গুৱাহাটীৰ পানীৰ ৰং ক’লা, মেঘালয়ৰ পানীয়েহে মহানগৰীত সৃষ্টি কৰিছে কৃত্ৰিম বানঃ মন্ত্ৰী অশোক সিংহাল
গুৱাহাটীঃ সোমবাৰৰ পৰাই প্ৰায় অচল হৈ পৰিছে গুৱাহাটী মহানগৰীৰ জীৱন ধাৰণ। ৰাজপথৰ ওপৰত হোৱা এবুকু পৰ্যন্ত পানীত আৱদ্ধ হৈ পৰিবলগীয়া হয় মহানগৰবাসী। বিয়লি ৩ বজাতেই স্কুলৰ পৰা ওলাই অহা কণ…
চৰকাৰী কৰ্মচাৰীলৈ গুৰুত্বপূৰ্ণ নিৰ্দেশনা ৰাজ্য চৰকাৰৰ…
গুৱাহাটীঃ ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীলৈ এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰে। মঙলবাৰে এক জাননী জাৰি কৰি বিত্ত বিভাগক দিবলগীয়া ডাটা সময়মতে আপডেট কৰিবলৈ সকলো চৰকাৰী বিভাগৰ মুৰব্বীক নিৰ্দেশ দিয়া হৈছে।…
বাংলাদেশৰ উত্তপ্ত পৰিস্থিতিৰ পিছত হাই এলাৰ্ট জাৰি অসম-বাংলাদেশ সীমান্তত
গুৱাহাটীঃ শ্বেখ হাছিনাৰ পদত্যাগৰ পিছতো শাম কটা নাই বাংলাদেশৰ হিংসাত্মক পৰিস্থিতি। ক্ৰমান্বয়ে অধিক ভয়াবহ হৈ পৰা বাংলাদেশৰ হিংসাত্মক প্ৰতিবাদত সোমবাৰৰ দিনটোতে প্ৰাণ হেৰুৱায় পুনৰ ১৩৫ জন লোকে। চুবুৰীয়া ৰাষ্ট্ৰখনৰ এনে…
মহানগৰীত বানৰ তাণ্ডৱ! সকলো শিক্ষানুষ্ঠান বন্ধৰ নিৰ্দেশ
গুৱাহাটীঃ সোমবাৰে এজাক বৰষুণে বুৰাই থোৱা মহানগৰীৰ কৃত্ৰিম বান পৰিস্থিতি আৰু প্ৰতিকূল বতৰৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী পৌৰ নিগম এলেকাৰ অন্তৰ্গত সকলো ব্যক্তিগত আৰু চৰকাৰী শিক্ষানুষ্ঠান বন্ধৰ নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনে। গুৱাহাটীত…
মাথো এজাক বৰষুণ! তাৰ পিছতে একঁকাল পানীত বুৰ গ’ল গোটেই মহানগৰী…
গুৱাহাটীঃ সোমবাৰে অহা এজাক বৰষুণতে ‘স্মাৰ্ট চিটি’ গুৱাহাটীত নাজল নাথল হৈ পৰিল স্বাভাৱিক জীৱন। সোমবাৰে বিয়লি ভাগত দিয়া বৰষুণজাকৰ পিছতে পানীৰ তলত সোমাই পৰে মহানগৰীৰ অৰ্ধেক সংখ্যক অঞ্চল। বৰষুণৰ পিছত…
ৰাজ্যত ধাৰাসাৰ বৰষুণৰ আগজাননী, ২৮ খন জিলাত ইয়েল’ এলাৰ্ট জাৰি
গুৱাহাটীঃ আগন্তুক ৫ দিনলৈ অসমৰ লগতে উত্তৰ-পূবৰ ৰাজ্যসমূহত প্ৰবল বৰষুণৰ আগজাননী জাৰি কৰিছে গুৱাহাটীৰ বতৰ বিজ্ঞান বিভাগে। সোমবাৰে বতৰ বিজ্ঞান বিভাগে সদৰী কৰা অনুসৰি, ৫ আগষ্টৰ পৰা ৯ আগষ্টলৈ অসমৰ…
ৱাকফ আইন মুছলমান মহিলাৰ ন্যায়ৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
গুৱাহাটীঃ ৱাকফ সংশোধনী বিধেয়কখনক মুছলমান মহিলাৰ ন্যায়ৰ দিশত এক পদক্ষেপ বুলি অভিহিত কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে মুছলমান মহিলাৰ অধিকাৰৰ সৈতে জড়িত বিষয়সমূহৰ সমাধান আৰু প্ৰয়োজনীয় সংস্কাৰ…
বান সাহায্যৰ নামত প্ৰৱঞ্চনাৰ জাল! গহপুৰত গ্ৰেপ্তাৰ দিপালী মহন্ত
গহপুৰঃ ৰাজ্যত বাৰিষাৰ ভয়াবহ বান পৰিস্থিতিৰ মাজতে বান সাহায্য প্ৰদানৰ নামত শতাধিক পুৰুষ-মহিলাক ঠগ-প্ৰৱঞ্চনা কৰি অৱশেষত গ্ৰেপ্তাৰ হ’বলগীয়া হ’ল এগৰাকী মহিলা। নিজতে সমাজসেৱিকা বুলি পৰিচয় দি বান সাহায্যৰ নামত মানুহক…
চামগুৰিৰ পথ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত সংগীত শিল্পী অনুপম শইকীয়া
চামগুৰিঃ দেওবাৰে নিশা চামগুৰিত সংঘটিত এক পথ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হয় কণ্ঠশিল্পী অনুপম শইকীয়া। চামগুৰিৰ ৰঙাগড়ত চাৰিখনখনকৈ বাহন একেলগে দুৰ্ঘটনাগ্ৰস্ত হোৱাত সংগীত শিল্পীগৰাকীৰ লগতে আন কেইবাজনো আৰহীও আঘাতপ্ৰাপ্ত হয়। জানিব পৰা…
তেল চুৰি চক্ৰৰ সৈতে জড়িত থকাৰ অভিযোগ বিধায়ক পুত্ৰ, আত্মসমৰ্পণ
গুৱাহাটীঃ তেল চুৰিৰ অভিযোগত নাম সাঙোৰ খাই পৰাৰ পিছত আৰক্ষীয়ে ঠিকনা বিচাৰি প্ৰায় ৪৮ ঘণ্টা ধৰি চলোৱা অভিযানৰ মাজতে অৱশেষত নিজেই আহি থানাত আত্মসমৰ্পণ কৰিলে বিধায়ক নুৰুল হুদাৰ পুত্ৰ ৰকিবুল…