বটদ্ৰৱাত প্ৰশাসনে বাসগৃহত বুলডোজাৰ চলোৱা ৰছিদা খাতুনক ক্ষতিপূৰণ দিবলৈ অসম চৰকাৰক নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গুৱাহাটীঃ বটদ্ৰৱাত নগাঁও জিলা কৰ্তৃপক্ষই ঘৰ ভাঙি পেলোৱা ছফিকুল ইছলামৰ বিধৱা পত্নী ৰছিদা খাতুনক ক্ষতিপূৰণ প্ৰদান কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। উল্লেখ্য যে, ২০২২ চনত বটদ্ৰৱা আৰক্ষী থানা…
অসম আৰক্ষীৰ ৫ লাখ টকাৰ পুৰষ্কাৰ ঘোষণা
স্বাধীনতা দিৱসৰ দিনা আলফা(স্বা)এ ৰাজ্যৰ ভিন্ন প্ৰান্তত সংৰোপণ কৰা বোমাক কেন্দ্ৰ কৰি আজিও অব্যাহত প্ৰতিক্ৰিয়া। শিৱসাগৰৰ পাছত দেওবাৰে ডিব্ৰুগড়ত অনুষ্ঠিত হয় অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াৰ বৈঠক। অসম আৰক্ষীৰ বিশেষ…
কেতিয়া সম্প্ৰসাৰণ হ’ব শৰ্মা মন্ত্ৰীসভা?
উপ-নিৰ্বাচনৰ ঠিক আগে-পাছে হ’ব হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ৷ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত এই মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ৷ মুখ্যমন্ত্ৰীৰ ভাষ্য অনুসৰি উপ-নিৰ্বাচনৰ এসপ্তাহৰ পাছত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হোৱাৰ বেছি সম্ভাৱনা আছে৷
জালুকবাৰীৰ পৰা নিৰ্বাচন খেলিব গৌৰৱ গগৈয়ে! ‘ষ্টাৰ কেম্পেইনাৰ হ’ব হিমন্ত বিশ্ব শৰ্মা’
২০২৬ লৈ সাজু গৌৰৱ গগৈ। ২০২৬ত অসমত বিধানসভা নিৰ্বাচন খেলিব গৌৰৱ গগৈয়ে। গৌৰৱ গগৈ আগন্তুক বিধানসভা নিৰ্বাচনত অসমৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হ’ব নেকি? কোনটো বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচন খেলিব গৌৰৱ…
’২৬ত ৰাজ্যিক ৰাজনীতিলৈ উভতিব গৌৰৱ গগৈ! ক’লে- ‘দলে বিচাৰিলে মই জালুকবাৰীৰ পৰাও নিৰ্বাচন খেলিবলৈ সাজু’
গুৱাহাটীঃ লোকসভা নিৰ্বাচনত যোৰহাট সমষ্টিৰ পৰা বিজয় সাব্যস্ত কৰাৰ পিছত এইবাৰ কেন্দ্ৰীয় ৰাজনীতি এৰি অসমৰ ৰাজনীতিলৈ উভতি আহিবলৈ যো-জা চলাইছে গৌৰৱ গগৈয়ে। ২০২৬ৰ বিধানসভা নিৰ্বাচনত ৰাজ্যত কংগ্ৰেছক শক্তিশালী কৰাৰ দায়িত্ব…
কলকাতা কাণ্ডৰ দৰে পৰিণামৰ ভাবুকি তিনিচুকীয়া মহাবিদ্যালয়ৰ ছাত্ৰীক! বন্ধুৰ অভিযোগৰ পিছতে তদন্ত আৰক্ষীৰ
গুৱাহাটীঃ কলকাতাৰ মহিলা চিকিৎসকৰ সৈতে সংঘটিত লোমহৰ্ষক কাণ্ডৰ দৰে পৰিণামৰ সন্মুখীন হ’ব লাগিব বুলি যুৱকৰ দলৰ ভাবুকি তিনিচুকীয়া মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰীক। সামাজিক মাধ্যমযোগে ছাত্ৰীগৰাকীৰ এজন বন্ধুৱে এই অভিযোগ উত্থাপন কৰাৰ…
কোনে থৈ গ’ল বোমা? ওলিয়াব পৰা নাই আৰক্ষীয়ে! পাতিছে ইখনৰ পিছত সিখন বৈঠক
স্বাধীনতা দিৱসত অসমৰ ভিন্ন প্ৰান্তত আলফাৰ বোমা সংৰোপন সন্দৰ্ভত অসম আৰক্ষীয়ে ধাৰাবাহিকভাৱে অনুষ্ঠিত কৰিছে উচ্চস্তৰীয় বৈঠক। শনিবাৰে শিৱসাগৰত অনুষ্ঠিত বৈঠকৰ ২৪ ঘণ্টাৰ ভিতৰতে পুনৰ দেওবাৰে ডিব্ৰুগড়ত আন এখন উচ্চস্তৰীয় বৈঠক…
গুৱাহাটীত শ্বাহৰুখ খানক গ্ৰেপ্তাৰ
গুৱাহাটীত গ্ৰেপ্তাৰ হৈছে শ্বাহৰুখ খান৷ কিন্তু এইজন শ্বাহৰুখ খান আকৌ সেইগৰাকী বলিউদৰ চুপাৰষ্টাৰ শ্বাহৰুখ খান নহয়৷ এইজন চোৰহে৷ গুৱাহাটীত বিভিন্ন সময়ত সংঘটিত চুৰি কাণ্ডত জৰিত আছিল বুলি জানিব পৰা গৈছে৷…
স্মাৰ্ট মিটাৰ বহুৱাই লুটিছে বিদ্যুৎ বিভাগে, ৰাজপথত আছু
ভূতৰ ওপৰত দানহ পৰাৰ দৰে হৈছে বিদ্যুৎ বিভাগ। বিদ্যুতৰ সঘন আহ-যাহৰ সময়তে অত্যাধিক বিদ্যুৎ মাছুলে দেউলীয়া কৰিছে ৰাজ্যবাসীক৷ এতিয়া প্ৰতিখন চহৰ আৰু প্ৰতিখন গাঁৱৰ লোক অতিষ্ঠ। স্মাৰ্ট মিটাৰ বহুৱাই সাধাৰণ…
এখেত ভুৱা পুলিচ, জালুকবাৰীৰ ACP বুলি পৰিচয় দিয়া ৰিংকু কলিতাক গ্ৰেপ্তাৰ
ৰাজ্যত পুনৰ ধৰা পৰিছে ভুৱা আৰক্ষী বিষয়া। আৰক্ষীৰ পোছাকত গুৱাহাটী মহানগৰীত তহল দি থকা অৱস্থাতে এজন ভুৱা আৰক্ষী বিষয়াক গ্ৰেপ্তাৰ কৰিছে গুৱাহাটী আৰক্ষীয়ে। আৰক্ষীৰ পোছাক পৰিধান কৰি বিভিন্ন কুকীৰ্তিত লিপ্ত…