বডোলেণ্ডত নতুন ৰাজনৈতিক দল এপিবিৰ জন্ম, নেতৃত্বত ড০ অঞ্জলী দৈমাৰী

বড়োলেণ্ডৰ ৰাজনৈতিক পটভূমিত নতুন অধ্যায়ৰ সূচনা হৈছে। বৰবৰীস্থিত প্ৰাক্তন এনডিএফবি শিবিৰত আজি অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ড (এপিবি) নামেৰে নতুন ৰাজনৈতিক দল গঠনৰ ঘোষণা কৰা হ’ল। কিয় গঠন হ’ল নতুন দল?…

শিৱসাগৰত ৰাইজৰ দল-বিজেপি কৰ্মীৰ মাজত মাৰপিট

পঞ্চায়ত নিৰ্বাচনৰ ঘোষণাৰ দিনটোতে শিৱসাগৰত বিজেপি-ৰাইজৰ দলৰ মাজত মাৰপিট লগা দেখা গৈছে। মহিলা কৰ্মীৰ ওপৰত যৌন হাৰাশাস্তিৰ অভিযোগ উঠিছে। পঞ্চায়ত নিৰ্বাচনৰ তাৰিখ ঘোষণাৰ দিনটোতে শিৱসাগৰৰ গৌৰীসাগৰ খণ্ড উন্নয়ণ বিষয়া কাৰ্যালয়…

শ্ৰীভূমিত চলন্ত বাছৰ ভিতৰত ভয়ংকৰ কাণ্ড, চালকসহ দুজনক গ্ৰেপ্তাৰ

শ্ৰীভূমিত বাছৰ ভিতৰত মহিলাৰ সৈতে অপকৰ্ম সংঘটিত কৰিব খোজাৰ গুৰুতৰ অভিযোগৰ পিছতে উত্তেজনা অব্যাহত আছে৷ ০১ এপ্ৰিলৰ সন্ধিয়া বদৰপুৰৰ পৰা শ্ৰীভুমিলৈ বাছত গৈ থকা অৱস্থাত এই ঘটনা সংঘটিত হয়। গাড়ীৰ…

ৰাভা হাছঙত শান্তিপূৰ্ণ ভোটগ্ৰহণ

আজি ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদীয় নিৰ্বাচনৰ ভোটগ্ৰহণ শান্তিৰে অনুষ্ঠিত হয়। পুৱা সাত বজাৰপৰা শান্তিপূৰ্ণভাৱে আৰম্ভ হোৱা নিৰ্বাচন বিয়লি তিনি বজাত নিৰ্ধাৰিত সময়ত সমাপ্ত হয়৷ কেবাটাও সমষ্টিৰ ভোটগ্ৰহণ কেন্দ্ৰত ৪…

মেঘালয়ত ইজৰাইলী পৰ্যটকক তাৎক্ষণিক চিকিৎসা বিএছএফৰ

মেঘালয়ৰ ০৪ বেটেলিয়নৰ সীমান্ত সুৰক্ষা বাহিনী চমুকৈ বিএছএফে এগৰাকী বিদেশী পৰ্যটকক সময়মতে চিকিৎসা কৰি সুস্থ কৰি তোলে৷ ৩১ মাৰ্চত সংঘটিত দুৰ্ঘটনাত আহত হৈছিল এগৰাকী ইজৰাইলী মহিলা পৰ্যটক৷ সেই খবৰ লাভ…

পঞ্চায়ত নিৰ্বাচনৰ তাৰিখ ঘোষণা

অসম ৰাজ্যিক নিৰ্বাচন আয়োগে আজি পঞ্জাবাৰীস্থিত কাৰ্যালয়ৰ সভাগৃহত সংবাদমেল সম্বোধন কৰি পঞ্চায়ত নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰে। দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন৷ ২ মে’ত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন, ৭ মে’ত দ্বিতীয়…

ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ ৩৩টা সমষ্টিত ভোটগ্ৰহণ অব্যাহত

আজি পুৱাৰে পৰা ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ ৩৩টা সমষ্টিত ভোটগ্ৰহণ অব্যাহত আছে। পুৱাৰে পৰা শাৰিপাতি ভোটদান কৰি গৈছে ভোটাৰে৷ মুঠ ৪ লাখ ৪৫ হাজাৰ ৫৮৬ গৰাকী ভোটাৰে ভোট দিবলৈ…

ৰাভা হাছঙত ভোট, বেলট বাকচ লৈ ভোট কেন্দ্ৰলৈ ৰাওনা বিষয়া

ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ ৩৬টা সমষ্টিৰ ৩৩টাৰ ভোটগ্ৰহণ কাইলৈ পুৱা ৭ বজাত আৰম্ভ হ’ব। আইন-শৃংখলা দিশৰ লক্ষ্য কৰি ভোটকেন্দ্ৰসমূহত পৰ্যাপ্ত আৰক্ষী মোতায়েন কৰা হৈছে৷ আজি বেলট বাকচ আৰু কাগজ-পত্ৰ…

বাংলাদেশৰ ইউনুছৰ মন্তব্যত উত্তৰ-পূব ভাৰতত তীব্ৰ প্ৰতিক্ৰিয়া

বাংলাদেশৰ অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী ড° মহম্মদ ইউনুছে চীন ভ্ৰমণৰ সময়ত ভাৰতৰ উত্তৰ-পূবৰ সাতখন ৰাজ্যক “স্থলবেষ্টিত” (Landlocked) বুলি উল্লেখ কৰি চীনক অৰ্থনৈতিক সম্প্ৰসাৰণৰ সুযোগ দিয়াৰ মন্তব্যত ভাৰতত বিতৰ্কৰ সৃষ্টি কৰিছে। তেওঁৰ…

প্ৰতিমাহত মাছমৰীয়াক ১৫ হাজাৰকৈ দিয়াৰ আহ্বান অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ

আগন্তুক তিনিমাহলৈ মৎস্য চিকাৰ নকৰিবলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৰা আহ্বানক আদৰণি জনাইছে অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে৷ লগতে আগন্তুক তিনিমাহত অনুসূচিত জাতিৰ থলুৱা মৎস্যোপজীৱীসকলক প্ৰতিমাহে কমেও ১৫ হাজাৰ…

সাত সাগৰ তেৰ নদীৰ সিপাৰ

পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত
অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য
ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!
মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু
সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে
ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ