নিৰ্বাপিত হ’ল এগচি জ্বলন্ত শিখা! কবি-সমালোচক ৰবীন্দ্ৰ বৰাৰ দেহাৱসান
গুৱাহাটীঃ নিৰ্বাপিত হ’ল অসমীয়া সাহিত্য জগতৰ এগচি জলন্ত শিখাৰ। অসমীয়া কবিতাৰ সহস্ৰ অনুৰাগীৰ বুকুত দশক দশক ধৰি কবিতাৰ ৰাগী সানি অৱশেষত হেৰাই গ’ল ‘ৰামধেনু যুগ’ৰ কবি-সমালোচক ৰবীন্দ্ৰ বৰা। দেওবাৰে দুপৰীয়া…
বিধানসভাত বিৰোধীৰ সংখ্যাৰ হিচাপত সহজ নহ’ব ৰাজ্যসভাৰ নিৰ্বাচনত কংগ্ৰেছৰ জয়ঃ অকপট স্বীকাৰোক্তি ভূপেন বৰাৰ
গুৱাহাটীঃ ৰাজ্যসভাৰ বাবে প্ৰাৰ্থিত্ব বিচাৰি আগবাঢ়ি অহা নাই বিৰোধী ঐক্যমঞ্চ অথবা কংগ্ৰেছ দলৰ কোনো নেতা। সংবাদ মাধ্যমৰ সন্মুখত এই কথা সদৰী কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। দেওবাৰে সংবাদ মাধ্যমৰ…
স্বাধীনতা দিৱস বয়কটৰ আহ্বান আলফা স্বাধীনৰ, সষ্টম হৈছে আৰক্ষীও
গুৱাহাটীঃ পৰেশ বৰুৱা নেতৃত্বাধীন আলফা স্বাধীনে আগন্তুক ১৫ আগষ্টৰ স্বাধীনতা উদযাপন বয়কট কৰিবলৈ সকলো অসমবাসীক আহ্বান জনাই এক সতৰ্কবাণী জাৰি কৰাৰ পিছতে সমগ্ৰ ৰাজ্যতে কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা।…
‘অসমৰ জিলাই জিলাই নিৰ্মাণ হৈছে ক্ষুদ্ৰ বাংলাদেশ’! অসমত বালাংদেশসদৃশ পৰিস্থিতি প্ৰতিৰোধ কৰিবলৈ কি উপায় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?
গুৱাহাটীঃ আজি অসমৰ জিলাই জিলাই নিৰ্মাণ হৈছে একো একোখন ক্ষুদ্ৰ বাংলাদেশ। -এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। শনিবাৰে গুৱাহাটী টঙৰা সত্ৰৰ এক অনুষ্ঠানত উপস্থিত থাকি হিংসাজৰ্জৰ বাংলাদেশৰ উদাহৰণ দি…
নিশা ১১ বজাৰ পৰা পুৰণি শৰাইঘাট দলঙত বন্ধ থাকিব যান-বাহনৰ চলাচল
পুনৰ মেৰামতি কৰা হ’ব পুৰণি শৰাইঘাট দলং৷ যাৰ বাবে পুৰণি শৰাইঘাট দলঙত ৭ ঘণ্টা যাতায়ত বন্ধ থাকিব৷ আজি নিশা ১১ বজাৰ পৰা দেওবাৰে পুৱা ৫ বজালৈ পুৰণি শৰাইঘাট দলঙেৰে যান-বাহনৰ…
সুনীল গগৈক লৈ DGPৰ মন্তব্যঃ ঘনে ঘনে সুনীলে সলাইছে মোবাইলৰ ছিম কাৰ্ড…
ডিজিটেল ডেস্কঃ ঢকুৱাখনাৰ ৰহস্যজনক হত্যাকাণ্ডৰ সন্দৰ্ভত অৱশেষত মুখ খুলিলে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে। জল জীৱন মিছনৰ ঠিকাদাৰ সুনীল গগৈক ঘৰৰ সমীপতে হত্যা কৰা বুলি প্ৰথমে ভবা হৈছিল যদিও…
বাংলাদেশত হিন্দুৰ ওপৰত চলা নিৰ্যাতনক লৈ নিমাত কিয় কংগ্ৰেছ? প্ৰশ্ন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
গুৱাহাটীঃ বাংলাদেশৰ হিংসাত্মক পৰিস্থিতি, বিশেষকৈ সংখ্যালঘু হিন্দুৰ ওপৰত সংঘটিত কথিত আক্ৰমণৰ ঘটনাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই সন্দৰ্ভত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাক কংগ্ৰেছকো…
গুৱাহাটীৰ কৃত্ৰিম বানৰ বাবে জগৰীয়া USTM! অসমৰ মুখ্যমন্ত্ৰীক প্ৰত্যুত্তৰ বিশ্ববিদ্যালয়খনৰ
গুৱাহাটীঃ শেহতীয়াকৈ গুৱাহাটীত ভয়াবহ ক্ষন্তেকীয়া বান পৰিস্থিতিৰ মাজতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰিস্থিতি অধিক ভয়াৱহ কৰি তোলাৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয় মেঘালয় (ইউএছটিএম)ক জগৰীয়া কৰিছিল। মুখ্যমন্ত্ৰী শৰ্মাই অভিযোগ…
কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত- মাতৃভাষা মাধ্যমৰ বেচৰকাৰী বিদ্যালয়ত দৰিদ্ৰ ল’ৰা-ছোৱালীৰ বাবে সংৰক্ষিত হ’ব ২৫ শতাংশ আসন
গুৱাহাটীঃ শুকুৰবাৰে অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেট বৈঠকৰ পিছতে কেবিনেটে গ্ৰহণ কৰা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা সদৰী কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শিক্ষা খণ্ডত উন্নয়ন আৰু নিযুক্তি বৃদ্ধিৰ ক্ষেত্ৰত কেইবাটাও…
আকৌ হাছিনা… আৰক্ষীৰ নামত ধন দাবী কৰি এইবাৰ হ’ল গ্ৰেপ্তাৰ
গুৱাহাটীঃ আকৌ চৰ্চাত এছ আই জোনমণি ৰাভা কাণ্ডত নাম সাঙোৰ খাই পৰা লখিমপুৰৰ হাছিনা বেগমৰ। আৰক্ষীৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগত এইবাৰ গ্ৰেপ্তাৰ হ’ল হাছিনা। অভিযুক্তক ৰক্ষণাবেক্ষণ দি আৰক্ষীৰ নামত…