জাতিগত জনগণনাক আদৰণি সদৌ অসম গৰিয়া জাতীয় পৰিষদৰ
ভাৰত চৰকাৰে অহা লোকপিয়লত জাতি-জনগোষ্ঠীসমূহৰ জনগণনা কৰিবলৈ লোৱা সিদ্ধান্তক আদৰণি জনাইছে সদৌ অসম গৰিয়া জাতীয় পৰিষদে৷ সদৌ অসম গৰিয়া জাতীয় পৰিষদৰ সভাপতি মইনুল ইছলাম আৰু সাধাৰণ সম্পাদক মীৰ আৰিফ ইকবাল…
নজনোৱাকৈ গ’লে গৌৰৱক গ্ৰেপ্তাৰ কৰক, নৰেন্দ্ৰ মোদীয়ে পাকিস্তানলৈ গৈ বিৰিয়ানী খায়ঃ অখিল
বিজেপিৰ দখলত থকা সমষ্টিৰ পৰা আতৰি থাকি কংগ্ৰেছ আৰু এআইইউডিএফৰ দখলত থকা বিধানসভা সমষ্টিতসমূহ ব্যস্ত অখিল গগৈ৷ কেৱল যে কংগ্ৰেছ আৰু এআইইউডিএফৰ দখলত থকা বিধানসভা সমষ্টিতসমূহত প্ৰচাৰ চলাই আছে তেনে…
কয়লা চিণ্ডিকেটত বিজেপি নেতা দেৱলাল গাৰ্লোছাৰ নেতৃত্বত কোটি টকাৰ চিণ্ডিকেট, জগদীশ ভূঞাৰ বিস্ফোৰণ
অসম জাতীয় পৰিষদে (অজাপ) আজি গুৱাহাটীত এখন সংবাদমেলত কয়লা চিণ্ডিকেট সম্পৰ্কে এক বিস্ফোৰক তথ্য উন্মোচন কৰি বিজেপি নেতৃত্বাধীন চৰকাৰ, বিশেষকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ডিমা হাচাওৰ বিজেপি নেতা তথা…
বৌদ্ধ মঠৰ বাবে ৩০ লাখ টকা মূল্যৰ জমি দান জাহা চিংফৌৰ
এগৰাকী প্ৰখ্যাত সমাজসেৱিকাই বৌদ্ধ মঠৰ বাবে দান কৰিছে প্ৰায় ৩০ লাখ টকা মূল্যৰ ভূমি৷ মাৰ্ঘেৰিটাৰ মাকুম পাথাৰৰ মাছে গাঁৱত বৌদ্ধ মঠ নিৰ্মাণৰ বাবে এই ভূমি দান কৰিছে৷ আজি বৌদ্ধ মঠৰ…
কামাখ্যা মন্দিৰ-আহোম সম্প্ৰদায়ক অপমান কৰা শুকুৰক গ্ৰেপ্তাৰ
অসম আৰক্ষীয়ে বিতৰ্কিত শুকুৰ আলিক গ্ৰেপ্তাৰ কৰিছে৷ আজি গোৱালপাৰা আৰক্ষীয়ে শুকুৰ আলিক গ্ৰেপ্তাৰ কৰিছে। ভাইৰেল ভিডিঅ’ৰ আলমত ৰুজু গোচৰৰ ভিত্তিত শুকুৰ আলীক গ্ৰেপ্তাৰ কৰা হয়৷ ধৰ্মীয় ভাবাবেগ লৈ উচটনি দি…
আইপিএলত ইতিহাস গঢ়িলে ৰিয়ান পৰাগ, ছয়টা ক্ৰমাগত ছয়
আইপিএল ২০২৫ৰ এক ৰোমাঞ্চকৰ মেচত ৰাজস্থান ৰয়েলছৰ স্থায়ী অধিনায়ক হিচাপে দায়িত্ব লৈ থকা ৰিয়ান পৰাগে ভাৰতীয় প্ৰিমিয়াৰ লিগৰ ইতিহাস গঢ়িছে। ক’লকাতা নাইট ৰাইডাৰ্ছৰ বিপক্ষে খেলত পৰাগে ক্ৰমাগত ছয়টা ছয় মাৰি…
তুচ্ছ-তাচ্ছিল্য ৰাইজে ভাল পোৱা নাই, লোকসভা নিৰ্বাচনতকৈ এইবাৰ কংগ্ৰেছৰ ভোট বাঢ়িবঃ গৌৰৱ গগৈ
প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনী প্ৰচাৰ শেষ হোৱাৰ পিছতেই দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰত গৰম হৈ পৰিছে নিৰ্বাচনৰ প্ৰচাৰ। নামনি অসমৰ গাঁৱে-ভূঞে নেতা-পালিনেতাৰ ভিৰ দেখা গৈছে। শাসক-বিৰোধী নামি পৰিছে নিৰ্বাচনী প্ৰচাৰত। বৰপেটাৰোডৰ…
বিহাৰত ইণ্ডিয়া মিত্ৰজোঁটে একত্ৰিতভাৱে নিৰ্বাচন খেলাৰ সিদ্ধান্ত
বিহাৰত ২০ বছৰে শাসন কৰি অহা নীতিশ কুমাৰ নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে বিৰোধীয়ে একত্ৰিতভাৱে আগন্তুত বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ আজি সিদ্ধান্ত গ্ৰহণ কৰে। পাটনাত অনুষ্ঠিত আটাইকেইটা দলে বৈঠক অনুষ্ঠিত কৰাৰ পিছতে…
আইআইটি, জাগীৰোডৰ টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্প পৰিদৰ্শন জাপানৰ উচ্চস্তৰীয় প্ৰতিনিধি দলৰ
কালি অসমত উপস্থিত হোৱা জাপানৰ হাউছ অৱ্ ৰিপ্ৰেজেণ্টেটিভৰ অধ্যক্ষ নুকাগা ফুকুশ্বিৰো আৰু তেওঁৰ সৈতে অহা উচ্চস্তৰীয় প্ৰতিনিধি দলটোৱে আজি দ্বিতীয় দিনা গুৱাহাটী আইআইটি আৰু মৰিগাঁও জিলাৰ জাগীৰোডত নিৰ্মীয়মান টাটা ছেমি…
শুকুৰ আলীৰ আহোম বিৰোধী মন্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া
অসমৰ ৰাজনীতি পুনৰ এবাৰ উত্তপ্ত হৈ পৰিছে। ষ্টাৰ প্ৰচাৰক হিচাপে পৰিচিত শুকুৰ আলীয়ে আহোম জনগোষ্ঠীক লৈ কৰা অপমানজনক মন্তব্যে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এক সংখ্যালঘু এলেকাত অনুষ্ঠিত সভাত শুকুৰ…