সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰক পুনৰ গ্ৰেপ্তাৰ, পাণবজাৰ আৰক্ষী থানাত সাংবাদিকৰ মৌন প্ৰতিবাদ

জ্যেষ্ঠ সাংবাদিক তথা গুৱাহাটী প্ৰেছ ক্লাবৰ সহকাৰী সম্পাদক দিলোৱাৰ হুছেইন মজুমদাৰক পাণবজাৰ আৰক্ষীয়ে আজি (২৮ মাৰ্চ) দ্বিতীয়টো গোচৰত গ্ৰেপ্তাৰ কৰাৰ পিছত সাংবাদিক সমাজে ক’লা কাপোৰেৰে মুখ ঢাকি মৌন প্ৰতিবাদ সাব্যস্ত কৰিছে। প্ৰতিবাদকাৰীসকলে…

ক’লা বেজ লগাই বেংকত কৰ্মচাৰীৰ প্ৰতিবাদ, এপেক্স বেংকত কোনো দুৰ্নীতি হোৱা নাইঃ বিশ্বজিৎ ফুকন

অসম কো-অপাৰেটিভ এপেক্স বেংকৰ চেয়াৰমেন বিশ্বজিৎ ফুকনে ২৮ কোটী টকীয়া কেলেংকাৰী আৰু কালিৰ সাংবাদিক গ্ৰেপ্তাৰক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ দাবী কৰে যে ৰাজেশ বাজাজ নামৰ ব্যক্তিজনে বেংক মেনেজাৰৰ সৈতে…

সাংবাদিক দিলোৱাৰ হুছেইনৰ জামিন লাভ গণতন্ত্ৰৰ বাবে শুভ লক্ষণঃ ভূপেন বৰা

জ্যেষ্ঠ সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰৰ বিৰুদ্ধে আৰক্ষীয়ে সঠিক তথ্য প্ৰমাণ দাখিল কৰিব নোৱৰাৰ কথাটোৱে প্ৰমাণ কৰিছে যে আৰক্ষী ৰাজনৈতিকভাৱে ব্যৱহাৰ হৈছে৷ আদালতে জামিন মঞ্জুৰ কৰাটো গণতন্ত্ৰৰ বাবে এক শুভ লক্ষণ…

অসমত এতিয়া অঘোষিত জৰুৰকালীন অৱস্থাঃ মনোজ চৌহান

অসমত এতিয়া অঘোষিত জৰুৰকালীন অৱস্থা চলিছে৷ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সাংবিধানিক অধিকাৰ ভৰিৰে মোহাৰি সাংবাদিক-সাংসদকে ধৰি সকলোকে আৰক্ষীৰ দ্বাৰা নিৰ্যাতন চলাইছে৷ এই নিৰ্যাতন বন্ধ কৰিবৰ বাবে কংগ্ৰেছ দলে জনতাৰ…

সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰক জামিনত মুক্তি, আৰক্ষীৰ পাঁচদিনীয়া জিম্মাৰ আৰ্জি নাকচ

গুৱাহাটীৰ সাংবাদিক সমাজৰ দৃঢ় প্ৰতিবাদ আৰু আইনী যুঁজৰ ফলত সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰক আদালতে জামিন প্ৰদান কৰে। ২৫ মাৰ্চৰ দুপৰীয়াৰ পৰা পাণবজাৰ আৰক্ষী থানাত আটক ৰখা হুছেইনক আজি কামৰূপ জিলা…

সাংবাদিকক গ্ৰেপ্তাৰ, চেন্নাইত প্ৰতিবাদ ধ্ৰৱজ্যোতি ধনন্তৰিৰ

জ্যেষ্ঠ সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে আজি ৰাজ্যৰ ৰাজধানী গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সাংবাদিক সংগঠন আৰু অন্যান্য দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে৷ বিনাচৰ্তে সাংবাদিক দিলোৱাৰক মুক্তি দিয়াৰ লগতে…

চতুৰ্থ স্তম্ভৰ স্বাধীনতাত আঘাত, সাংবাদিক গ্ৰেপ্তাৰক নিন্দা আছুৰ উৎপল-সমুজ্জ্বলৰ

সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰক গ্ৰেপ্তাৰ কৰা কাৰ্যৰ বিৰোধিতা কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই৷ সাংবাদিকগৰাকীক গ্ৰেপ্তাৰ কৰা কাৰ্যত তীব্ৰ নিন্দা আৰু গহিৰণা দিছে মুখ্য উপদেষ্টাগৰাকীয়ে৷…

সাংবাদিক দিলোৱাৰৰ গ্ৰেপ্তাৰক গৰিহণা প্ৰেছ ক্লাৱ অৱ ইণ্ডিয়াৰ

গুৱাহাটীৰ এটা প্ৰতিষ্ঠিত সংবাদ প্ৰতিষ্ঠানত কৰ্মৰত জ্যেষ্ঠ সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰক গ্ৰেপ্তাৰক কঠোৰ ভাষাৰে গৰিহণা দিছে প্ৰেছ ক্লাৱ অৱ ইণ্ডিয়া চমুকৈ পিচিআই৷ পিচিআইৰ সভাপতি গৌতম লাহিড়ী আৰু মহাসচিব নীৰজ ঠাকুৰে…

এপেক্স বেংকৰ দুৰ্নীতিৰ প্ৰশ্ন কৰা সাংবাদিকক আটক, দল-সংগঠনৰ তীব্ৰ নিন্দা

গুৱাহাটীৰ পাণবজাৰ আৰক্ষী থানাত ক্ৰছ কাৰেণ্টৰ জ্যেষ্ঠ সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰক আটক ৰখাৰ ঘটনাই ৰাজনৈতিক আৰু সামাজিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এপেক্স বেংকত সংঘটিত হোৱা কেলেংকাৰীৰ প্ৰশ্ন কৰাত সাংবাদিকজনক…

ঘোষা গাই অসমবাসীক ক্ষমা খুজিলে বিতৰ্কিত বিধায়ক কূৰ্মীয়ে

মাধৱদেৱ গুৰুজনাৰ দ্বাৰা ৰচিত নামঘোষা গাই অসমবাসীক ক্ষমা খুজিলে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কূৰ্মীয়ে। মাধৱদেৱ গুৰুজনাৰ ‘‘মুক্তিত নিস্পৃহ যিটো, সেহি ভকতক নমো/ৰসময় মাগোহো ভকতি’’… ঘোষা আওৰাই অসমবাসীক আজি বিধানসভাৰ বাহিৰত সাংবাদিকৰ…

সাত সাগৰ তেৰ নদীৰ সিপাৰ

পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত
অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য
ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!
মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু
সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে
ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ