মিচিং হস্ততাঁত বস্ত্ৰলৈ জি আই টেগ…
মিচিং হস্ততাঁত সামগ্ৰিক ২৫ নৱেম্বৰ, সোমবাৰে আনুষ্ঠানিক ভাবে ভৌগোলিক সূচাংক অৰ্থাৎ জি আই প্ৰমাণপত্ৰ প্ৰদান কৰা হয় ৷ কুৰালগুৰিস্থিত হস্তশিল্প উন্নয়ন প্ৰতিষ্ঠানে জনোৱা আবেদনৰ ভিত্তিত কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী গিৰিৰাজ সিং…
“শৰাইঘাটৰ যুদ্ধ আছিল অসমীয়াৰ মৰণপণ যুঁজ, জাতিৰ অস্তিত্ব ৰক্ষাৰ যুঁজ: সৰ্বানন্দ সোণোৱাল
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি মহাবীৰ লাচিত বৰফুকনৰ ৪০২ সংখ্যক জয়ন্তী উপলক্ষে নতুন দিল্লীত লাচিত দিৱস অনুষ্ঠানৰ আয়োজন কৰে, য’ত প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ সদস্য তথা বিশিষ্ট ইতিহাসবিধ সঞ্জীৱ সান্যাল…
শিৱসাগৰত পুনৰ আফ্ৰিকান ছোৱাইন ফিভাৰ…
গাহৰি-লাইশাকৰ জুতি লোৱাৰ কথা ভবাসকলে সেই আশা সদ্যহতে বাদ দিয়ক । কিয়নো, পুনৰ প্ৰাদুৰ্ভাৱ ঘটিছে আফ্ৰিকান ছোৱাইন ফিভাৰৰ । শিৱসাগৰ জিলাৰ ডিমৌ ৰাজহ চক্ৰৰ অন্তৰ্গত ডিমৌ উন্নয়ন খণ্ডৰ অধীনত থকা…
লাচিত দিৱসৰ নামত ধন দাবী: বীৰ লাচিত সেনাৰ ৪নেতাক নিলম্বন
কোনো দল-সংগঠনে ব্যৱসায়িক প্ৰতিষ্ঠানত ধন দাবী কৰিব নোৱাৰিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কঠোৰ নিৰ্দেশ দিছিল। কিন্তু মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশক কেৰেপ নকৰে ৰাজ্যৰ একাংশ দল-সংগঠনে । একাংশই অনুষ্ঠান আয়োজন কৰাৰ…
যোৰহাটত অসম ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস…
যোৰহাট জিলা ছাত্ৰ পৰিষদ আৰু গোলাঘাট জিলা ছাত্র পৰিষদৰ উদ্যোগত যোৰহাটৰ অগপ জিলা কাৰ্যালয়ৰ বাকৰিত অসম ছাত্ৰ পৰিষদৰ ষষ্ঠ বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত কৰা হয় । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ…
আঘোণৰ পথাৰে কন্দুৱাইছে কৃষকক…
ৰাজ্যৰ প্ৰতিজন কৃষকে বছৰটোৰ বাবে সোণগুটি চপোৱাৰ সময়ত ডিব্ৰুগড় জিলাৰ খোৱাঙৰ এটা প্ৰান্তৰত নাই আঘোণৰ এই মাদকতা । আঘোণৰ পথাৰত চকুলো ওলাইছে কৃষকৰ। চৰহা পোকে সকলো সপোন কাঢ়ি নিলে কৃষক…
“শৰৎ কালৰ ৰাত্ৰি অতি বিতোপন,ৰাসক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈল মন”- আজি ৰাস পূৰ্ণিমা…
আজি ৰাস পূৰ্ণিমা ৷ শ্ৰীকৃষ্ণৰ ভক্তিৰসত গুঞ্জৰিছে সমগ্ৰ ৰাজ্য ৷ সচৰাচৰ ৰাস বুলি ক’লেই মাজুলীৰ ছবিখন মানসপটত জিলিকি উঠে ৷ কাতি মাহৰ লক্ষ্মী পূৰ্ণিমাৰ দিনাই সমগ্ৰ মাজুলীৰ ১২ খনকৈ সত্ৰৰ…
পদুমণি নিতাইপুখুৰীৰ ৰাসলীলা মহোৎসৱ উদ্বোধন মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি ৰাজ্যবাসীয়ে বিভিন্ন প্ৰান্তত অনুষ্ঠিত কৰিছে ৰাস মহোৎসৱ । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে ডিব্ৰুগড় জিলাৰ বহু স্থানত ৰাইজে অনুষ্ঠিত কৰিছে পৰম্পৰা ৰক্ষা কৰি শ্ৰীশ্ৰীকৃষ্ণৰ ৰাসলীলা মহোৎসৱ ।…
আলফা স্বাধীনৰ নামত ধন দাবীৰ অভিযোগত আটক দুজন
তিনিচুকীয়াত আৰক্ষীয়ে চলাইছে আলফা বিৰোধী অভিযান। আৰক্ষীয়ে চলোৱা অভিযানত সোমবাৰে নিশা জিলাখনৰ দুজনকৈ লোকক আটক কৰাৰ লগতে জব্দ কৰিছে বহু আপত্তিজনক সামগ্ৰী। তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মৃন্ময় দাসৰ নেতৃত্বত স্থানীয়…
তিনিচুকীয়া বাইপাছত শোকাৱহ দুৰ্ঘটনাঃ নিহত শিশুসহ ৪ জন
মঙলবাৰে পুৱতি নিশা তিনিচুকীয়া বাইপাছত শোকাৱহ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোত থিতাতে নিহত হয় বাহনখনত থকা ৪ গৰাকী লোক আৰু আহত হয় দুগৰাকী মহিলা ৷ জানিব পৰা মতে, পথৰ দাঁতিৰ দ…