ফেচবুকত বাংলাদেশৰ পৰিস্থিতিৰ সমৰ্থনত পোষ্ট, গ্ৰেপ্তাৰ হাইলাকান্দিৰ যুৱক

হাইলাকান্দিঃ বাংলাদেশৰ অশান্ত পৰিস্থিতিৰ সমৰ্থন কৰি ভাৰততো তেনে পৰিস্থিতিৰ সৃষ্টি কৰাৰ আহ্বান জনাই গ্ৰেপ্তাৰ হ’ল হাইলাকান্দিৰ এজন যুৱক। ধৃত যুৱকজনৰ নাম ৰেজুৱান উল্লাহ মাজাৰভূঞা বুলি জানিব পৰা গৈছে। বৃহস্পতিবাৰে নিশা…

ভাৰতীয় পাছপ’ৰ্টধাৰীৰ বাহিৰে আন কোনেও বাংলাদেশৰ পৰা এতিয়া অসমত প্ৰৱেশ কৰিব নোৱাৰেঃ DGP জিপি সিং

গুৱাহাটীঃ বাংলাদেশত ক্ৰমবৰ্ধমান ৰাজনৈতিক সংকটৰ প্ৰতি সঁহাৰি জনাই অসমৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে ঘোষণা কৰে যে অশান্ত চুবুৰীয়া দেশৰ পৰা কেৱল ভাৰতীয় পাছপ’ৰ্টধাৰীকহে ৰাজ্যখনত প্ৰৱেশৰ অনুমতি দিয়া হ’ব,…

আজিৰে পৰা কংগ্ৰেছী হ’ল অশোক শৰ্মা…

নলবাৰীঃ আনুষ্ঠানিকভাৱে কংগ্ৰেছী হ’ল নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মা। বিজেপিৰ পৰা পদত্যাগ কৰাৰ পিছত আজি নলবাৰীৰ ৰাজীৱ ভৱনত আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰে শৰ্মাই। আজিৰ যোগদান কাৰ্যসূচীত উপস্থিত থাকে এ…

মহানগৰীৰ ভাড়াঘৰত ৰহস্যজনকভাৱে উদ্ধাৰ ছাত্ৰৰ মৃতদেহ, অৰুণাচলী প্ৰেয়সীৰ বিৰুদ্ধে হত্যাৰ অভিযোগ

গুৱাহাটীঃ মহানগৰীৰ ভাড়াঘৰত এগৰাকী ছাত্ৰৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। গুৱাহাটীৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠানৰ ছাত্ৰগৰাকীক হত্যাৰ অভিযোগ উত্থাপন হৈছে প্ৰেমিকাৰ বিৰুদ্ধে। নিহত ছাত্ৰজনৰ নাম জেনিছ বৰা বুলি…

বাংলাদেশত হিন্দু সংখ্যালঘুৰ ওপৰত সংঘটিত আক্ৰমণৰ কূটনৈতিক সমাধান কৰিব কেন্দ্ৰীয় চৰকাৰেঃ হিমন্ত বিশ্ব শৰ্মা

গুৱাহাটীঃ অস্থিৰতাই বিৰাজ কৰা বাংলাদেশত হিন্দু আৰু অন্য সংখ্যালঘুৰ ওপৰত সংঘটিত আক্ৰমণৰ ঘটনাৰ কূটনৈতিক প্ৰচেষ্টাৰে সমাধান কৰিব কেন্দ্ৰীয় চৰকাৰে। এই আস্থা প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সংবাদ মাধ্যমৰ…

বি এছ এফ জোৱানক উৎকোচ দি অবৈধভাৱে প্ৰৱেশ অসমত, নগাঁৱত গ্ৰেপ্তাৰ বাংলাদেশী নাগৰিক

নগাঁওঃ বাংলাদেশৰ অস্থিৰতাৰ মাজতে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা এজন বাংলাদেশী নাগৰিকক নগাঁও জিলাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। এক গোপন সূত্ৰৰ ভিত্তিত ধিং আৰক্ষী থানাৰ এটা দলে বুধবাৰে সন্ধিয়া ধিং…

আজি কংগ্ৰেছলৈ আহিব প্ৰাক্তন বিধায়ক অশোক শৰ্মা

গুৱাহাটীঃ দীৰ্ঘদিনীয়া বিসম্বাদৰ অন্তত বিজেপিৰ পৰা পদত্যাগ কৰা নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই শুকুৰবাৰে আনুষ্ঠানিকভাৱে যোগদান কৰিব কংগ্ৰেছত। ‘ন বিজেপি’ৰ পৰা অৱহেলাৰ বলি হোৱাৰ অভিযোগ তুলি যোৱা ২ আগষ্টত…

মৰ্মান্তিক! পুত্ৰক বচাবলৈ গৈ বিদ্যুৎস্পৃষ্ট হ’ল পিতৃও, কৰুণ মৃত্যু দুয়োজনৰ

গোৱালপাৰাঃ বিদ্যুৎস্পৃষ্ট পুত্ৰক বচাবলৈ গৈ কৰুণ মৃত্যুক সাৱটি ল’বলগীয়া হ’ল পিতৃয়েও। এই হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে গোৱালপাৰা জিলাৰ লক্ষীপুৰত। বিদ্যুৎস্পৃষ্ট হৈ পিতা-পুত্ৰৰ কৰুণ মৃত্যুৰ ঘটনাই শোকস্তব্ধ কৰি তুলিছে সমগ্ৰ…

ভাল খবৰ! অসমৰ পূৰৱী শইকীয়ালৈ ২০২৪ বৰ্ষৰ শান্তিস্বৰূপ ভাটনাগৰ বঁটা

গুৱাহাটীঃ অসমলৈ সুনাম কঢ়িয়াই আনিলে আন এগৰাকী মহিলাই। বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ বিজ্ঞান প্ৰতিষ্ঠানৰ উদ্ভিদ বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ড০ পূৰবী শইকীয়াক নিৰ্বাচিত কৰা হৈছে বিজ্ঞান যুৱ – শান্তিস্বৰূপ ভাটনাগৰ বঁটা…

শোকাবহ! গা ধুবলৈ যোৱাৰ পৰতে বন্যহস্তীৰ আক্ৰমণত নিহত এগৰাকী যুৱতী

বাক্সাঃ বাক্সাৰ ভাৰত-ভূটান সীমান্তত অব্যাহত আছে বনৰীয়া হাতীৰ সন্ত্ৰাস। বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰা হাতীৰ জাকে বাক্সা জিলাৰ পাহাৰৰ ওচৰৰ গাঁওসমূহত নিতৌ সন্ত্ৰাস চলোৱাৰ লগতে ইতিমধ্যে হাতীৰ আক্ৰমণত…

সাত সাগৰ তেৰ নদীৰ সিপাৰ

পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত
অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য
ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!
মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু
সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে
ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ