ছয়মাহৰ মূৰকত নিলম্বিত ৪ এচিএছক পুনৰ চাকৰিত মকৰল

নিৰ্বাচনী বিভাগে জাৰি কৰা নিৰ্দেশনা অনুসৰি বদলি কৰা ঠাইত যোগদান নকৰাৰ অভিযোগত চাকৰিৰ পৰা নিলম্বন কৰা চাৰি এচিএছ বিষয়াক পুনৰ চাকৰিত মকৰল কৰা হৈছে৷ ছয়মাহ পিছত চাকৰি যোগদান কৰিব চাৰি…

জনতাৰ মাজলৈ নিব আৰক্ষীক, হোৱাটছএপ নম্বৰ, ই-মেইল আইডি প্ৰকাশ ডিজিপিৰ

জ্যেষ্ঠ আইপিএছ হৰমিৎ সিঙে অসম আৰক্ষী সঞ্চালক প্ৰধানৰ দায়িত্ব লৈয়ে সক্ৰিয় হৈছে৷ আইন শৃংখলা পৰিস্থিতি অধিক উন্নত কৰিবলৈ কিছু ব্যৱস্থা গ্ৰহণ কৰিছে সিঙে৷ ২৯ জানুৱাৰীত আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা হৰমিত সিঙে…

৭ হাজাৰ টকাত বিক্ৰী বাংলাদেশী যুৱতী, হোটেলৰত অপকৰ্মত লিপ্ত কৰোৱাই কৰিছিল ৰেকৰ্ডিং

বাংলাদেশী যুৱতীক গুৱাহাটীৰ হোটেলৰ কোঠাত আৱদ্ধ কৰি অনৈতিক কাৰ্যত লিপ্ত হ’বলৈ বাধ্য কৰোৱাৰ ঘটনা পোহৰলৈ অহাত সমগ্ৰ গুৱাহাটীত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ গুৱাহাটীৰ দিছপুৰ লাষ্টগেটৰ হোটেল আদিত্য পেলেচত এই ঘটনা…

বিশিষ্ট সংগীত শিল্পী বীণা ভাগৱতী আৰু নাই

অলেখ গুণমুগ্ধ, আত্মীয় স্বজনক কন্দুৱাই অইহসংসাৰৰ পৰা মেলানি মাগে সংগীত শিল্পী বীণা ভাগৱতীয়ে৷ মহানগীৰৰ জু-ৰোডস্থিত নিজ বাসগৃহ ৮৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে৷ অসুস্থ হৈ থকা বীণা ভাগৱতীয়ে আজি…

কাৰণ দৰ্শোৱাৰ জাননী! আলফা স্বাধীনক বেআইনী সংগঠন ঘোষণা কৰা নহ’ব কিয়?

নিষিদ্ধ ঘোষিত আলফা স্বাধীনক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে কেন্দ্ৰীয় চৰকাৰে৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ জাননী মতে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ট্ৰিবিউনেলত হাজিৰ হৈ আলফা স্বাধীনক কিয় বেআইনী সংগঠন ঘোষণা কৰা নহ’ব…

সাহিত্য সভাৰ বঁটাসমূহ ঘোষণা

পাঠশালা অধিৱেশন চলি থকাৰ মাজতে অসম সাহিত্য সভাই বিভিন্ন দিশৰ বঁটাসমূহ ঘোষণা কৰিছে৷ অসম সাহিত্য সভাই অম্বিকাগিৰি ৰায়চৌধুৰী বঁটা নীলমণি সেন ডেকাক প্ৰদানৰ ঘোষণা কৰিছে৷ নলিনীৱালা হাজৰিকাক বাসন্তী বদৰলৈ বঁটা,…

৭ অসমীয়াক শীঘ্ৰে মুকলিৰ দাবীত বীৰ লাচিত সেনাৰ প্ৰতিবাদ

অসমত উলংগ বাবাৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ লগতে উলংগ বাবাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ গৈ গ্ৰেপ্তাৰ হোৱা লোকসকলক মুক্তি দিয়াৰ দাবীত আজি বীৰ লাচিত সেনা-অসমে গুৱাহাটীত ক’লা বেজ পিন্ধি প্ৰতিবাদ সাব্যস্ত…

তেজপুৰত ভয়ংকৰ অগ্নিকাণ্ড

সৰস্বতী পূজাৰ আনন্দ-উল্লাসৰ মাজতে আজি তেজপুৰত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়৷ তেজপুৰৰ নিজনত বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়৷ বিস্কুট ফেক্টৰীত বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হৈ কেইবা লক্ষাধিক টকাৰ ক্ষয়-ক্ষতি হয়৷ অভেনৰ পৰা অগ্নিকাণ্ডৰ…

বাগদেৱীৰ বন্দনাৰে মুখৰিত শিক্ষানুষ্ঠানসমূহ

আজি ৰাজ্যজুৰি পালন কৰা হৈছে সৰস্বতী পূজা। পূজাৰীৰ মন্ত্ৰোচ্চাৰণ আৰু দেৱী বন্দনাৰে শিক্ষানুষ্ঠানত আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে৷ বীণাপানীৰ আৰাধনা কৰিবলৈ পুৱাৰে পাৰে শিক্ষানুষ্ঠানলৈ সাজি-কাছি ওলাই আহিছে ছাত্ৰ-ছাত্ৰী৷ বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী…

দলিত যুৱতীক হত্যাৰ পিছতে সাংবাদমেলত হুকহুকাই কান্দিলে অযোধ্যাৰ সাংসদ অৱধেশ প্ৰসাদে

উত্তৰ প্ৰদেশত দলিত যুৱতীক নৃশংসভাৱে হত্যা কৰাৰ ঘটনাই দেশজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ হাত-ভৰি ভাঙি পেলোৱাৰ লগতে চকু উলিয়াই, সমগ্ৰ দেহ ব্লেডেৰে ক্ষত-বিক্ষত অৱস্থাত দলিত যুৱতীৰ মৃতদেহ উদ্ধাৰৰ পিছতে তীব্ৰ…