গোৱালপাৰাৰ অমানৱীয় উচ্ছেদৰ তীব্ৰ বিৰোধিতা ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ

আজি গোৱালপাৰাৰ হাচিলাবিলত গোৱালপাৰা জিলা প্ৰশাসনে চলোৱা অমানৱীয় আৰু নীতি বহিৰ্ভূত উচ্ছেদৰ তীব্ৰ বিৰোধিতা কৰিছে ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিয়ে। পুনৰ সংস্থাপন আৰু পৰ্যাপ্ত সময় অবিহনে বছৰ বছৰ ধৰি ভোগ…

বহিঃৰাজ্যৰ আৰএছএছ নেতাই অসমৰ পৰিবেশ বেয়া কৰিছে: মঙলদৈত গৌৰৱ

দুদিনীয়া ভ্ৰমণসূচীৰ অংশ হিচাপে মঙলদৈত উপস্থিত প্ৰদেশ কংগ্ৰেছৰ নৱ-নিযুক্ত সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে আজি কংগ্ৰেছ দলৰ এক বিশেষ সভাত অংশগ্ৰহণ কৰে। সভাত উপস্থিত নেতা-কৰ্মীসকলক উদ্দেশি কৰি তেওঁ বিজেপি, আৰএছএছ…

‘আল্লা মেঘদে, আল্লা পানী দে’ৰ স্ৰষ্টা আৰু নাই

খেয়ালী মনৰ মানুহজন কেতিয়াও উভতি নহা বাটেৰে গুছি গ’ল৷ পাগলাদিয়া নৈৰ পাৰ, হোটেল, কিতাপৰ দোকানত আড্ডা পিটি কবিতাক নতুন গতি দিয়া খেয়ালী মনৰ কবিজন আৰু কেতিয়াও উভতি নাহে৷ গাঁৱৰ হোজা…

অসমত তিনিজন মানুহে সকলো সুবিধা পায়: মিত্ৰতাৰ পক্ষে গৌৰৱ গগৈৰ গুৰুত্বপূৰ্ণ মন্তব্য

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সদ্য নিযুক্ত সভাপতি গৌৰৱ গগৈয়ে আজি ৰাজীৱ ভৱনত এখন সংবাদমেলত অসমৰ বৰ্তমান ৰাজনৈতিক পৰিস্থিতি আৰু কংগ্ৰেছৰ সংগঠনৰ দিশত চলি থকা পদক্ষেপসমূহ সন্দৰ্ভত বিস্তৃত মন্তব্য আগবঢ়ায়। মিত্ৰতা…

ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে৷ , ৰমেশ বিশ্বাস কুমাৰ জীৱন্তে উদ্ধাৰ

ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে৷ —-এই আপ্তবাক্যশাৰী এতিয়া খাপ খাইছে ভাৰতীয় বংশোদ্ভৱ ব্ৰিটিছ নাগৰিক ৰমেশ বিশ্বাস কুমাৰৰ সৈতে৷ আহমেদাবাদত এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাত ২৪২ জন লোকৰ ভিতৰত…

৬৫ কোটি টকাৰ ব্লেকমেইল, দুজন সাংবাদিকক নয়দাৰ পৰা গ্ৰেপ্তাৰ

এজন টেলিভিছন চেনেলৰ সাংবাদিক আৰু আনএগৰাকী ডিজিটেল প্লেটফৰ্মৰ সংবাদ উপস্থাপক নয়দাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। ৬৫ কোটি টকাৰ ব্লেকমেইলৰ সন্দেহত জড়িত থকা গোচৰত আৰক্ষীয়ে মঙলবাৰে গ্ৰেপ্তাৰ কৰিছে। অভিযুক্ত দুজন হৈছে…

স্বৈৰতন্ত্ৰৰ বিৰুদ্ধে সকলো নাগৰিক সমাজ-গণতান্ত্ৰিক ব‍্যক্তি ঐক‍্যবদ্ধ হওক- বৃহত্তৰ গুৱাহাটী সন্মিলিত নাগৰিক অভিৱৰ্তন

বিশিষ্ট বুদ্ধিজীৱী হীৰেন গোহাঁই, হৰেকৃষ্ণ ডেকা, সাংসদ অজিত কুমাৰ ভূঞা, পৰেশ মালাকাৰ, আব্দুল মান্নান, শান্তনু বৰঠাকুৰে আডজি এখন সংবাদমেল সম্বোধন কৰি ৰাজ্য চৰকাৰক তীব্ৰ আক্ৰমণ কৰিছে৷ তেওঁলোকে কয় যে অসমৰ…

শীঘ্ৰে বলবৎ হ’ব মটৰ বাহন এগ্ৰিগেটৰ বিধি, ৩০ জুনৰ ভিতৰত ৰাইডাৰে ল’ব লাগিব হালধিয়া নম্বৰ

অসম চৰকাৰে ২০২২ চনৰ ডিচেম্বৰত মাহত লোৱা কেবিনেট সিদ্ধান্ত অনুসৰি অসম মটৰ বাহন এগ্ৰিগেটৰ বিধি নামৰ নতুন বিধিমালা প্ৰবর্তন কৰিবলৈ আগবাঢ়িছে৷ এই নতুন বিধিৰ দ্বাৰা ব্যক্তিগত নম্বৰ প্লেটৰ দুচকীয়া বাহন…

ছোনম ৰঘুবংশীৰ মৃত্যুদণ্ড দিয়াৰ দাবী ককায়েক গোবিন্দ ৰঘুবংশীয়ে

ৰাজা ৰঘুবংশীৰ হত্যাৰ অভিযুক্ত ছোনম ৰঘুবংশীয়ে নিজেই জঘন্য হত্যাকাণ্ডপ পৰিকল্পনা কৰিছিল। এই তথ্য পোহৰলৈ অহাৰ পিছতে ছোনম ৰঘুবংশীৰ পৰিয়ালে ছোনমক বয়কট কৰাৰ লগতে মৃত্যুদণ্ড দিয়াৰ দাবী জনাইছে। বুধবাৰে ছোনমৰ ভায়েক,…

বৰাকৰ ভয়ংকৰ বান পৰিস্থিতিৰ বুজ লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

বৰাক উপত্যকাত বান আৰু ভূমিস্খলনে ভয়ংকৰ ৰূপ ধৰিছে। উপত্যকাৰ বহু ঠাইত সৃষ্টি হোৱা এই প্ৰাকৃতিক দুৰ্যোগে সাধাৰণ জীৱনক বিপৰ্যস্ত কৰি তুলিছে। বৰাক নৈৰ বাঢ়নী পানীয়ে ইতিমধ্যে বহু এলাকা প্লাৱিত কৰিছে,…

সাত সাগৰ তেৰ নদীৰ সিপাৰ

পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত
অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য
ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!
মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু
সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে
ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ