নৃত্যাচাৰ্য যতীন গোস্বামীলৈ ‘বংশধৰ’ এ ট্ৰেডিচনেল কাল্‌চাৰেল ফাউণ্ডেচন অব আছামৰ ‘নটবৰ ৰত্ন’ বঁটা

ডিজিটেল ডেস্কঃ  সোমবাৰে অসমৰ সত্ৰীয়া সংস্কৃতিৰ ক্ষেত্ৰখনৰ বটবৃক্ষ স্বৰূপ মহান শিল্পী, সাহস, অনুপ্ৰেৰণাৰ প্ৰতীক পদ্মশ্ৰী, নৃত্যাচাৰ্য যতীন গোস্বামীক ‘বংশধৰ’ এ ট্ৰেডিচনেল কাল্‌চাৰেল ফাউণ্ডেচন অব আছামৰ ‘নটবৰ ৰত্ন’ বঁটা প্ৰদান কৰে।…

অশ্ৰুসিক্ত নয়নেৰে মা দুৰ্গাক বিদায় মঙলদৈবাসীৰ

ডিজিটেল ডেস্কঃ  আজি বিজয়া দশমী। অশ্ৰুসিক্ত নয়নেৰে মা দুৰ্গাক বিদায় দিলে ভক্তগণে। ৰাজ্য়ৰ প্ৰায়ভাগ ঠাইতে নদীত বিসৰ্জন দিয়ে দুৰ্গা দেৱীৰ মৃণ্ময় প্ৰতিমা । মহিলাসকলে পৰম্পৰাগতভাৱে খেলিলে সেন্দুৰ । লগে লগে…

চূণচালিত দুদিনীয়াকৈ দুৰ্গা দেৱীৰ প্ৰতিমা বিসৰ্জন

ডিজিটেল ডেস্কঃ ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা দেৱীক বিজয়া দশমীত বিসৰ্জন দিয়াৰ পাছত অন্ত পৰিল শাৰদীয় দুৰ্গা পূজাৰ আনন্দ-উল্লাস । মহানগৰীৰ ভিন্ন প্ৰান্তত থকা ঘাটসমূহৰ লগতে নুনমাটি উজান বজাৰ সংযোগী পথৰ…

চূণচালিত ১৫ৰো অধিক পূজাৰ প্ৰতিমা বিসৰ্জন

ডিজিটেল ডেস্কঃ  বেল বৰণেৰে ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা দেৱীক বিজয়া দশমীত বিসৰ্জন দিয়া হয় । সেই অনুসৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শনিবাৰৰ পৰা আৰম্ভ হৈছে বিসৰ্জন প্ৰক্ৰিয়া । কিছুমান স্থানত শনিবাৰে…

দুৰ্গা পূজাৰ প্ৰাকক্ষণত কামাখ্যা ধামত মুঠ ১৮ টা ম’হ বলি…

ডিজিটেল ডেস্কঃ সেমেকা বতৰৰ মাজত ৰাজ্যবাসীয়ে লৈছে শাৰদীয় দুৰ্গা পূজাৰ মাদকতা। সপ্তমীৰ পুৱাৰ বৰষুণৰ পাছত দিনটোলৈ বতৰ মুকলি কৰাৰ পাছত সন্ধিয়া অহা আন এজাক বৰষুণে কিছু অসুবিধাৰ সৃষ্টি কৰিলে যদিও সপ্তমী…

আজি মহাঅষ্টমীঃ কোকৰাঝাৰত দেৱী দৰ্শন মুখ্যমন্ত্ৰীৰ…

ডিজিটেল ডেস্কঃ আজি মহাঅষ্টমী। সেই উপলক্ষে কোকৰাঝাৰৰ বিভিন্ন দুৰ্গা পূজাস্থলীত দেৱী দৰ্শনৰ বাবে উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। পুৱাই হেলিকপ্টাৰ যোগে কোকৰাঝাৰ গ্ৰীণ ফিল্ডত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড০…

দুর্গোৎসৱক কেন্দ্ৰ কৰি মহানগৰ আৰক্ষীৰ যানবাহন চলাচলত নিৰ্দেশনা জাৰি

ডিজিটেল ডেস্কঃ  ৰাজ্যজুৰি আৰম্ভ হৈছে শাৰদীয় দুর্গোৎসৱ ৷ দুৰ্গোৎসৱৰ সময়ত জনসাধাৰণৰ সুবিধাৰ বাবে মহানগৰ আৰক্ষীয়ে যানবাহন চলাচলৰ ক্ষেত্ৰত কেতবোৰ নির্দেশনা জাৰি কৰিছে । দুর্গা পূজাৰ সময়ছোৱাত হ’বলগীয়া তীব্র যান-জঁটৰ প্ৰতি…

তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ নামত ধন সংগ্ৰহ কৰি ৰঙাঘৰত সোমাল শিক্ষক…

ডিজিটেল সংবাদঃ  ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল। পৰীক্ষা শেষ হোৱাৰ পাছতেই চাকৰি দিয়াৰ নামত ওলাইছে ঠগ, প্ৰৱঞ্চক । চৰকাৰী চাকৰি দিয়াৰ নামত…

কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত সভাপতি পদত ছাত্র মুক্তিৰ জুবেৰ হাবিবৰ জয়

ডিজিটেল ডেস্কঃ কটন বিশ্ববিদ্যালয়ৰ ২০২৪-২৫ বৰ্ষৰ ছাত্ৰ একতা সভাৰ শুকুৰবাৰে ফলাফল ঘোষণা হয়। মহেন্দ্ৰ ডেকা ফুকন ছাত্ৰাবাস, শ্বহীদ কনকলতা ছাত্ৰী নিবাস আৰু ড০ কমলা ছাত্ৰী নিবাসৰ সমৰ্থিত ৭ প্ৰাৰ্থীয়ে জয়লাভ…

চাকৰিৰ পৰা খেদা খাবলগীয়া আৰক্ষী পৰিদৰ্শক কেইজন কোন কোন? জানক থোৰতে

ৰাজ্যৰ ১৭গৰাকী আৰক্ষী পৰিদৰ্শকে হেৰুৱাব পাৰে চাকৰি আটাইকেইগৰাকী বিষয়ালৈ ১০ ছেপ্টেম্বৰত পত্র প্রেৰণ আৰক্ষী মুখ্য কাৰ্যালয়ৰ আৰক্ষী বিষয়া কেইগৰাকী অবৈধভাৱে নিৰ্বাচিত হোৱা অভিযোগ ২০০৮ চনৰ নিযুক্তি তালিকা পুনৰ প্রস্তুতৰ নিৰ্দেশ…