ড০ মহবুবুল হকক ৪দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ

শ্ৰীভূমিৰ অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশৰ আদেশমৰ্মে ইউনিভাৰ্চিটি অফ ছাইঞ্চ এণ্ড টেকন’লজি, মেঘালয় (ইউএছটিএম)ৰ আচাৰ্য ড° মহবুবুল হকক ৪দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হৈছে। লগতে একে গোচৰত আন পাঁচগৰাকী অভিযুক্তকো একে…

শংকৰদেৱ সংঘ ত্যাগ ১৭ আহোম পৰিয়ালৰ, উভতি আহিল ফুৰালুং ধৰ্মলৈ

শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু আহোম সংগঠনসমূহৰ মাজৰ সংঘাতৰ পৰিপ্ৰেক্ষিতত গহপুৰৰ ককিলাগুৰি গাঁৱৰ ১৭টা আহোম পৰিয়ালে আজি সংঘ ত্যাগ কৰি পৰম্পৰাগত ফুৰালুং ধৰ্মলৈ উভতি অহাৰ ঘোষণা কৰে। ইয়াৰ লগতে তেওঁলোকে সংঘৰ…

শিলচৰ-চিপাঝাৰত ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপনৰ চুক্তি

এডভাণ্টেজ অসাম ২.০ত অসম চৰকাৰে কাছাৰ জিলাৰ শিলচৰ আৰু দৰং জিলাৰ চিপাঝাৰত ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপনৰ বাবে দুখন চুক্তি স্বাক্ষৰ কৰে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ উপস্থিতিত হিউমেন পটেন্সিয়েল…

নগাঁৱত সদৌ তিৱা ছাত্ৰ সন্থাৰ ৩৬ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস ।

নগাঁও পলাশতল কাছমাৰি ৰাসমণ্ডপ প্ৰঙ্গনত ৩৬ খন পতাকা উত্তোলন কৰি দিনযোৰা কাৰ্যসূচীৰে সদৌ তিৱা ছাত্ৰ সন্থাৰ ৩৬ সংখ্যাক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। এই অনুষ্ঠানত তিৱা ভাষাৰ এশ জন…

আদানিৰ ৫০ হাজাৰ কোটি, ৰিলায়েন্সৰ ৫০ হাজাৰ কোটি বিনিয়োগৰ প্ৰতিশ্ৰুতি

গুৱাহাটীৰ খানাপাৰাত এডভাণ্টেজ আসাম ২.০ৰ প্ৰথম দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ‍্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যপাল লক্ষ্মন আচাৰ্য্য উপস্থিতত আজি কেবাটাও খণ্ডৰ বিনিয়োগক লৈ আলোচনা কৰা হয়৷ বিনিয়োগ সন্মিলন আজি…

অসমত দুৰ্নীতি-অপশাসন চলিছে, আইন-শৃংখলা নিয়ন্ত্ৰণত ব্যৰ্থ হৈছে হিমন্ত বিশ্ব চৰকাৰ

সৰুসজাইৰ ঝুমুইৰ বিনন্দিনী আৰু এডভাণ্টেজ আছাম ২.০ৰ বাবে দুদিনীয়া ভ্ৰমণেৰে অসমত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধামন্ত্ৰী মোদী অসমত উপস্থিত হোৱাৰ ঠিক পূৰ্বে নতুন দিল্লীত এক সংবাদ মেল সম্বোধন কৰি…

বন্ধ হাজাৰ হাজাৰ ক্ষুদ্ৰ, মজলীয়া উদ্যোগ, ক্ষুদ্ৰ ব্যৱসায়ীক সহায় কৰক চৰকাৰ

অহা ২৫,২৬ ফেব্ৰুৱাৰীত অসমত বিনিয়োগকাৰীক আকৰ্ষিত কৰিবলৈ দ্বিতীয়বাৰৰ বাবে ‘Advantage Assam’ আয়োজন কৰা হৈছে । ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্ক’ ডি শইকীয়া, সাধাৰণ সম্পাদক ৰাছেল হুছেইন আৰু চিন্ময় বড়াই আজি…

সাত সাগৰ তেৰ নদীৰ সিপাৰ

কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ
পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত
অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য
ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!
মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু
সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে