মাজনিশা হাতত কি লৈ প্ৰেমিকাৰ কোঠালৈ আহিল প্ৰেম পাগল দেৱজিৎ!
গুৱাহাটী মহানগৰীত এজন পাগল প্ৰমিকে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে৷ নিশা প্ৰকাণ্ড তৰোৱাল লৈ প্ৰেমিকাক নিবলৈ আহি সন্ত্ৰাসৰ সৃষ্টি কৰে পাগল প্ৰেমিকজনে৷ ঘটনা সংঘটিত হৈছে ছয়মাইলৰ প্ৰিন্স ৰেচিডেন্সিত৷ তৰোৱাল লৈ অহা…
মুখ্যমন্ত্ৰী-অখিলৰ মাজত বিধানসভাত বাকযুদ্ধ, কোনোবা ছোৱালী ড্ৰপ আউট হ’লে মই পদত্যাগ কৰিম
২০২৫-২৬ বৰ্ষৰ বাজেট দাখিলৰ পিছদিনাই বিধানসভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিৰোধী দলনেতা অখিল গগৈৰ মাজত তীব্ৰ বাক্-যুদ্ধ কৰা দেখা যায়। বাজেটৰ পৰৱৰ্তী আলোচনাৰ সময়ত চৰকাৰী নীতি, মাধ্যমিকৰ ভূমিকা আৰু…
গুৱাহাটীত ৰাইডাৰ ননীৰ বাইক চুৰিৰ মুখ্য অভিযুক্ত আশ্ৰফ আলীক গ্ৰেপ্তাৰ
গুৱাহাটী আৰক্ষীয়ে ৰাইডাৰ ননীৰ বাইক চুৰিৰ ঘটনাত মুখ্য অভিযুক্ত আশ্ৰফ আলী আৰু তেওঁৰ পিতৃ জাকিৰ আলীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। গোৱালপাৰা জিলাৰ আগিয়াত বিশেষ অভিযান চলাই মুখ্য চোৰ আশ্ৰফ আলী…
তৎপৰ কংগ্ৰেছ, ৰাভা হাছঙৰ ৩৩টা সমষ্টিৰ প্ৰাৰ্থী ঘোষণা
আজি আজি অসম প্ৰদেশ কংগ্ৰেছে ৰাভা হাছং স্বায়ত্ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে ৩৩টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে৷ ৩টা সমষ্টিত এতিয়াও প্ৰাৰ্থী ঘোষণা কৰা নাই৷ তিনিটা সমষ্টি অসম জাতীয় পৰিষদক…
হিমন্ত চৰকাৰৰ সৈতে বিৰদ্ধে অনশন কৰি বিপদ, অনশনৰত ৬৪ প্ৰৱক্তাক চাকৰিৰ পৰা অব্যাহতি
গুৱাহাটী, ১১ মাৰ্চ: অসম চৰকাৰে ২৩ দিন ধৰি চচলত অনশন কৰি থকা ৬৪ গৰাকী পলিটেকনিক প্ৰৱক্তাক চাকৰিৰ পৰা অব্যাহতি দিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিক্ষামন্ত্ৰী হৈ থকা সময়ত ২০১৭ চনত…
২০২৫-২৬ বৰ্ষৰ বাজেটত ঔদ্যোগৰ পৰা অৰ্থনীতিলৈ বিভিন্ন ক্ষেত্ৰত বহু গুৰুত্বপূৰ্ণ ঘোষণা
শিক্ষা আৰু ভাষা অসমীয়া আৰু বড়ো ভাষা বাধ্যতামূলক: ৰাজ্যিক বৰ্ড আৰু চি.বি.এছ.ই.ৰ অধীনত থকা ইংৰাজী মাধ্যমৰ স্কুলসমূহত অসমীয়া ভাষা বাধ্যতামূলক হ’ব। আনহাতে, বি.টি.আৰ.ত থকা বিদ্যালয়সমূহত অসমীয়া আৰু বড়ো ভাষা বাধ্যতামূলক…
অসম কাৰোবাৰ মুখলৈ চাই থকা ৰাজ্য হ’ব নালাগেঃ মুখ্যমন্ত্ৰী ড০ শৰ্মা
বিধানসভাত ২০২৫-২৬ বৰ্ষৰ বাজেট বিত্তমন্ত্ৰী অজন্তা নেওগে উত্থাপন কৰাৰ কিছু সময় পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাজেটখনক উচ্চ প্ৰশংসা কৰে৷ আদৰ্শ আৰু ভৱিষ্যতক বাজেটখনক এক অন্যান্য সমাহেৰেৰে উপচাই তোলাৰ বাবে…
কোনে কোনে পালে অসম বৈভৱ, অসম সৌৰভ, অসম গৌৰৱ বঁটা…
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম মন্ত্ৰীসভাৰ বৈঠকত ৰাজ্যিক বঁটাৰ প্ৰাপ্তসকলৰ নাম ঘোষণা কৰা হয়। বৈঠকত লোৱা সিদ্ধান্ত অনুসৰি অসম বৈভৱ, অসম সৌৰভ, অসম গৌৰৱ বঁটাৰ প্ৰাপ্তসকলৰ নাম ঘোষণা কৰা…
আমবাৰীত অগপৰ বৰ্ধিত কাৰ্যনিৰ্বাহক, আমাৰ মিত্ৰতা থুনুকা নহয়, মিত্ৰতা আছে আৰু থাকিবঃ দিলীপ শইকীয়া
বিজেপিৰ সহযোগী অসমৰ আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদৰ হঠাতে তৎপৰ হৈছে৷ দলটোৰ সভাপতি অতুল বৰাৰ অধ্যক্ষতাত আমবাৰীস্থিত মুখ্য কাৰ্যালয়ত ৰাজ্যিক বিষয়-ববীয়াৰ উপস্থিতিত বৰ্ধিত কাৰ্যনিৰ্বাহক অনুষ্ঠিত হয়৷ কাৰ্যনিৰ্বাহকত সাংগঠনিক দিশ,…
ৰণথলীৰ কেঁচা সোণৰ উদ্যোগক নতুন পৰিচয় দিয়া উৎপল বনীয়াৰ কংগ্ৰেছত যোগদানৰ ঘোষণা
মধ্য অসমৰ নগাঁও জিলাৰ ৰণথলীৰ কেঁচা সোণৰ গহনা উদ্যোগক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ অহোপুৰুষাৰ্থ কৰা যুৱ ব্যৱসায়ী উৎপল বনীয়াই পুনৰ ৰাজনীতিত সক্ৰিয় হ’বলৈ সাজু হৈছে। তেওঁ শীঘ্ৰে ভাৰতীয় জাতীয় কংগ্ৰেছত…