নিশা ১১ বজালৈ খোলা থাকিব মদৰ দোকান

ৰঙালী বিহুৰ প্ৰাকমুহূৰ্তত ৰাজ্যৰ ৰাজকোষ উদং হৈ থকাৰ ফলত চৰকাৰী কৰ্মচাৰীক দৰমহা আদায় দিব নোৱাৰাৰ অভিযোগৰ মাজতে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে বিশেষ সিদ্ধান্ত৷ ৰাজহ সংকটৰ সময়তে মদৰ দোকান নিশা ১১…

 ৱাকফ সংশোধনী আইন বাতিলৰ দাবীত অসমত প্ৰতিবাদ, বিজেপিৰ সংবাদমেল

ৱাকফ সংশোধনী আইন বাতিলৰ দাবীত অসমৰ বিভিন্ন অঞ্চলত সংখ্যালঘু সংগঠনসমূহে বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগে লগে শ্ৰীভূমি জিলাত ১৬৩ ধাৰাৰ অধীনত নিষেধাজ্ঞা জাৰি কৰা হৈছে। গুৱাহাটী, শ্ৰীভূমি আদি ঠাইত মুছলিম…

চাবুৱা-লাহোৱালত পঞ্চায়তক লৈ অগপ-বিজেপিৰ মিত্ৰতা সম্পন্ন

বিৰোধী দলসমূহৰ মাজত খোৱা-কামোৰা অব্যাহত থকাৰ সময়তে ৰাজ্যৰ দুই শাসকীয় দল বিজেপি আৰু অগপই পঞ্চায়ত নিৰ্বাচনপ বাবে জিলা আৰু সমষ্টি পৰ্যায়ত মিত্ৰতা সম্পন্ন কৰা পৰিলক্ষিত হৈছে৷ কেইবাটাও সমষ্টিত বুজাবুজি কৰাৰ…

ধন দাবীৰ অভিযোগ প্ৰমাণ কৰিব পাৰিলে ৰাজহুৱা জীৱন ত্যাগ কৰিব ভূপেন বৰাই, হাতীগাঁও থানাত এজাহাৰ দাখিল

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই কাৰোবাৰ পৰা ধন দাবী কৰাৰ অভিযোগ কোনোৱে প্ৰমাণ কৰিব পাৰিলে বৰাই তাৎক্ষণিকভাৱে ৰাজহুৱা জীৱন ত্যাগ কৰিব। আজি এক বিবৃতিত এই কথা প্ৰকাশ…

জনতাক মাধমাৰ, হঠাতে বাঢ়িল পেট্ৰ’ল-ডিজেল, ৰন্ধন গেছৰ দাম

আকৌ ৰাইজৰ মাধমাৰ শোধালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে৷ ৰন্ধন গেছৰ মূল্য ৫০ টকাকৈ আৰু প্ৰতি লিটাৰ পেট্ৰ’ল-ডিজেলত ২ টকাকৈ বৃদ্ধি কৰিছে কেন্দ্ৰীয় চৰকাৰে৷ এতিয়াৰ পৰা ৰন্ধন গেছৰ দাম…

বিজেপিৰ ৪৬তম প্ৰতিষ্ঠা দিৱস উদযাপন, বিজেপিয়ে অসমৰ জনসাধাৰণৰ বিশ্বাস অৰ্জন কৰিছে: মুখ্যমন্ত্ৰী

ভাৰতীয় জনতা পাৰ্টি (বিজেপি)ৰ ৪৬তম প্ৰতিষ্ঠা দিৱস উপলক্ষে অসমৰ বিভিন্ন ঠাইৰ লগতে ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠান আয়োজন কৰা হৈছে। গুৱাহাটীৰ বশিষ্ঠস্থিত বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক সভাপতি দিলীপ…

ভুৱা চিঠি, ভাইৰেল অডিঅ’ টেপক লৈ অসম কংগ্ৰেছত প্ৰতিক্ৰিয়া

ডিব্ৰুগড় পূব মণ্ডল কংগ্ৰেছৰ নামত গৌৰৱ গগৈৰ বিৰুদ্ধে অভিযোগ উত্থাপিত এখন চিঠি ভাইৰেল হোৱাৰ পিছত জিলা কংগ্ৰেছ সমিতিয়ে ইয়াক ভুৱা বুলি স্পষ্ট কৰিছে। সংবাদমাধ্যমক দিয়া বিৱৃতিত তেওঁলোকে কয়, “এই চিঠি…

মাতাল জুবিন গাৰ্গৰ বিতৰ্ক, অনুষ্ঠান বাতিল, অনুৰাগীক আয়োজকে বাউন্সাৰৰ দ্বাৰা প্ৰহাৰৰ অভিযোগ

অসমীয়া সংগীতজগতৰ অন্যতম প্ৰতীক জুবিন গাৰ্গৰ সাম্প্ৰতিক ঘটনাৱলীয়ে সমাজত আলোড়ন সৃষ্টি কৰিছে। খানাপাৰাত অনুষ্ঠিত শ্যামকানু মহন্তৰ ৰঙালী অনুষ্ঠানত গীত পৰিৱেশন কৰিবলৈ অহা জুবিনে সময়মতে উপস্থিত নহোৱাৰ পৰিপ্ৰেক্ষিতত এক উগ্ৰ ঘটনাৰ…

এপেক্স বেংকৰ মুখ্য কাৰ্যালয় ঘেৰাও কংগ্ৰেছৰ, কেলেংকাৰীৰ ন্যায়িক তদন্তৰ দাবী

দুৰ্নীতিৰ তদন্ত বিচাৰি অসম প্ৰদেশ কংগ্ৰেছে আজি এপেক্স বেংকৰ মুখ্য কাৰ্যালয় ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ব্যাপক হাৰত দুৰ্নীতি আৰু অনিয়মেৰে অসমৰ জাতীয় অনুষ্ঠান এপেক্স বেংক ধ্বংস কৰিবলৈ অসম…

কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত: কৰ্মচাৰীৰ বাবে ২% ডি এ বৃদ্ধি, বান পৰিচালনাৰ ব্যৱস্থা, মহিলা হোষ্টেল অনুমোদন

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আজি অনুষ্ঠিত অসম কেবিনেটৰ বৈঠকত ৰাজ্যিক কৰ্মচাৰী-পেঞ্চনাৰসকলৰ ডি এ ২% বৃদ্ধি, বান পৰিস্থিতি পৰিচালনাৰ বাবে যুৱ বাহিনী গঠন, মহিলাসকলৰ বাবে হোষ্টেল নিৰ্মাণকে ধৰি একাধিক…