আত্মহননৰ পথ বাছি ল’লে বিধায়ক মানৱ ডেকাৰ ভাতৃয়ে

বিধায়ক মানৱ ডেকাৰ ভাতৃয়ে ল’লে চৰম সিদ্ধান্ত। আত্মহননৰ দৰে চৰম পন্থা বাছি ল’লে বিধায়কগৰাকীৰ ভাতৃয়ে। শনিবাৰে নিশা প্ৰায় ১১-৪৫ বজাত সংঘটিত হয় এই অনাকাঙ্খিত ঘটনা। জানিব পৰা মতে দীৰ্ঘদিন ধৰি…

৪ জিলাত পুনৰ ছমাহৰ বাবে আফস্পাৰ ম্যাদ বৃদ্ধি…

ডিজিটেল ডেস্ক: ৰাজ্যৰ ৪ জিলাত বৃদ্ধি কৰা হৈছে আফস্পাৰ (AFSPA) ম্যাদ । মঙলবাৰে জাৰি কৰা এক জাননী অনুসৰি, বাংলাদেশৰ শেহতীয়া পৰিস্থিতি আৰু ইয়াৰ ফলত আভ্যন্তৰীণ আইন-শৃংখলা পৰিস্থিতিৰ ওপৰত সম্ভাৱ্য বিদ্বেষপূৰ্ণ…

অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি পোৱাৰ পাছত অসমীয়াৰ দায়িত্ব আৰু বাঢ়িলঃ ইমৰান শ্বাহ

ডিজিটেল সংবাদ: ‘খাটিখোৱা মানুহে ভাষা জীয়াই ৰাখে’- অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰাৰ পাছত সন্তুষ্টি ব্যক্ত কৰি এইদৰে মন্তব্য কৰে কথাশিল্পী তথা পদ্মশ্ৰী ইমৰান শ্বাহে। তেওঁ লগতে কয় যে,…

ব্যতিক্রমী প্ৰতিবাদ; শৰাইৰ ওপৰত স্মাৰ্ট মিটাৰ লৈ গতালে বিদ্যুৎ বিভাগক

সমগ্ৰ ৰাজ্যত বিদ্যুৎ বিভাগৰ আসোঁৱাহপূৰ্ণ স্মাৰ্ট মিটাৰৰ অধিক মাত্ৰা বিদ্যুতৰ মাচুলে সাধাৰণ ৰাইজক জলা-কলা খুৱাইছে। আসোঁৱাহ পূৰ্ণ স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰ দাবীত ৰাজ্যৰ চৌদিশে প্ৰতিবাদৰ জোৱাৰ উঠিছে। বিগত দিন সমূহত সাধাৰণ…

ধলাত ডাম্পাৰৰ খুন্দাত মৃত্যু এজন বাইক আৰোহীৰ

তিনিচুকীয়াৰ ধলাত আজি সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। খবৰ অনুসৰি এখন তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত এগৰাকী বাইক আৰোহী নিহত হয়। ধলা লাফাং কলা চাৰিআলিৰ পুলিচ চেক পইন্টতে এই ভয়ংকৰ দুৰ্ঘটনাটো…

আছুৰ পৰৱৰ্তী সাধাৰণ সম্পাদকৰ দৌৰৰ শীৰ্ষত কাৰ্বি আংলঙৰ এগৰাকী ছাত্ৰ নেতা

সদৌ অসম ছাত্র সন্থা চমুকৈ আছুৰ পৰৱৰ্তী সাধাৰণ সম্পাদকৰ দৌৰৰ শীৰ্ষত আছে কাৰ্বি আংলঙৰ এগৰাকী ছাত্ৰ নেতা। আগন্তুক ৬ মাহলৈ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব লাভৰ উজ্জ্বল সম্ভাৱনা চৰ্জন হাঞ্চেৰ। প্ৰায়…

তিনিচুকীয়াত NSCN(IM)ৰ কেডাৰসহ জব্দ বুজন পৰিমাণৰ মাৰণাস্ত্ৰ

তিনিচুকীয়াৰ পেঙেৰীৰ ইনথেমত NSCN(IM)ৰ কেডাৰসহ জব্দ বুজন পৰিমাণৰ মাৰণাস্ত্ৰ। এজন NSCM(IM)ৰ কেডাৰসহ জব্দ কৰা হৈছে তিনিটা হেণ্ড গ্ৰেনেড, দুটা মেগজিন, দুটা পিষ্টল আৰু অৰ্ধশতাধিক সক্ৰিয় গুলী। পেঙেৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত…

আত্মসমৰ্পনৰ পূৰ্বে নিশা ক’ত আছিল চুমি-তাৰ্কিক

স্বামী তাৰ্কিকৰ সৈতে STFৰ জালত চুমি বৰা। আত্মসমৰ্পণ কৰাৰ পূৰ্বেই STF-এ আটক কৰে দুয়োকে। ইয়াৰ পিছতেই STF-এ চুমি-তাৰ্কিকক ডিব্ৰুগড় আৰক্ষীক গতাই দিয়ে। বৰ্তমান ডিব্ৰুগড় আৰক্ষীৰ জেৰাৰ সন্মুখীন হৈ আছে ট্ৰেডিং…

উৎকট গৰম; মাজুলীত ঢলি পৰিল ৮ গৰাকী ছাত্ৰী

দেশৰ বিভিন্ন ৰাজ্যৰ দৰে অসমকে ধৰি উত্তৰ-পূবৰ ৰাজ্য কেইখনত আৰম্ভ হৈছে নেকি গ্ৰীষ্মপ্ৰবাহ৷ বিগত দুই-তিনিদিনৰ পৰা অসমত হঠাতে আৰম্ভ হোৱা গৰমৰ বাবেই উত্থাপিত হৈছে এই প্ৰশ্ন। প্ৰণিধানযোগ্য যে ৰাজ্যখনত দৈনিক…

গ্ৰেপ্তাৰ হ’ব নেকি আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা?

গ্ৰেপ্তাৰ হ’ব পাৰে সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা। শংকৰ জ্যোতি বৰুৱাৰ বিৰুদ্ধে এগৰাকী যুৱতীয়ে আনিছে চাঞ্চল্যকৰ অভিযোগ। ভঙাগড় থানাত এজাহাৰ দাখিল কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়নৰত…