মনোনয়ন দাখিল ধলাইৰ কংগ্ৰেছ প্ৰাৰ্থী ধ্ৰুবজ্যোতি পুৰকায়স্থৰ

কেবাগৰাকী বিধায়ক আৰু কংগ্ৰেছ নেতা-কৰ্মীৰে এক বিশাল সমদল কৰি আজি মনোনয়ন দাখিল কৰে ধলাই সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ধ্ৰুবজ্যোতি পুৰকায়স্থই। এই সময়ছোৱাত তেওঁক সংগ দিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিৰোধী…

ধলাই বিজেপিত বিদ্ৰোহ!

ধলাই বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থী ঘোষণাৰ পাছতেই ধলাই বিজেপিত আৰম্ভ হৈছে বিদ্ৰোহ । টিকট বঞ্চিত কাছাৰ জিলা বিজেপিৰ উপ-সভাপতি অমিয়কান্তি দাসৰ পদত্যাগৰ পাছতেই ধলাই বিজেপিত এই বিদ্ৰোহৰ সূচনা…

চিদলী সমষ্টিৰ উপ-নিৰ্বাচনঃ সমুখ সমৰত নিৰ্মল কুমাৰ ব্ৰহ্ম-শুদ্ধ কুমাৰ বসুমতাৰী

চিদলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে বি পি এফ আৰু ইউ পি পি এল দলৰ প্ৰাৰ্থী ঘোষণা। ১৬ নং নিচিমা পৰিষদীয় সমষ্টিৰ প্ৰাক্তন পাৰিষদ তথা চিৰাং জিলা ইউ পি পি এলৰ…

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান, ১৯৭১ হ’ব বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ

অসম সন্মিলিত মহাসংঘই তৰা গোচৰত আজি উচ্চতম ন্যায়ালয়ে ঐতিহাসিক ৰায়দান প্ৰদান কৰে৷ পূৰ্বে সংৰক্ষিত ৰায় উচ্চতম ন্যায়ালয়ে আজি ঘোষণা কৰি অসমত নাগৰিকত্বৰ ভিত্তিবৰ্ষ ১৯৭১ নিৰ্ধাৰণ কৰে৷ ২০২৩ চনৰ ১২ ডিচেম্বৰত…

আজি মহাঅষ্টমীঃ কোকৰাঝাৰত দেৱী দৰ্শন মুখ্যমন্ত্ৰীৰ…

ডিজিটেল ডেস্কঃ আজি মহাঅষ্টমী। সেই উপলক্ষে কোকৰাঝাৰৰ বিভিন্ন দুৰ্গা পূজাস্থলীত দেৱী দৰ্শনৰ বাবে উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। পুৱাই হেলিকপ্টাৰ যোগে কোকৰাঝাৰ গ্ৰীণ ফিল্ডত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড০…

ওমৰ আব্দুল্লা বিধায়িনী দলৰ নেতা নিৰ্বাচিত

১০ বছৰৰ মূৰকত জম্মু-কাশ্মীৰত নিৰ্বাচিত চৰকাৰ গঠন হ’ব৷ ৮ অক্টোবৰত ঘোষিত ফলাফল অনুসৰি কংগ্ৰেছ আৰু নেচনেল কনফাৰেন্সে সংখ্যাগৰিষ্ঠতা লাভ কৰিছে৷ ধাৰা ৩৭০ আতৰোৱাৰ পাছৰে পৰা ১০ বছৰে ৰাজ্যপালে চলাই আছিল…

খাদ্যৰ সন্ধানত লোকালয়ত প্ৰৱেশ কৰা বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যু স্বামী-স্ত্ৰীৰ

বাক্সা জিলাৰ তামুলপুৰৰ ইক্ৰাবিলত খাদ্যৰ সন্ধানত লেকালয়লৈ ওলাই অহা বনৰীয়া হাতীৰ আক্ৰমণত নিহত হৈছে পতি-পত্নী। নিহত লোক দুজন সুভাষ ৰয়(৬০) আৰু ফুলমালা ৰয় (৫০) বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা…

টকাৰ খক! আৰক্ষীৰ নামত এজাহাৰকাৰীৰ পৰা ধন লৈ আৰক্ষীৰ জালত দালাল

আৰক্ষীৰ নামত ধন লৈ চাপৰ আৰক্ষীৰ জালত পৰিল এজন দালাল। চাপৰ আৰক্ষীৰ নামত ধন সংগ্ৰহ কৰি আৰক্ষীৰ জালত পৰে এগৰাকী প্ৰবঞ্চক। আৰক্ষীয়ে খেদি খেদি আটক কৰিছে ফলিমাৰীৰ মজিবৰ ৰহমান নামৰ…

ধুবুৰী অতিৰিক্ত ন্যায়িক দণ্ডাধীশৰ ঐতিহাসিক ৰায়; গছ কটাক লৈ সংঘটিত হৈছিল ভয়ংকৰ ঘটনা

ধুবুৰী অতিৰিক্ত ন্যায়িক দণ্ডাধীশৰ ঐতিহাসিক ৰায়দান। ৭ জনৰ বিৰুদ্ধে ঐতিহাসিক ৰায়দান প্ৰদান কৰে আদালতে। ৰায়দানত ৪ জন দোষী আৰু তিনিজন নিৰ্দোষী সাব্যস্ত হয়। দুজনক যাবজ্জীৱন কাৰাদণ্ড দিয়াৰ লগতে জৰিমনা বিহা…

এগৰাকী বাংলাদেশীক ৫ বছৰ কাৰাদণ্ড দক্ষিণ শালমাৰা-মানকাচৰ জিলা আদালতৰ

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ জিলা ও সত্ৰ ন্যায়াধীশ আদালতত আজি এগৰাকী বাংলাদেশী নাগৰিকক ১০ হাজাৰ টকা জৰিমনাসহ ৫ বছৰ কাৰাদণ্ডৰ ৰায় প্ৰদান কৰে। উল্লেখ্য যে, সুখচৰ আৰক্ষী থানাৰ আৰক্ষীয়ে ২০২৩…

সাত সাগৰ তেৰ নদীৰ সিপাৰ

কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ
পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত
অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য
ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!
মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু
সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে