লক্ষ্য ১০ কোটি সদস্য, দেশজুৰি বিজেপিৰ সদস্যভৰ্তি অভিযান আৰম্ভ

কেন্দ্ৰ আৰু কেবাখনো ৰাজ্যৰ শাসকীয় দল বিজেপিয়ে আজিৰে পৰা দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ বৃহৎ কাৰ্যসূচী গ্ৰহণ কৰিছে। আজি দেশজুৰি বিজেপি দলৰ সদস্যভৰ্তি অভিযান আৰম্ভ হ’ব। বিশ্বৰ বৃহৎ দল বুলি…

৫ লাখ শিক্ষকৰ ঘৰলৈ যাব কংগ্ৰেছ

শিক্ষকতাৰ দৰে মহান বৃত্তিত জড়িত আৰু ইতিমধ্যে অৱসৰ গ্ৰহণ কৰা শিক্ষকক গুৰু প্ৰণাম কৰিব অসম প্ৰদেশ কংগ্ৰেছে। এই কথা ঘোষণা কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। দাৰ্শনিক, সমাজ বিজ্ঞানী,…

টকা লুটি শাস্তিৰ ভয়ত আছু এৰি বিজেপিত অবনী কুমাৰ গগৈ

গুৱাহাটীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি বিজেপিত যোগদান কৰা অবনী কুমাৰ গগৈয়ে আছুক গাড্ডাৰী কৰাৰ অভিযোগ উত্থাপন হৈছে। সদৌ ডিব্ৰুগড় জিলা আছুৰ নামত থকা ফেচবুক পেজত পোষ্ট দি…

কেঁচু সাৰ-কাঠফুলা খেতিৰ এদিনীয়া বৃত্তিমূলক প্ৰশিক্ষণ

লাহোৱালঃ অহা ২২ ডিচেম্বৰত ডিব্ৰুগড়ৰ চাবুৱা ডি ডি আৰ মহাবিদ্যালৰ সমাজতত্ত্ব বিভাগৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ মিলন সমাৰোহৰ আয়োজন কৰা হৈছে। মিলন সমাৰোহৰ সৈতে সংগতি ৰাখি ৩০ আগষ্টত কাঠফুলা খেতি আৰু কেঁচুসাৰ…

পত্নীৰ নামত সম্পত্তি গোটাই লৈহে ভূমি বিষয়ত বিল আনিছে মুখ্যমন্ত্ৰীয়ে

গুৱাহাটীঃ শোণিতপুৰ জিলাৰ টৌভঙা ন-দুৱাৰত আজি কংগ্ৰেছৰ এখন সভা অনুষ্ঠিত হয়। এই সভাত উপস্থিত থাকি অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামীয়ে অংশ লৈ বিজেপি চৰকাৰক তীব্ৰ আক্ৰমণ কৰে।…

৩০টা জনগোষ্ঠীয় সংগঠনক বিৰোধী ঐক্য মঞ্চৰ সৈতে আলোচনাত মিলিত হোৱাৰ আহ্বান ভূপেন বৰাৰ…

ডিজিটেল সংবাদ, গুৱাহাটীঃ  অসমৰ জাতীয় সমস্যাসমূহ সমাধান কৰাৰ স্বাৰ্থত জনগোষ্ঠীয় সংগঠনসমূহৰ সৈতে আলোচনাত অংশগ্ৰহণ কৰিব বিৰোধী ৰাজনৈতিক দলসমূহে৷ আজি এক বিবৃতিত বিৰোধী ঐক্য মঞ্চ তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি…

আমিনগাঁৱৰ শিলা গ্ৰাণ্ট টাউনত ভূমি দখল, পিতা-পুত্ৰৰ সন্ত্ৰাস

গুৱাহাটীঃ কামৰূপ জিলাৰ আমিনগাঁৱত এতিয়া আৰম্ভ হৈছে পিতা-পুত্ৰৰ সন্ত্ৰাস৷ এটা পৰিয়ালক দিন-দুপৰতে হত্যাৰ প্ৰয়াস কৰিছে দুই গুণ্ডা নন্দ লাল ৰয় আৰু তেওঁৰ পুত্ৰ ৰাজা ৰয়ে৷ দুৰ্ভগীয়া ৰাজেশ কুমাৰ নামৰ লোকজনৰ…

বিটিআৰৰ ই.এমৰ নিকৃষ্ট কাণ্ড, পত্নী থকাৰ পাছতো মেছেজত যৌন সুখ লোৱাৰ অভিযোগ

গুৱাহাটীঃ ৰাজনৈতিক দলৰ নেতাৰ নাৰী কেলেংকাৰী নতুন কথা নহয়৷ এইবাৰ বিটিআৰৰ এজন নেতাৰ বিৰুদ্ধে অনলাইন যৌন সুখ লোৱাৰ অভিযোগ উত্থাপন হৈছে৷ বিটিআৰৰ বিজেপি নেতা তথা প্ৰমোদ বড়ো নেতৃত্বাধীন পৰিষদৰ কাৰ্যবাহী…

দুঃখবৰ! এটা অচিনাক্ত পোকেই কাল হৈ মৃত্যু মাতি আনিলে উদীয়মান সাংবাদিক উৎপল ডেকালৈ…

ৰাজ্যৰ সংবাদ জগতখনলৈ দুঃখবৰ! দীৰ্ঘদিন ধৰি অসুস্থ হৈ থাকি অৱশেষত মৃত্যুৰ কোলাত শুই পৰিল উদীয়মান সাংবাদিক উৎপল ডেকা। গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটে সাংবাদিকজনৰ। উল্লেখ্য যে, এটা…

এইবাৰ তেজস্বী যাদৱক উভতি ধৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, ক’লে…

অসমৰ বিধানসভাত শুকুৰবৰীয়া নামাজৰ বাবে প্ৰদান কৰি অহা দুঘণ্টীয়া বিৰতিৰ পৰম্পৰা শেহতীয়াকৈ অসম চৰকাৰে বিলুপ্তি ঘটোৱাৰ পিছতে হিমন্ত বিশ্ব শৰ্মাক তীক্ষ্ণ সমালোচনা কৰিছিল বিহাৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তথা আৰ জে ডিৰ…

সাত সাগৰ তেৰ নদীৰ সিপাৰ

কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ
পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত
অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য
ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!
মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু
সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে