বাংলাদেশত হিন্দুক নিৰ্যাতনক লৈ কোকৰাঝাৰত প্ৰতিবাদ…
বাংলাদেশত হিন্দু নিৰ্যাতনৰ বিৰুদ্ধে আজি কোকৰাঝাৰত বিশাল প্ৰতিবাদী সমদল বাহিৰ কৰে। লোক জাগৰণ মঞ্চৰ উদ্যোগত কোকৰাঝাৰ ডিএন হিম্মৎসিংকা বিদ্যালয়ৰ খেলপথাৰৰ পৰা আৰম্ভ হোৱা প্ৰতিবাদী সমদলটোৱে সদৰ চহৰ পৰিভ্ৰমণ কৰি জিলা…
কংগ্ৰেছ দল বা ভূপেন বৰাই গো মাংসৰ সমৰ্থন কৰাটো স্বাভাৱিকঃ জয়ন্ত মল্ল..
অব্যাহত আছে গো মাংস প্ৰসংগ। “কংগ্ৰেছ দল বা ভূপেন বৰাই গো মাংসৰ সমৰ্থন সমৰ্থন কৰাটো স্বাভাৱিক। কিন্তু গো নিধন কৰা বা গো-মাংস ভক্ষণ কৰা আদি ভাৰতীয় সনাতনী সংস্কৃতিৰ ভিতৰত নপৰে”-গো-মাংসৰ…
অৱশেষত উদ্ধাৰ শীৰ্ষ ৰে’ল বিষয়াৰ মৃতদেহ…
অৰুণাচল প্ৰদেশৰ তীৰ্থস্থান পৰশুৰাম কুণ্ডত স্নান কৰিবলৈ গৈ খৰস্ৰোতা লোহিত নদীৰ সোঁতত দেওবাৰে সন্ধানহীন হোৱা উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ সুৰক্ষা বিভাগৰ প্ৰধান মুখ্য সুৰক্ষা বিষয়া এছ কে চৌধুৰীৰ আজি চাৰিটা দিনৰ…
পুনৰ নিষেধাজ্ঞাঃ দিল্লীয়ে নিষিদ্ধ কৰিলে আলফাক…
সোমবাৰে গৃহ মন্ত্ৰালয়ে জাৰি কৰা এক জাননীত উল্লেখ কৰে যে, কেন্দ্ৰীয় চৰকাৰে ২০২৪ ৰ ২৭ নৱেম্বৰৰ পৰা তাৎক্ষণিকভাৱে পুনৰ ৫ বছৰৰ বাবে ইউনাইটেড লিবাৰেচন ফ্ৰণ্ট অৱ অসম (আলফা)ৰ ওপৰত নিষেধাজ্ঞা…
বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদামত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল
আহোম ৰাজশাসনৰ সোণালী ইতিহাসৰ স্বাক্ষৰ বহন কৰা ঐতিহাসিক চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰা পাছতে যোৱা ১৯ নৱেম্বৰৰ পৰা আৰম্ভ হৈছে বিশ্ব ঐতিহ্য সপ্তাহ । অসম চৰকাৰৰ…
অসম সাহিত্য সভাৰ সভাপতি হ’বলৈ মই আগ্ৰহী নহয়ঃ নাহেন্দ্ৰ পাদুন
অসম সাহিত্য সভাৰ সৈতে জড়িত হৈ আছে অসমীয়াৰ আবেগ-অনুভূতি। বহু স্বনামধন্য ব্যক্তিয়ে অসম সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰি অসমৰ সাহিত্য ক্ষেত্ৰখন সমৃদ্ধ কৰি গৈছে। কিন্তু শেহতীয়াকৈ অসম সাহিত্য সভাক…
মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি আছুৱে কৰিব প্ৰতিবাদ, জ্বলিব যোগান মন্ত্ৰীৰ প্ৰতিমূৰ্তি
ৰাজ্য প্ৰান্তে প্ৰান্তে ১১ নৱেম্বৰত যোগান মন্ত্ৰী ৰণজিৎ দাসৰ প্ৰতিকৃতি দাহ কৰিব আছুৱে৷ মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰি শীঘ্ৰে মূল্যবৃদ্ধি ৰোধ কৰিবলৈ দাবী জনাব আছুৱে৷ ৯ নৱেম্বৰত আছুৱে…
দলগাঁৱত অস্ত্রসহ আটক ৪ জনকৈ চোৰাং চিকাৰী…
দলগাঁৱত আৰক্ষীৰ চোৰাং চিকাৰী বিৰোধী অভিযান। অস্ত্রসহ ৪জনকৈ চোৰাং চিকাৰীক আটক কৰিছে আৰক্ষীয়ে। ওৰাং ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যাৰ পৰিকল্পনাৰে আহিছিল এই ৪ জন দুধৰ্ষ চোৰাং চিকাৰী। আৰক্ষীয়ে আটকাধীন চোৰাং চিকাৰী…
জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ এনকাউণ্টাৰঃ নিহত শীৰ্ষ পাকিস্তানী সন্ত্ৰাসবাদী
শনিবাৰে জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত নিৰাপত্তা বাহিনীয়ে সন্ত্ৰাসবাদীৰ উপস্থিতিৰ তথ্য লাভ কৰি খানিয়াৰ অঞ্চলত তালাচী অভিযান আৰম্ভ কৰে ৷ নিৰাপত্তাৰক্ষীৰ অভিযানৰ সময়ত অঞ্চলটোত এটা আৱাসগৃহত আত্মগোপন কৰি থকা সন্ত্ৰাসবাদীটোৱে গুলীচালনা আৰম্ভ কৰে…
১.৫ কোটি টকা ব্যয় সাপেক্ষে সৰোবৰ-ওলোমা সেতু উদ্বোধন লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ
বৰপেটাৰোড নগৰৰ সৌন্দৰ্যবৰ্ধনৰ বাবে বৰপেটাৰোড পৌৰসভাই নিৰ্মাণ কৰা বিষ্ণু-জ্যোতি সৰোবৰ, সৰোবৰৰ ওপৰত নির্মাণ কৰা ওলোমা সেতু আৰু অম্বিকাগিৰী চ’কত নিৰ্মাণ কৰা ক্লক টাৱাৰ মঙলবাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ…