টাৰ্গেট কেৱল হিমন্তই নহয়, সহযোগী দলৰ লগতে সংবাদ মাধ্যমকো টাৰ্গেট কৰি ল’লে অখিল গগৈয়ে
স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ৰাজ্যৰ ২৫ স্থানত আলফা স্বাধীনে স্থাপন কৰা বোমা ক্ৰমে উদ্ধাৰ হৈ আছে৷ ৰাজধানী গুৱাহাটী মহানগৰীতো আলফা স্বাধীনে বোমা স্থাপন কৰিছিল যদিও আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ আলফা…
মুখ্যমন্ত্ৰীৰ পদত্যাগ দাবী লুৰীণজ্যোতি গগৈৰ
আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণৰ লক্ষ্য কৰি লয় অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে৷ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ৰাজ্যৰ ২৫ স্থানত আলফা স্বাধীনে বোমা স্থাপনৰ ঘটনাক লৈ চৰকাৰৰ ব্যৰ্থতাক…
শিক্ষয়িত্ৰীয়ে উলংগ হৈ ভিডিঅ’ বনাই দিছিল অধ্যক্ষক, অধ্যক্ষই দিলে বিলাই
শিক্ষয়িত্ৰীৰ অশ্লীল ভিডিঅ’ ভাইৰেল কাণ্ডই জোকাৰি গৈছে সমগ্ৰ শোণিতপুৰ জিলাক৷ অধ্যক্ষই নিজ শিক্ষানুষ্ঠানতে কৰ্মৰত শিক্ষয়িত্ৰীৰ নগ্ন ভিডিঅ’ ভাইৰেল কৰাৰ অভিযোগ উত্থাপন হৈছে৷ শোণিতপুৰৰ যুগল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বিশ্বজিৎ বড়োৰ…
কংগ্ৰেছৰ চৰকাৰ হ’লে ১০০ দিনৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মাৰ অৱস্থা কি হ’ব ক’লে ভূপেন বৰাই
গুৱাহাটীঃ ”মোক চিআইডিয়ে মাতিছে, মই চিআইডিৰ অফিচলৈ যাম। মোক ইনকাম টেক্সে মাতিছে, মই ইনকাম টেক্সৰ অফিচলৈ যাম। কিন্তু মই ৰাইজৰ সমুখত প্ৰতিজ্ঞা কৰি কৈছো যে কংগ্ৰেছ চৰকাৰ গঠন হোৱাৰ ১০০…
অভিজিৎ শৰ্মাৰ কটাক্ষ, পৰেশ দাদা-মুখ্যমন্ত্রী ভাইটি লিলিমাই বন্ধ কৰক”
গুৱাহাটীঃ ৰাজ্যৰ ২৫ স্থানত আলফা স্বাধীনে বোমা স্থাপনৰ পাছতে ৰাজ্যজুৰি ভয় আৰু আতংকময় পৰিৱেশ দেখা গৈছে৷ যোৱা দুটা দিনত অসম আৰক্ষীয়ে সেনা আৰু অৰ্ধসামৰিক বাহিনীৰ সৈতে লগলাগি কেইবাটাও ঠাইৰ পৰা…
আলফাই সংস্থাপন কৰা বোমা বিচাৰি তৎপৰ আৰক্ষী! অনুপ চেতিয়াৰ বাসগৃহতো অভিযান চলিল বোমাৰ সন্ধানত
গুৱাহাটীঃ স্বাধীনতা দিৱসৰ দিনটোত ৰাজ্যৰ ২৫টা ভিন্ন স্থানত আলফাই বোমা সংস্থাপন কৰা বুলি দাবী কৰাৰ পিছতো চিন্তাৰ ক্লেশ নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত। বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীয়ে আলফা স্বাধীনে বোমা সংস্থাপন…
স্বাধীনতাৰ দিৱসত আলফাৰ বোমা সংস্থাপনক লৈ আপৰ প্ৰতিক্ৰিয়া, মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবী
গুৱাহাটীঃ স্বাধীনতা দিৱসৰ দিনাই নিষিদ্ধ ঘোষিত সংগঠন আলফা( স্বাধীন)এ ৰাজ্যখনৰ বিভিন্ন জিলাৰ ২৫ টাকৈ স্থানত বোমা সংস্থাপনৰ বিষয়টোত চৰকাৰৰ গৃহ বিভাগৰ ব্যৰ্থতা সন্দৰ্ভত এক সংবাদমেলত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ…
গুৱাহাটীৰ বানৰ বাবে জগৰীয়া মন্ত্ৰী অশোক সিংহালৰ পৰিয়ালৰ মালাকানাধীন প্ৰটেক গ্ৰুপ! বিস্ফোৰক দাবী অভিজিৎ শৰ্মাৰ
গুৱাহাটীঃ গুৱাহাটীৰ কৃত্ৰিম বানৰ বাবে জগৰীয়া ৰাজ্য চৰকাৰৰ নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংহালৰ পৰিয়ালৰ কোম্পানী প্ৰটেক গ্ৰুপ। শুকুৰবাৰে এই মন্তব্য কৰে আছাম পাব্লিক ৱৰ্কছ চমুকৈ এ পি ডব্লিউৰ সভাপতি অভিজিৎ…
ধৰ্মীয় অনুষ্ঠানৰ মাহ-প্ৰসাদ খাই গুৰুতৰভাৱে অসুস্থ চিমেন চাপৰিৰ কেইবাখনো গাঁৱৰ বাসিন্দাৰ, এগৰাকী মহিলাৰ মৃত্যু
ধৰ্মীয় অনুষ্ঠানৰ মাহ-প্ৰসাদ খাই গুৰুতৰভাৱে অসুস্থ চিমেন চাপৰিৰ কেইবাখনো গাঁৱৰ বাসিন্দাৰ, এগৰাকী মহিলাৰ মৃত্যুজোনাইঃ ধৰ্মীয় অনুষ্ঠানৰ মাহ-প্ৰসাদ খাই গুৰুতৰভাৱে অসুস্থ হৈ পৰিল জোনাইৰ চিমেন চাপৰিৰ কেইবাখনো গাঁৱৰ বাসিন্দা। খাদ্যৰ বিষক্ৰিয়াৰ…
মুখ্যমন্ত্ৰীলৈ অখিল গগৈৰ চেলেঞ্জ! কাজিৰঙা অৰ্কিড পাৰ্কৰ চাবি মুখ্যমন্ত্ৰীৰ হাতত গতাই দিয়াৰ পিছত মুখ্যমন্ত্ৰীয়েও ৰাইজৰ নামত লিখি দিয়ক পত্নীৰ সা-সম্পত্তি
অখিল গগৈয়ে জৰুৰী সাক্ষাৎ বিচাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । সাক্ষাৎ বিচাৰি ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ শেহতীয়াকৈ এখন পত্ৰ প্ৰেৰণ কৰিছে । এই সাক্ষাৎ লাভ…