লামডিং জংচনত জব্দ 9 MM পিষ্টলঃ আটক সৰবৰাহকাৰী যুৱক-যুৱতী
লামডিং জংচনত পিষ্টল সহ আটক যুৱক-যুৱতী। নিশাৰ ভাগত নামনিমুৱা 15604 নং লিডু এক্সপ্ৰেছত ৰেল আৰক্ষীয়ে অভিযান চলাই এটা 9 MM পিষ্টল সহ ৫ জাই গুলি জব্দ কৰে। আৰক্ষীয়ে লগতে ঘটনাৰ…
চিদলীত প্ৰচাৰ অভিযানত নামি পৰিছে কংগ্ৰেছ-বিপিএফ…
চিদলী বিধানসভাৰ উপ-নিৰ্বাচনক লৈ নিৰ্বাচনী প্ৰচাৰ তুংগত। শনিবাৰে সমষ্টিৰ বহু কেইটা অঞ্চলত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে কংগ্ৰেছ প্ৰাৰ্থী সঞ্জীৱ কুমাৰ ৱাৰীৰ হৈ নিৰ্বাচনী…
বিহালীত দিগন্ত-জয়ন্ত-অনন্তৰ মনোনয়ন দাখিল…
শুকুৰবাৰে ৭৭ নং বিহালী উপ নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে শাসকীয় দল বিজেপি মনোনীত প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰ, বিৰোধী কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী জয়ন্ত বৰা, চিপিআই(এম-এল) দলৰ মনোনীত লক্ষীকান্ত কুৰ্মী আৰু আম আদমী…
চামগুৰিৰ ৰাজনৈতিক হিংসাৰ ভয়াৱহ পৰিণতিঃ নিহত এজন বিজেপি কৰ্মী
বৃহস্পতিবাৰে চামগুৰিত হোৱা নিৰ্বাচনীকেন্দ্ৰিক হিংসাই ল’লে ভয়াৱহ ৰূপ। চামগুৰিৰ কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনৰ মনোনয়ন যাত্ৰাৰ সময়ত চামগুৰিৰ ৰাজপথত দুই ৰাজনৈতিক দলৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হৈছিল। বিজেপিৰ সভাৰ কাষেৰে কংগ্ৰেছৰ সমদল…
তানজিল হুছেইনৰ ৰেলীত কংগ্ৰেছ-বিজেপি কৰ্মীৰ মাজত হতাহতি…
চামগুৰিত বৃহস্পতিবাৰে কংগ্ৰেছৰ নেতা- কৰ্মী তথা সমৰ্থকসকলে বাহিৰ কৰিছে এক বিশাল ৰেলী। এই ৰেলী সমষ্টিটোৰ লাওখোৱা ব্লকৰ পৰা আৰম্ভ কৰা হৈছে।দলীয় সমৰ্থকসকলে উলিওৱা এই ৰেলীৰ মাজেৰে গৈ সমষ্টিটোৰ কংগ্ৰেছ প্ৰাৰ্থী…
গুৱাহাটীত ডেংগীৰ কালৰূপঃ মৃত ১
গুৱাহাটীত বৃদ্ধি পাইছে ডেংগুৰ আতংক । ইটোৰ পাছত সিটো অঞ্চলত ডেংগিয়ে প্ৰভাৱিত কৰাৰ খবৰ আহিছে। ফলত শংকিত হৈ পৰিছে মহানগৰবাসী। যোৱা মঙলবাৰে ডেংগিত আক্ৰান্ত এগৰাকী মহিলাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন…
নগাঁৱত অনুজ্ঞা পত্ৰ থকা অস্ত্ৰ-শস্ত্ৰ জমা দিয়াৰ নিৰ্দেশ
অসম বিধানসভাৰ ২০২৪ চনৰ উপ-নিৰ্বাচনৰ বাবে এক প্ৰেছ জাননী প্ৰকাশ কৰিছে ভাৰতৰ নিৰ্বাচন আয়োগে। এই উপ-নিৰ্বাচন নগাঁও জিলাৰ ৮৮ নং চামগুৰি বিধান সভা সমষ্টিটো অনুষ্ঠিত হব । ইয়াৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচন…
গুৱাহাটীৰ জ্যোতিকুছিত উদ্ধাৰ বৃদ্ধাৰ কংকাল
মহানগৰীৰ জ্যোতিকুছিত বৃদ্ধাৰ কংকাল উদ্ধাৰ বৃ্দ্ধাগৰাকী ৩ মাহ পূৰ্বে মৃত্যু হোৱাৰ সন্দেহ মৃত মহিলাগৰাকীৰ নাম পুৰ্ণিমা দে ৪০ বছৰীয়া পুত্ৰৰ সৈতে বাস কৰিছিল বৃ্দ্ধাগৰাকী পুৰ্ণিমা দে’ৰ পুত্ৰ মানসিক বিকাৰগ্ৰস্ত
নৃত্যাচাৰ্য যতীন গোস্বামীলৈ ‘বংশধৰ’ এ ট্ৰেডিচনেল কাল্চাৰেল ফাউণ্ডেচন অব আছামৰ ‘নটবৰ ৰত্ন’ বঁটা
ডিজিটেল ডেস্কঃ সোমবাৰে অসমৰ সত্ৰীয়া সংস্কৃতিৰ ক্ষেত্ৰখনৰ বটবৃক্ষ স্বৰূপ মহান শিল্পী, সাহস, অনুপ্ৰেৰণাৰ প্ৰতীক পদ্মশ্ৰী, নৃত্যাচাৰ্য যতীন গোস্বামীক ‘বংশধৰ’ এ ট্ৰেডিচনেল কাল্চাৰেল ফাউণ্ডেচন অব আছামৰ ‘নটবৰ ৰত্ন’ বঁটা প্ৰদান কৰে।…
অশ্ৰুসিক্ত নয়নেৰে মা দুৰ্গাক বিদায় মঙলদৈবাসীৰ
ডিজিটেল ডেস্কঃ আজি বিজয়া দশমী। অশ্ৰুসিক্ত নয়নেৰে মা দুৰ্গাক বিদায় দিলে ভক্তগণে। ৰাজ্য়ৰ প্ৰায়ভাগ ঠাইতে নদীত বিসৰ্জন দিয়ে দুৰ্গা দেৱীৰ মৃণ্ময় প্ৰতিমা । মহিলাসকলে পৰম্পৰাগতভাৱে খেলিলে সেন্দুৰ । লগে লগে…