জাপানত ভূমিকম্পৰ তীব্ৰ জোকাৰণি, চুনামীৰ সতৰ্কবাণী জাৰি

ডিজিটেল ডেস্কঃ ভূমিকম্পৰ তীব্ৰ জোকাৰণিয়ে পুনৰ কপাই গ’ল জাপান। বৃহস্পতিবাৰে জাপানৰ দক্ষিণ-পশ্চিম অঞ্চলত অনূভূত হয় তীব্ৰ জোকাৰণি। ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য আছিল ৭.১। ভূমিকম্পপ্ৰৱণ দেশখনত বৃহস্পতিবাৰে পুৱা অনুভূত হোৱা এই…

প্ৰতিবাদৰ সন্মুখত নতশিৰ হাছিনাৰ পদত্যাগ, দেশ এৰি পলায়ন

ডিজিটেল ডেস্কঃ চৰকাৰৰ বিৰুদ্ধে হাজাৰ হাজাৰ লোক ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতে পদত্যাগ পত্ৰ প্ৰদান কৰি দেশ এৰি পলায়ন কৰিবলগীয়া হ’ল বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই। দেশখনৰ সেনাৰ সূত্ৰই…

প্ৰতিবাদৰ জুইত জ্বলিছে বাংলাদেশ! ৩ শতাধিকৰ মৃত্যু, অচল ইণ্টাৰনেট

ডিজিটেল ডেস্কঃ বাংলাদেশত পুনৰ উকমুকোৱা চৰকাৰ বিৰোধী প্ৰতিবাদত মৃত্যুৰ সংখ্যা ৩০০ জনলৈ বৃদ্ধি পাইছে। দেওবাৰৰ দিনটোতে ৰাজ্যখনত শতাধিক প্ৰতিবাদকাৰী নিহত হোৱাৰ লগতে আন কেইবা শতাধিক আহত হোৱাৰ খবৰ পোৱা গৈছে।…

সাগৰ তীৰত আত্মঘাটী সন্ত্ৰাসবাদী নিৰ্বিচাৰ আক্ৰমণ, ৩২ জন সাধাৰণ নাগৰিকৰ মৃত্যু

ডিজিটেল ডেস্কঃ পূব আফ্ৰিকাৰ দেশ ছোমালিয়াৰ এখন জনপ্ৰিয় সাগৰ তীৰত শুকুৰবাৰে নিশা আত্মঘাটী সন্ত্ৰাসবাদীৰ আক্ৰমণত ৩২ জন লোক নিহত হোৱাৰ লগতে আন কেইবা ডজনো লোক আহত হোৱা বুলি ৰাষ্ট্ৰখনৰ প্ৰতিৰক্ষা…

কমলা হেৰিছ অযোগ্য, উগ্ৰ বাওঁপন্থী, উন্মাদ

আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতাৰ পৰা জ’ বাইদেনে নাম প্ৰত্যাহাৰৰ পাছতে ভাৰতীয় বংশোদ্ভৱ কমলা হেৰিছৰ বাবে ৰাষ্ট্ৰপতি পদত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাট মুকলি হৈছে৷ কমলা হেৰিছৰ নাম চৰ্চাত অহাৰ লগে লগে আক্ৰমণ…