তেল চুৰি চক্ৰৰ সৈতে জড়িত থকাৰ অভিযোগ বিধায়ক পুত্ৰ, আত্মসমৰ্পণ

গুৱাহাটীঃ তেল চুৰিৰ অভিযোগত নাম সাঙোৰ খাই পৰাৰ পিছত আৰক্ষীয়ে ঠিকনা বিচাৰি প্ৰায় ৪৮ ঘণ্টা ধৰি চলোৱা অভিযানৰ মাজতে অৱশেষত নিজেই আহি থানাত আত্মসমৰ্পণ কৰিলে বিধায়ক নুৰুল হুদাৰ পুত্ৰ ৰকিবুল…

দাবী কৰা ধন নিদিয়াত ১২ বছৰীয়া ছাত্ৰক হত্যা, শদিয়াত চাঞ্চল্য

তিনিচুকীয়া জিলাৰ শদিয়াৰ চূণপোৰাত সংঘটিত নৃশংস ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ শদিয়াৰ চূণপোৰা ১২ বছৰীয়া কিশোৰ ৰোহিত ছেত্ৰীক অপহৰণ কৰি নৃশংস হত্যা কৰে অপহৰণকাৰীয়ে৷ ইতিমধ্যে দুই অপহৰণকাৰীক গ্ৰেপ্তাৰ কৰি ১২…

ব্লক-মণ্ডল-বুথ সমিতিত কৰিব লাগিব কাম, ৫ সমষ্টিৰ বাবে ৫টা সমিতি গঠন কংগ্ৰেছৰ

উপ-নিৰ্বাচনৰ বাব তৎপৰতা আৰম্ভ কৰিছে অসম প্ৰদেশ কংগ্ৰেছে৷ ইতিমধ্যে ৫ সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে সুকীয়া সুকীয়া সমিতি গঠন কৰিছে প্ৰদেশ কংগ্ৰেছে৷ বঙাইগাঁও, চামগুৰি, ধলাই, বিহালী আৰু ছিদলী বিধানসভা সমষ্টিৰ বাবে তিনি…

পূৰ্বৰ ভোটাৰ তালিকাতে হ’ব নিৰ্বাচন, উপ-নিৰ্বাচনৰ পূৰ্বে ৫ সমষ্টিৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ

লোকসভা নিৰ্বাচনৰ ফলত ৰাজ্যত খালী হোৱা পাঁচটা বিধানসভা সমষ্টিত শীঘ্ৰে অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন৷ উপ-নিৰ্বাচনৰ বাবে সাজু হৈছে নিৰ্বাচন আয়োগ৷ ৰাজ্যিক নিৰ্বাচন বিভাগে পাঁচটা বিধানসভা সমষ্টিৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰিছে।…

আজি অসমবাসীৰ বাবে বিশেষ দিন, আহোমৰ মেদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৰূপে স্বীকৃতি

অসমৰ ইতিহাসত বিশেষ দিন হৈ ৰ’ল আজিৰ দিনটো৷ ২০২৪ চনৰ ২৬ জুলাইৰ দিনটোতে অসমে লাভ কৰিলে বিশেষ স্বীকৃতি৷ নানা জল্পনা-কল্পনাৰ অন্তত আহোম যুগৰ কীৰ্তিচিহ্নই আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছে৷ আহোমৰ ৭০০…

বীৰ ৰাঘৱ মৰাণ স্মৃতি দিৱস উপলক্ষে সীমিত বন্ধ ঘোষণা

উজনি অসমৰ কৃষ্টি-সংস্কৃতিৰে চহকী মৰাণ জনগোষ্ঠীৰ আবেগ তথা অসমীয়া জাতিৰ অতুল্য সাহস, বীৰত্ব, স্বদেশ প্ৰেমৰ নিদৰ্শন বীৰ ৰাঘৱ মৰাণৰ স্মৃতি দিৱস উপলক্ষে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিশেষ ঘোষণা কৰিছে৷ মহান…