অৰুণাচলত ভয়ংকৰ পথ দুৰ্ঘটনা, এজনৰ মৃতদেহ উদ্ধাৰ, দুই জীৱন্তে উদ্ধাৰ, তিনি সন্ধানহীন

অসমৰ পৰা চুবুৰীয়া ৰাজ্য অৰুণাচল ভ্ৰমণলৈ যোৱা দুটা পৰিয়ালৰ ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে৷ পাহাৰীয়া পথৰ পৰা বহু ফুট তলত পৰে এখন স্কৰপিঅ’ গাড়ী৷ সৰি পৰা বাহনখনত আছিল মুঠ ছয়জন লোক৷…

২৬ জানুৱাৰীত বন্ধ ঘোষণা, গণৰাজ্য দিৱস বৰ্জনৰ আহ্বান আলফা স্বাধীনৰ

আকৌ এবাৰ গণৰাজ্য দিৱস বৰ্জনৰ ঘোষণা কৰিছে নিষিদ্ধ ঘোষিত সংযুক্ত মুক্তি বাহিনী স্বাধীনে৷ এক বিবৃৃতি যোগে ২৬ জানুৱাৰীৰ নিশা ১ বজাৰ পৰা আবেলি ৬ বজালৈকে সর্বাত্মক বন্ধ ঘোষণা কৰিছে৷ এক…

কলাক্ষেত্ৰৰ পৰা কংগ্ৰেছৰ সংবিধান ৰক্ষা যাত্ৰা, হিমন্ত বিশ্বক দুৰ্নীতিৰ শিপাসহ ব্ৰহ্মপুত্ৰলৈ দলিয়াব কংগ্ৰেছেঃ ভূপেন বৰা

ভাৰতীয় সংবিধান সলনি কৰাৰ চক্ৰান্ত ৰোধ কৰিবৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছে আজিৰে পৰা এবছৰলৈকে ৰাইজক সজাগ কৰিবলৈ অভিযান চলাব। বিজেপিয়ে ভাৰতীয় সংবিধানৰ পৰিৱৰ্তে পুনৰ মনুস্মৃতি দেশত প্ৰচলন কৰিব খোজে। ইয়াৰ…

পাপক নকৰে ভয়, শক্তিপীঠ কামাখ্যাৰ দেৱোত্তৰ বৰ্ডত ৮ কোটি টকাৰ কেলংকাৰী

অসমৰ শক্তিপীঠ কামাখ্যা মন্দিৰৰ প্ৰায় ৮ কোটি টকা আত্মসাত্‍ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ ইতিমধ্যে তদানীন্তন দেৱোত্তৰ বৰ্ডৰ নেতৃত্ব বহন কৰা কেইবাগৰাকী প্ৰভাৱশালী লোকৰ ঘৰত আজি প্ৰৱৰ্তন সঞ্চালকালয় চমুকৈ ইডিয়ে…

বিজেপিৰ উদ্দেশ্যে গান্ধী-আম্বেদকাৰক অপমান, সংবিধান সলনি

নিখিল ভাৰত কংগ্ৰেছৰ আহ্বান মৰ্মে আৰু অসম প্ৰদেশ কংগ্ৰেছৰ আহ্বানত গোলাঘাট জিলা কংগ্ৰেছ আৰু বোকাখাত টাউন ব্লক কংগ্ৰেছৰ উদ্যোগত বোকাখাতত ‘জয় বাপু, জয় ভীম, জয় সংবিধান’ শীৰ্ষক কাৰ্যসূচী ৰূপায়ন কৰে৷…

ৰাজীৱ শদিয়াৰ ঘৰত অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সঁজাতী দল

সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ এটা সঁজাতী দলে আজি প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ শদিয়াস্থিত টোপচিঙা গাঁ‌ৱৰ বাসগৃহত উপস্থিত হয়৷ অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পাৰস জ্যোতি দাসৰ নেতৃত্বক…

পুঁজিৰ অভাৱত ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাজেটৰ ৫১ শতাংশ ধন খৰচ কৰিব নোৱাৰিলে ৰাজ্য চৰকাৰে

অসম প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰিপুণ বৰাই ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন কৰি ২০২৪-২৫ বিত্তীয় বৰ্ষত অসম বিধান সভাত উত্থাপিত বাজেটক ভুৱা বাজেট আখ্যা দিছে৷ ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাজেটখন ভুৱা বাজেটত…

ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি, কবি নীলিম কুমাৰক ‘কুসুমাগ্ৰজ ৰাষ্ট্ৰীয় বঁটা’

অসমৰ আধুনিক অসমীয়া কবিতাৰ জগতত অন্যতম নাম হৈছে নীলিম কুমাৰ৷ নীলিম কুমাৰৰ কবিতা ৰাজ্যৰ লগতে ৰাষ্ট্ৰব্যাপি চৰ্চিত হৈ আহিছে৷ পেচাত চিকিৎসক নীলিম কুমাৰে ১৯৮৪ চনৰ পৰা কবিতাৰ চৰ্চা কৰিছিল৷ অসমৰ…

গাফিলতা কৰিছিল অভিযন্তা-ঠিকাদাৰে, ভাঙি পেলোৱা হ’ব পাৰে ২০০৪ত নিৰ্মাণ কৰা ছয়মাইল সেঁতু

গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ গণেশগুৰি-খানাপাৰা সংযোগী পথত নিতৌ পথচাৰীয়ে যমৰ-যাতনা ভূগিবলীয়া হৈছে৷ অসম সচিবালয়, প্ৰশাসনিক কলেজ, পশু চিকিৎসা মহাবিদ্যালয়, চাহ নিলাম কেন্দ্ৰ, ব্যক্তিগত-চৰকাৰী বহু কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীৰ আহ-যাহত ব্যৱহাৰ কৰা সদাব্যস্ত গণেশগুৰি-খানাপাৰা…

কৃষক মুক্তিৰ বিস্ফোৰণ, হাতীয়েই নহয় ঘোং, গঁড়, কাছোও নিছে মুকেশ আম্বানীয়ে

উত্তৰ-পূৰ্বাঞ্চলৰ পৰা মুকেশ আম্বানীৰ ব্যক্তিগত চিৰিয়াখানালৈ হাতী সৰবৰাহক লৈ ৰাজ্যত অভিযোগ-প্ৰতিভিযোগ অব্যাহত আছে৷ এদিন পূৰ্বে আম্বানীৰ ব্যক্তিগত চিৰিয়াখানা বনতাৰাই এক বিবৃতি হাতীসমূহ অসমৰ পৰা নিয়া নাই বুলি স্পষ্টীকৰণ দিয়াৰ লগতে…

সাত সাগৰ তেৰ নদীৰ সিপাৰ

কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ
পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত
অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য
ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!
মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু
সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে