বিশিষ্ট চিন্তাবিদ, প্ৰগতিশীল লেখক, ইতিহাসবিদ অধ্যাপক উদয়াদিত্য ভৰালীক পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা
এইবাৰৰ ’পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা’ আগবঢ়োৱা হৈছে বিশিষ্ট চিন্তাবিদ, প্ৰগতিশীল লেখক, ইতিহাসবিদ অধ্যাপক উদয়াদিত্য ভৰালীক ৷ পৰাগ কুমাৰ দাস সতীৰ্থ মঞ্চই এক বিবৃতিত কয় যে কটন মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ…
৭১ত পাকিস্তানে জমা দিয়া বন্দুককেইটা ১০টাকৈ গুলী ভৰাই আমাক দিয়কঃ বেলুচ আৰ্মী
পাকিস্তানৰ বেলুচিস্তান অঞ্চলৰ স্বাধীনতা দাবীত বিদ্ৰোহ কৰি অহা বেলুচিস্তান লিবাৰেচন ফ্ৰণ্ট চমুকৈ বিএলএফে শেহতীয়াকৈ পুনৰবাৰ সক্ৰিয় হৈছে৷ বেলুচ জাতিতাত্ত্বিক বিচ্ছিন্নতাবাদী সশস্ত্ৰ গোটে বেলুচিস্তান অঞ্চলৰ মুক্তিৰ দাবীত দীৰ্ঘকালে বিদ্ৰোহ কৰি গৈছে৷…
কংগ্ৰেছে মিত্ৰতাৰ ক্ষেত্ৰত সচেতনতা-দায়িত্বশীল হ’ব লাগিবঃ লুৰীণ
অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে পঞ্চায়ত নিৰ্বাচনত ফলাফল ঘোষণা হৈ থকাৰ সময়তে পুনৰ বিৰোধী ঐক্যক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে৷ বিৰোধীৰ দুৰ্বল প্ৰদর্শনৰ বাবে কংগ্ৰেছ দলক দায়ী কৰিছে লুৰীণজ্যোতি গগৈয়ে।…
‘নিউক্লিয়াৰ ব্লেকমেইল’ সহ্য কৰা নহ’ব, ‘অপাৰেচন সিন্দূৰ’ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে লোৱা নীতিঃ মোদী
পেহেলগাম কাণ্ড আৰু যুদ্ধবিৰতিৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সন্ধিয়া ৮ বজাত দেশবাসীক সম্বোধন কৰে৷ প্ৰধানমন্ত্ৰী মোদীয়ে পাকিস্তানক সকীয়নি প্ৰদান কৰে৷ নৰেন্দ্ৰ মোদীয়ে কয় যে তেজ আৰু পানী একেলগে বৈ…
বাণিজ্য বন্ধ কৰাৰ কথা কোৱাতহে ভাৰত-পাকিস্তানে যুদ্ধ বন্ধ কৰিবলৈ সন্মতঃ ডনাল্ড ট্ৰাম্প
আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে দাবী কৰিছে যে ভাৰত আৰু পাকিস্তানৰ মাজত সম্ভাব্য পাৰমাণৱিক যুদ্ধ তেওঁ বন্ধ কৰিছে। সোমবাৰে হোৱাইট হাউচত সাংবাদিকসকলৰ সৈতে হোৱা বাৰ্তাত তেওঁ প্ৰকাশ কৰে যে আমেৰিকাই এই…
টেষ্ট ক্ৰিকেটে স্থিৰতা দিছে আৰু জীৱনৰ বাবে অমূল্য শিক্ষা দিলে
মই প্ৰথমবাৰলৈ টেষ্ট ক্ৰিকেটত ব্লু পিন্ধি দললৈ আহিছিলো৷ তাৰ ১৪ বছৰ পাৰ হৈ গ’ল। সত্য কথা যে মই কেতিয়াও কল্পনা কৰা নাছিলো যে এই ফৰ্মেটত মোক এনে যাত্ৰালৈ লৈ যাব।…
জিলা পৰিষদত ১৭০ খনত বিজেপি, ১৫ খনত কংগ্ৰেছ জয়ী
আজি পুৱাৰে পৰা পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা অনুষ্ঠিত হৈছে৷ বিটিআৰ, ডিমা হাচাও স্বায়ত্ব শাসিত আৰু কাৰ্বি স্বায়ত্ব শাসিত এলেকাত বাহিৰে বাকী সকলো ঠাইতে অনুষ্ঠিত পঞাচত নিৰ্বাচনৰ ভোট গণনা পুৱাৰে পৰা অনুষ্ঠিত…
জম্মুত মণিপুৰৰ জোৱান দীপক চিনগাখাম শ্বহীদ
যুদ্ধ সমাপ্তিৰ মাজতে সমগ্ৰ দেশৰ বাবে গভীৰ বেদনাদায়ক হৈ পৰিছে। জম্মু-কাশ্মীৰৰ আৰ.এছ. পুৰা অঞ্চলত ভাৰত-পাকিস্তান আন্তঃৰাষ্ট্ৰীয় সীমান্তত সংঘটিত সীমান্তৰ সিপাৰৰ গুলী বৰ্ষণত আন এজন জোৱান শ্বহীদ হৈছে৷ বিএছএফ কনষ্টবল (জিডি)…
ভাৰত-পাকিস্তানৰ মাজত সংঘৰ্ষবিৰতি
ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে শনিবাৰে এখন সংক্ষিপ্ত বিবৃতিত জানিবলৈ দিয়ে যে ভাৰত আৰু পাকিস্তানৰ মাজত সংঘৰ্ষবিৰতিৰ ওপৰত একমত হৈছে। তেওঁ কয় যে পাকিস্তানৰ ডাইৰেক্টৰ জেনাৰেল অৱ মিলিটাৰী অপাৰেচনে ভাৰতীয়…
ভাৰত-পাকিস্তান উত্তেজনা: জম্মু, ৰাজস্থান, পঞ্জাৱত পাকিস্তানৰ ড্ৰোন-মিছাইল আক্ৰমণ
ভাৰতৰ দ্বাৰা পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰত সন্ত্রাসবাদী ঘাঁটিত কৰা আক্ৰমণৰ ঠিক পিছতে বৃহস্পতিবাৰে পাকিস্তানে জম্মু, ৰাজস্থান আৰু পঞ্জাৱৰ কেইবাটাও অঞ্চলত ড্ৰোন আৰু মিছাইল আক্ৰমণ চলায়। ভাৰতে তৎক্ষণাত নিজৰ বায়ু-প্ৰতিৰক্ষা…