বিহালীত প্ৰাৰ্থিত্ব হেৰুৱালে বিবেক দাসে…

বিহালীত প্ৰাৰ্থিত্ব নাপাই বিবেক দাসে। চৰ্তসাপেক্ষে অসম সন্মিলিত মৰ্চাক বিহালী সমষ্টি এৰি দিলে কংগ্ৰেছে । বিবেক দাসৰ পৰিৱৰ্তে বিহালী সমষ্টিত থিয় কৰাব আন এগৰাকী প্ৰাৰ্থীক। আজি সংবাদমেলযোগে সমষ্টিটোৰ প্ৰাৰ্থীৰ নাম…

অপেক্ষা বুধবাৰলৈ! আজিও চূড়ান্ত নহ’ল বিহালী প্ৰাৰ্থীৰ নাম…

বিহালী সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে আজিও প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰিব নোৱাৰিলে অসম সন্মিলিত মৰ্চাই। হোটেল লিলিত অনুষ্ঠিত বৈঠকৰ পাছতো কোনো সিদ্ধান্তত উপনীত হ’ব পৰা নাই অসম সন্মিলিত মৰ্চা। মঙলবাৰে অসম…

৩৭১ বছৰীয়া পৰম্পৰাৰে আউনীআটী সত্ৰত কাতি বিহু উদযাপন

সমগ্র ৰাজ্যৰ লগতে মাজুলীতো উলহ-মালহেৰে উদযাপন কৰা হৈছে কাতি বিহু। মাজুলীত কাতি বিহুক শাৰদীয় মুখ্য উৎসৱ হিচাপে গণ্য কৰা হয় । ৰাসোৎসৱ, পালনামৰ দৰেই কাতি বিহু মুখ্য উৎসৱ মাজুলীৰ ।…

টিংখাঙত কাতি বিহু পালন মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

ডিজিটেল ডেস্কঃ বৃহত্তৰ টিংখাঙৰ কৃষিজীৱী ৰাইজৰ সহযোগত আৰু দিহিংচাং বহুমুখী সমবায় সমিতিৰ উদ্যোগত আয়োজিতৰ নখাট লেঙেৰী পথাৰত কাতি বিহুৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে কেন্দ্ৰীয়…

দায়িত্ব অৰ্পনৰ পাছতে বিহালীত প্ৰচাৰ অভিযান পীযুষ হাজৰীকাৰ

ডিজিটেল ডেস্কঃ   উপ-নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিছতে তৎপৰ হৈ পৰিছে শাসকীয় দলৰ লগতে বিৰোধী কংগ্ৰেছ ৷ ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে মন্ত্ৰী পীযুষ হাজৰীকাই। বিহালীৰ অন্তৰ্গত ৰাংচালি, তিনিসুতি আৰু হাতিবন্ধাত…

আত্মহননৰ পথ বাছি ল’লে বিধায়ক মানৱ ডেকাৰ ভাতৃয়ে

বিধায়ক মানৱ ডেকাৰ ভাতৃয়ে ল’লে চৰম সিদ্ধান্ত। আত্মহননৰ দৰে চৰম পন্থা বাছি ল’লে বিধায়কগৰাকীৰ ভাতৃয়ে। শনিবাৰে নিশা প্ৰায় ১১-৪৫ বজাত সংঘটিত হয় এই অনাকাঙ্খিত ঘটনা। জানিব পৰা মতে দীৰ্ঘদিন ধৰি…

৪ জিলাত পুনৰ ছমাহৰ বাবে আফস্পাৰ ম্যাদ বৃদ্ধি…

ডিজিটেল ডেস্ক: ৰাজ্যৰ ৪ জিলাত বৃদ্ধি কৰা হৈছে আফস্পাৰ (AFSPA) ম্যাদ । মঙলবাৰে জাৰি কৰা এক জাননী অনুসৰি, বাংলাদেশৰ শেহতীয়া পৰিস্থিতি আৰু ইয়াৰ ফলত আভ্যন্তৰীণ আইন-শৃংখলা পৰিস্থিতিৰ ওপৰত সম্ভাৱ্য বিদ্বেষপূৰ্ণ…

অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি পোৱাৰ পাছত অসমীয়াৰ দায়িত্ব আৰু বাঢ়িলঃ ইমৰান শ্বাহ

ডিজিটেল সংবাদ: ‘খাটিখোৱা মানুহে ভাষা জীয়াই ৰাখে’- অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰাৰ পাছত সন্তুষ্টি ব্যক্ত কৰি এইদৰে মন্তব্য কৰে কথাশিল্পী তথা পদ্মশ্ৰী ইমৰান শ্বাহে। তেওঁ লগতে কয় যে,…

ব্যতিক্রমী প্ৰতিবাদ; শৰাইৰ ওপৰত স্মাৰ্ট মিটাৰ লৈ গতালে বিদ্যুৎ বিভাগক

সমগ্ৰ ৰাজ্যত বিদ্যুৎ বিভাগৰ আসোঁৱাহপূৰ্ণ স্মাৰ্ট মিটাৰৰ অধিক মাত্ৰা বিদ্যুতৰ মাচুলে সাধাৰণ ৰাইজক জলা-কলা খুৱাইছে। আসোঁৱাহ পূৰ্ণ স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰ দাবীত ৰাজ্যৰ চৌদিশে প্ৰতিবাদৰ জোৱাৰ উঠিছে। বিগত দিন সমূহত সাধাৰণ…

ধলাত ডাম্পাৰৰ খুন্দাত মৃত্যু এজন বাইক আৰোহীৰ

তিনিচুকীয়াৰ ধলাত আজি সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। খবৰ অনুসৰি এখন তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত এগৰাকী বাইক আৰোহী নিহত হয়। ধলা লাফাং কলা চাৰিআলিৰ পুলিচ চেক পইন্টতে এই ভয়ংকৰ দুৰ্ঘটনাটো…