যোৰহাটৰ অৰুণোদয় নাৰ্ছিং হোমৰ পৰা চুৰি পানী কেঁচুৱা
উজনি অসমৰ যোৰহাটত পানী কেঁচুৱা চুৰি যোৰহাট চহৰৰ অৰুণোদয় নাৰ্ছিং হোমত এই কাণ্ড আমগুৰিৰ হালোৱাটঙৰ দীপা গগৈয়ে প্ৰসৱ কৰিছিল সন্তান কিন্তু নাৰ্ছিং হোম এৰাৰ সময়ত সন্তান নিদিলে অৰুণোদয় নাৰ্ছিং হোমে…
মিঞাতকৈ ভয়ংকৰঃ দিপাংকৰ, চুমি, বিশাল, স্বপ্ননীলৰ দৰে লোকৰ পৰা সাৱধানে থাকক…
ডিজিটেল ডেস্কঃ মিঞাক গালি পাৰি থাকোতেই অসমীয়া খিলঞ্জীয়াই লুটি নিলে নিজৰ মানুহৰে শ শ কোটি টকা। মিঞাতকৈ অতি ভয়ংকৰ দিপাংকৰ, বিশাল, স্বপ্ননীল, চুমিৰ দৰে লোক। অনলাইন ট্ৰেডিঙৰ নামত কম দিনতে…
শিলচৰত চাৰ্ভিছ ৰিভলভাৰেৰে মূৰত গুলীয়াই নিজকে শেষ কৰিলে এজন জোৱানে
শিলচৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। নিজৰ চাৰ্ভিছ ৰিভলভাৰেৰে মূৰত গুলীয়াই এগৰাকী RPSF জোৱানে আত্মহত্যা কৰে। শিলচৰ ৰেল ষ্টেচনত সংঘটিত এই চাঞ্চল্যৰ ঘটনাটোত মৃত্যু হোৱা জোৱানজন উত্তৰ প্ৰদেশৰ সানুজ চৌহান…
অনলাইন মানি ট্ৰেডিঙৰ বিৰুদ্ধে কঠোৰ মুখ্যমন্ত্ৰী, ৰাজ্যজুৰি তৎপৰ আৰক্ষী
অনলাইন মানি ট্ৰেডিঙৰ বিৰুদ্ধে কঠোৰ হ’ব অসম চৰকাৰ৷ আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি অনলাইন মানি ট্ৰেডিঙৰ বিৰুদ্ধে কঠোৰ হোৱাৰ কথা উল্লেখ কৰিছে৷ কোটি কোটি…
২০ লাখ টকীয়া পোছাক পিন্ধিছিল চুমি বৰাই! বনাই লোৱা ভাতৃ বিশালে খৰছ কৰিছিল লাখ লাখ টকা!
চুমি বৰা আৰু বিশাল ফুকনৰ আখ্যানৰ ওৰকে পৰা নাই৷ মানি ট্ৰেডিঙৰ নামত প্ৰৱঞ্চনা কৰি অসমৰ ৰাইজৰ কোটি কোটি টকা লুণ্ঠন কৰা প্ৰৱঞ্চক বিশাল ফুকনক গ্ৰেপ্তাৰৰ পাছতে বহু কথা পোহৰলৈ আহিব…
ৰাজ্যৰ অনুসূচিত জাতিৰ নামত লিটন মিত্ৰ, সুবৰ্ণময় দে’ লুণ্ঠন, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ হস্তক্ষেপ, ১৫ দিনৰ ভিতৰত ব্যৱস্থা লোৱাৰ নিৰ্দেশ
ৰাজ্যখনৰ অনুসূচিত জাতিৰ উন্নয়নৰ নামত ব্যাপক লুণ্ঠন অব্যাহত আছে৷ এই কথা প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এখন পত্ৰই স্পষ্ট কৰিছে৷ অসমৰ অসম অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে প্ৰধানমন্ত্ৰীক প্ৰদান কৰা স্মাৰক পত্ৰৰ ভিত্তিত…
শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱ মহাবিদ্যালয়ত বিশেষ সভা, ডিব্ৰুগড় জিলাক নিৰক্ষৰ মুক্ত কৰাৰ অভিযান আৰম্ভ
লাহোৱালঃ ডিব্ৰুগড় জিলাৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱ কনিষ্ঠ মহাবিদ্যালয়ত বিশেষ সভা অনুষ্ঠিত হয়৷ ডিব্ৰুগড় জিলা সাক্ষৰতা মিছন কৰ্তৃপক্ষ আৰু শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱ কনিষ্ঠ মহাবিদ্যালয়ৰ উদ্যোগত আন্তৰ্জাতিক সাক্ষৰতা সপ্তাহৰ সৈতে সংগতি ৰাখি সজাগতামূলক সভা অনুষ্ঠিত…
ফোন অফ কৰি অন্তৰ্ধান অভিনেত্ৰী চুমি বৰা,ৰাজস্থানত বিয়া পাতিবলৈ ক’ত পাইছিল টকা
অভিনেত্ৰী তথা নৃত্যশিল্পী চুমি বৰাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ইতিমধ্যে আৰক্ষীয়ে চুমি বৰাক বিচাৰি অভিযান আৰম্ভ কৰিছে যদিও মোবাইল অফ কৰি আত্মগোপন কৰাৰ সন্দেহ কৰা হৈছে। মানি ট্ৰেডিঙৰ নামত…
কংগ্ৰেছ মোৰ পুৰণি ঘৰ, পুৰণি ঘৰলৈ ঘূৰি যাবলৈ ভাল পাম
গুৱাহাটীঃ প্ৰাক্তন সাংসদ, প্ৰাক্তন প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা টিএমচিৰ সভাপতি ৰিপুন বৰাই টিএমচি ত্যাগ কৰাৰ পাছতে তেওঁ ক’ত যোগদান কৰিব তাকে লৈ চৰ্চা অব্যাহত আছে৷ ২০২২ চনৰ এপ্ৰিল মাহত অল…
কেনেকৈ ধনী হ’ব? শিকাব মুখ্যমন্ত্ৰীৰ পত্নীয়ে!
মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সম্পত্তিৰ তালিকাত পুনৰ যোগ হ’ল ১৮ বিঘা মাটি। দ্য ক্ৰছকাৰেণ্ট নামৰ এটা সংবাদ প্ৰতিষ্ঠানৰ অনুসন্ধানমূলক প্ৰতিবেদনত পোহৰলৈ আহিছে এই তথ্য। প্ৰতিবেদন অনুসৰি, মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই ২০২২…