বিষাক্ত হৈছে হিন্দী বোলছবি উদ্যোগ, মই মুম্বাই এৰি গুছি আহিলো
বিষাক্ত হৈছে হিন্দী বোলছবি উদ্যোগ৷ যাৰ বাবে মই মুম্বাই এৰি গুছি আহিলো৷ এনদনে আক্ষেপ প্ৰকাশ কৰি হিন্দী বোলছবি জগতক বিদায় দিয়াপ ঘোষণা কৰিলে ছবি নিৰ্মাতা অনুৰাগ কাশ্যপে৷ অভিনেতা-চলচ্চিত্ৰ নিৰ্মাতা অনুৰাগ…
মন্ত্ৰী সিংহলৰ বিৰুদ্ধে বিধানসভাত কংগ্ৰেছৰ ভৰ্ৎসনা প্ৰস্তাৱ
গুৱাহাটী প্ৰেছ ক্লাৱে কিয় ভাওনা পাতিব লাগে৷ ভাওনা ছেকুলাৰ নহয়৷ এনে মন্তব্য প্ৰদান কৰি বিতৰ্কত সোমাই পৰিছে মন্ত্ৰী তথা ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক অশোক সিংহল৷ তাৰ লগতে সংবিধানৰ নামত শপত লোৱা…
অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ দাবীত ডিজিপিক পত্ৰ মেঘালয়ৰ সামাজিক সংস্থাৰ
মেঘালয়ৰ এটা সামাজিক সংগঠনে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। হাইনিৱট্ৰেপ ইণ্টিগ্ৰেটেড টেৰিটৰিয়েল অৰ্গেনাইজেশ্যন (এইচআইটিঅ’) নামৰ সংগঠনটোৱে মেঘালয়ৰ আৰক্ষী সঞ্চালক প্ৰধান (ডিজিপি) ইদাশিশা নংৰাঙক অসমৰ মুখ্যমন্ত্ৰীৰ…
এডাভাণ্টেজ আসাম ২.০ত ৪.৯১ লাখ কোটি টকাৰ বিনিয়োগ, আৱেগত জাতি এটা নিৰ্মাণ কৰিব নোৱাৰেঃ মুখ্যমন্ত্ৰী ড০ শৰ্মা
অসম চৰকাৰৰ দুদিনীয়া বিনিয়োগ সন্মিলন এডভাণ্টেজ অসম ২.০ই আজি সফল সমাপ্তি পৰিল। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত এই কাৰ্যসূচীত মুঠ ৪.৯১ লাখ কোটি টকাৰ বিনিয়োগ চুক্তি স্বাক্ষৰৰ ঘোষণা…
ৰাজ্যত ম’হ যুঁজ-বুলবুলি যুঁজ সম্পূৰ্ণৰূপে বন্ধৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
অসমত পুনৰ নিষিদ্ধ হ’ল ম’হ যুঁজ আৰু বুলবুলি চৰাইৰ যুঁজ । গুৱাহাটী উচ্চ ন্যায়ালয়ে মঙলবাৰে প্ৰদান কৰিছে এই গুৰুত্বপূৰ্ণ ৰায়দান । মঙলবাৰে এই গুৰুত্বপূৰ্ণ গোচৰৰ শুনানি গ্ৰহণ কৰি ন্যায়ালয়ে লগতে…
ভাল খবৰ! ৰাষ্ট্ৰীয় বঁটা আহিল মাজুলীলৈ…
মাজুলী জেংৰাইমুখ গাঁও পঞ্চায়তে লাভ কৰিলে ৰাষ্ট্ৰীয় বঁটা । এইবছৰৰ দীনদয়াল উপাধ্যায় সততা বিকাশ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয় জেংৰাইমুখ গাঁও পঞ্চায়তে । শিশু অনুকূল শিতানত ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ…
পঞ্চায়ত নিৰ্বাচনকলৈ ৰাজীৱ ভৱনত কংগ্ৰেছৰ বৈঠক
শুকুবাৰৰ পৰা গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত হৈছে বৈঠক । শনিবাৰে পুৱাৰে পৰাই ৰাজীৱ ভৱনত এখনৰ পাছত আনখনকৈ ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হয় । ৰাজীৱ ভৱনত হোৱা বৈঠকসমূহত জিলা কংগ্ৰেছৰ সভাপতি আৰু…
সঞ্জয় কিষাণ-তপন কুমাৰ গগৈক নতুন দায়িত্ব প্ৰদান…
মন্ত্ৰী পদ ত্যাগ কৰা সঞ্জয় কিষাণ আৰু প্ৰাক্তন সাংসদ তপন কুমাৰ গগৈক নতুন দায়িত্ব অৰ্পণ ৰাজ্য চৰকাৰৰ। বৃহস্পতিবাৰে মন্ত্ৰী পদ ত্যাগ কৰা সঞ্জয় কিষাণক খাদ্য আৰু অসামৰিক যোগান নিগমৰ অধ্যক্ষৰ…
কাৰাগাৰত অসুৰক্ষিত মহিলা কাৰাপ্ৰহৰী…
অসমৰ বিভিন্ন কাৰাগাৰৰ ভিতৰত বিভিন্ন ধৰণৰ অনৈতিক কাৰ্যকলাপ চলে । ড্ৰাগছকে ধৰি নিচাজাতীয় দ্ৰব্যৰ সৰবৰাহো হয় কাৰাগাৰৰ ভিতৰত । এই অভিযোগ কাৰাগাৰৰ ভিতৰৰে একাংশ কৰ্মচাৰীৰ । অৱশ্যে এইবাৰ ধুবুৰী কাৰাগাৰৰ…
মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে কাইলৈ শপত ল’ব দেৱেন্দ্ৰ ফাড়নভিছে…
মহাৰাষ্ট্ৰত বিগত প্ৰায় এটা পষেক ধৰি চলি থকা ৰাজনৈতিক অস্থিৰতাৰ অন্ত পৰিল । মাৰাঠা ৰাজ্যখনৰ ৰাজনীতিত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট মহাযুটিৰ মাজত দেখা দিয়া অচলাৱস্থাৰ অৱসান ঘটিছে । প্ৰাক্তন মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ…