থানাই থানাই এজাহাৰ দিয়াত নেগুৰ পেলালে আজমলে

ৰাজ্যৰ বিভিন্ন আৰক্ষী থানাত ৰাইজৰ দলে এজাহাৰ দাখিলৰ পিছতে অখিল গগৈৰ পত্নী গীতাশ্ৰী তামুলীক লৈ কৰা অশোভনীয় মন্তব্যৰ বাবে অৱশেষত ক্ষমাভিক্ষা মাগিলে এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলে৷ আজমলে এটা ভিডিঅ’ মুকলি…

গৌৰৱ-অখিলৰ পত্নীক আক্ৰমণ, ৰকিবুলৰ প্ৰহাৰ, মহবুবুলৰ গ্ৰেপ্তাৰ স্বৈৰতন্ত্ৰৰ লক্ষণ

গৌৰৱ গগৈ আৰু পত্নী এলিজাবেথক আক্ৰমণ, ৰকিবুল হুছেইন আৰু নিৰাপত্তাৰক্ষীক আক্ৰমণ, অখিল গগৈৰ পত্নী ড০ গীতাশ্ৰী তামুলীক আক্ৰমণ, আচাৰ্য মহবুবুল হকৰ গ্ৰেপ্তাৰক তীব্ৰ বিৰোধ কৰি এয়া স্বৈৰতন্ত্ৰৰ লক্ষ‍ণ বুলি চিন্তা…

মোক পাশাখেলৰ গুটি সজোৱা হ’লঃ গীতাশ্ৰী তামুলী

বিধানসভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈৰ পত্নী, বিশিষ্ট লেখক গীতাশ্ৰী তামুলীৰ অধ্যাপিকাৰ চাকৰি লাভত খেলি-মেলিৰ অভিযোগক লৈ ৰাজ্যৰ ৰাজনীতি উত্তাল হৈ আছে৷ গুৱাহাটীৰ বি.বৰুৱা কলেজৰ অধ্যাপিকা গীতাশ্ৰী তামুলীৰ চাকৰিক…

চাহ বাগিচাৰ শ্ৰমিকসকলক বাগানৰ লাইনৰ মাটিৰ মালিকীস্বত্ব দিয়া হ’ব

অসমৰ ২০০ বছৰীয়া চাহ সংস্কৃতি বিশ্বদৰবাৰত প্ৰদৰ্শন কৰি এক ঐতিহাসিক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হ’ল গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত অনুষ্ঠিত এই কাৰ্যসূচীত অসমৰ চাহ জনগোষ্ঠী আৰু আদিবাসী…

গীতাশ্ৰী তামুলীক লৈ বদৰুদ্দিন আজমলৰ অভব্য মন্তব্য

অসমৰ ৰাজনৈতিক পৰিসৰত নতুন বিতৰ্ক সূচনা হৈছে। সংখ্যালঘু ৰাজনীতিৰ দল এআইইউডিএফৰ প্ৰধান বদৰুদ্দিন আজমলে অখিল গগৈৰ পত্নী, শিক্ষাবিদ আৰু লেখিকা গীতাশ্ৰী তামুলীক লৈ ৰাজহুৱাকৈ “বুঢ়ী” বুলি সম্বোধন কৰাত সমাজ-ৰাজনীতিৰ বিভিন্ন…

গুৱাহাটীৰ আইআইটিত ‘থিংক ইণ্ডিয়া নৰ্থ-ইষ্ট ছামিট ২০২৫’ৰ উদ্বোধন সৰ্বানন্দ সোণোৱালৰ

গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানক (আইআইটি) আয়োজিত ‘থিংক ইণ্ডিয়া নৰ্থ-ইষ্ট ছামিট ২০২৫’ত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেশৰ যুৱশক্তিক ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত অগ্ৰণী ভূমিকা ল’বলৈ আহ্বান জনায়।…

কংগ্ৰেছৰ চৰকাৰৰ এশদিনৰ ভিতৰত মৃদুল ইছলামৰ পত্নীক দিয়া হ’ব চৰকাৰী চাকৰি

শাসনৰ গাদী খামুছি ৰখাৰ স্বাৰ্থত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মৃত মানুহৰ আত্মাকো শান্তি নিদিয়ে৷ ড০ শৰ্মাই তেওঁক ৰাজনৈকিভাৱে সংস্থাপিত কৰা প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈক শেহতীয়াকৈ এপিএছচিৰ কেলেংকাৰীত জড়িত কৰি আসুৰিক…

দুই অভিযুক্তক গ্ৰেপ্তাৰ, গুৱাহাটীৰ নৃশংস সঞ্জীৱ নাথ হত্যাকাণ্ড

১৯ জানুৱাৰীৰ নিশা প্ৰথমে পল্টনবজাৰৰ এটা এপাৰ্টমেণ্টত, তাৰ পিছত বিলপাৰলৈ নি দুই বন্ধুৱে হত্যাৰ প্ৰয়াস কৰি বৰ্বৰভাৱে প্ৰহাৰৰ বলি হৈ ৫টা দিন গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থাকি ২১ জানুৱাৰীত…

ৰিলায়েন্স কাম্পা পানীয়ৰ বটলিং প্ৰতিষ্ঠান মুকলি হিমন্ত বিশ্ব শৰ্মাৰ

আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত ৰিলায়েন্স কনজ্যুমাৰ প্ৰডাক্টছ লিমিটেড (আৰচিপিএল)-ৰ কাম্পা পানীয়ৰ নতুন বটলিং প্ৰতিষ্ঠানৰ উদ্বোধন কৰে। উত্তৰ গুৱাহাটীত আজি মুখ্যমন্ত্ৰীয়ে শীতল পানীয়ৰ উদ্যোগটোৰ বটলিং প্ৰতিষ্ঠান মুকলি কৰে৷…

গীতাশ্ৰী তামুলীকে চাকৰিৰ অভিযোগক লৈ তদন্ত কৰিবলৈ ক’লে মুখ্যমন্ত্ৰীয়ে

অখিল গগৈ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাজত বাকযুদ্ধ অব্যাহত আছে৷ গুৱাহাটীৰ বি.বৰুৱা কলেজৰ অধ্যাপিকা গীতাশ্ৰী তামুলীৰ চাকৰিক লৈ সদনৰ ভিতৰত মুখ্যমন্ত্ৰীয়ে সন্দেহ ব্যক্ত কৰাত একাংশ লোকে মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা…

সাত সাগৰ তেৰ নদীৰ সিপাৰ

কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ
পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত
অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য
ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!
মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু
সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে