প্ৰদ্যুৎ-শিবামণি আক্ৰমণত জড়িত বহিষ্কৃত কংগ্ৰেছ নেতা, বিধায়ক নাজাৰৰ ঘৰত আৰক্ষীৰ অভিযান

নগাঁৱৰ কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু বটদ্ৰৱাৰ বিধায়িকা শিৱামণি বৰাৰ ওপৰত হোৱা আক্ৰমণৰ সন্দৰ্ভত চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। এই আক্ৰমণত জড়িত থকাৰ অভিযোগ উঠিছে কংগ্ৰেছৰ পৰা বহিষ্কৃত নেতা ইমদাদুল ইছলামৰ…

হিমন্ত বিশ্ব শৰ্মাই ‘হিটলাৰী শাসন’ বন্ধ কৰক, নগাঁৱত কংগ্ৰেছৰ সাংসদ-বিধায়কৰ ওপৰত আক্ৰমণ

নগাঁও জিলাত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ সময়তে কংগ্ৰেছ দলৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ, বটদ্ৰৱাৰ বিধায়িকা শিবামণি বৰা, কংগ্ৰেছৰ মুখপাত্ৰ মহচীন খান আদি নেতাৰ ওপৰত এক ভয়াবহ আক্ৰমণ সংঘটিত হয়। সন্ধিয়া ছয় বজাৰ…

চাৰিটা দাবীৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক স্মাৰক, ৰাইডঙীয়াত একেখন মঞ্চত অনুসূচিত জাতিৰ সংগঠনসমূহৰ নেতৃত্ব

যোৱা ২৫ এপ্ৰিলত নগাঁও জিলাৰ ৰাইডঙীয়াত অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ উদ্যোগত পালন কৰা আম্বেদকাৰ জন্ম-জয়ন্তীত ৰাজ্যৰ অনুসূচিত জাতিৰ প্ৰায়সমূহ ছাত্ৰ আৰু জাতীয় সংগঠনৰ নেতৃত্ব উপস্থিত থাকে৷ অনুসূচিত জাতি সংগ্ৰামী…

বিধানসভা নিৰ্বাচনত গাদী এৰিব লাগিব মুখ্যমন্ত্ৰীয়ে, তিনিমাহে একেখিনি কথা, এই মাহতে তদন্ত শেষ কৰক

যোৰহাটৰ সাংসদ আৰু কংগ্ৰেছ নেতা গৌৰৱ গগৈ আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পাকিস্তানৰ সৈতে সম্পৰ্ক ৰখাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। মুখ্যমন্ত্ৰীয়ে গগৈৰ পত্নীয়ে পাকিস্তানী এনজিঅ’ৰ পৰা দৰমহা…

গৌৰৱ গগৈৰ পাকিস্তান সংযোগ, পত্নী-দুই সন্তানৰ নাগৰিকত্ব, ধৰ্ম কি স্পষ্ট কৰাৰ দাবী মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ

অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ যােৰহাট সাংসদ গৌৰৱ গগৈক লক্ষ্য কৰি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। ১০ ছেপ্তেম্বৰলৈ প্ৰমাণৰ কথা কৈয়ে তেওঁ গৌৰৱ গগৈৰ সৈতে জড়িত তিনিটা প্রশ্ন উত্থাপন…

অখিল গগৈয়ে ৰাজহুৱাকৈ ক্ষমা প্ৰাৰ্থনা, লখিমপুৰৰ মন্তব্যক লৈ অনুতপ্ত

ৰাইজৰ দলৰ সভাপতি আৰু শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ২৬ এপ্ৰিলৰ দিনা লখিমপুৰৰ নাওঁবৈচা সমষ্টিত পঞ্চায়ত নিৰ্বাচনী প্ৰচাৰৰ সময়ত কৰা এক বিতৰ্কিত মন্তব্যৰ বাবে অসমবাসীৰ ওচৰত ৰাজহুৱাকৈ ক্ষমা ভিক্ষা কৰিছে। শনিবাৰে…

পাকিস্তানক সমৰ্থনৰ অভিযোগ, অখিল গগৈৰ ঘনিষ্ঠ অনিল বনিয়াক গ্ৰেপ্তাৰ

পাকিস্তানক সমৰ্থন কৰি ফেচবুক লাইভ কৰাৰ অভিযোগত অখিল গগৈৰ ঘনিষ্ঠ ছাত্ৰ মুক্তিৰ নেতাক গ্ৰেপ্তাৰৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক অনিল বনিয়াক গ্ৰেপ্তাৰ কৰিছে…

গুৱাহাটীত চাৰি বামপন্থী দলৰ প্ৰতিবাদ, আমি চৰকাৰৰ সৈতে, সন্ত্ৰাসবাদীক কঠোৰ উত্তৰ দিয়ক

জম্মু-কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটৱাৰ বিৰুদ্ধে আজি ভাৰতীয় কমিউনিষ্ট পাৰ্টি চমুকৈ চিপিআই, ভাৰতীয় কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদী চমুকৈ চিপিআই-এম আৰু ভাৰতীয় কমিউনিষ্ট পাৰ্টি –মাৰ্ক্সবাদী লেনিনবাদী চমুকৈ চিপিআই-এমএলৰ অধীনত গুৱাহাটীৰ ৰটাৰী ক্লাবৰ…

গুৱাহাটী বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহ, ২৫০ কৌটি টকাৰ অনুদান ঘোষণা

ৰাজ্যৰ শিক্ষাখণ্ডলৈ নতুন বার্তা কঢ়িয়াই আজি গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত হৈ যায় দ্বাত্রিংশতম দীক্ষান্ত সমাৰোহ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ৩০০ খনতকৈও অধিক মহাবিদ্যালয়ৰ সৰ্বমুঠ ৩৭৪৩ গৰাকী শিক্ষার্থীক এই অনুষ্ঠানৰ জৰিয়তে আনুষ্ঠানিকভাৱে সন্মানীয়…

পেহেলগাম ঘটনাক লৈ সাম্প্ৰদায়িক মন্তব্য কৰা সমগ্ৰ অসমত ৫ জনক গ্ৰেপ্তাৰ

পেহেলগামত সংঘটিত সন্ত্ৰাসবাদীৰ জঘন্য আক্ৰমণৰ সন্দৰ্ভত প্ৰত্যক্ষ বা পৰোক্ষভাৱে পাকিস্তানক সমৰ্থন কৰা ব্যক্তিক অসমবাসীয়ে কোনো কাৰণতে ক্ষমা নকৰে। এয়া সম্পূৰ্ণৰূপে দেশদ্ৰোহিতা হিচাপে বিবেচিত। এই বিষয়ত জড়িত কেইবাজনো লোকক অসম আৰক্ষীয়ে…

সাত সাগৰ তেৰ নদীৰ সিপাৰ

পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত
অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য
ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!
মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু
সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে
ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ