নিযুক্তি পৰীক্ষাৰ ফলাফলসমূহ ঘোষণাৰ তাৰিখ প্ৰকাশ মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ
ফেচবুক লাইভত আহি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিপূৰ্বে অনুষ্ঠিত হৈ যোৱা নিযুক্তি পৰীক্ষাসমূহৰ ফলাফল ঘোষণাৰ তাৰিখ প্ৰকাশ কৰিছে৷ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা অনুসৰি এডিআৰই পৰীক্ষাৰ ফলাফল এপ্ৰিল মাহৰ ভিতৰত…
তৰুণ গগৈৰ আধাৰশিলাক মুখ্যমন্ত্ৰী হিমন্তই বনালে সৰ্বানন্দৰ টুইন টাৱাৰ
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্মাণাধীন সংহত সঞ্চালকালয়ক টুইন টাৱাৰ বুলি ঘোষণা কৰাৰ পিছত ৰাজনৈতিক আৰু সামাজিক মহলত বিতৰ্কৰ সৃষ্টি হৈছে। মুখ্যমন্ত্ৰীয়ে কয় যে এই প্ৰকল্পৰ ৬০ শতাংশ কাম সম্পূৰ্ণ হৈছে…
ড০ হীৰেন গোঁহাইৰ নেতৃত্বত বিৰোধী শক্তি এক হোৱাৰ আহ্বানৰ প্ৰতি সম্পূৰ্ণ সমৰ্থন আপৰ
আপৰ ৰাজ্যিক ভাৰপ্ৰাপ্ত সভাপতি ডা০ ভবেন চৌধুৰীয়ে আজি সংবাদমেলত বিজেপি চৰকাৰক সাম্প্ৰদায়িক আৰু মূল্যবৃদ্ধি নিয়ন্ত্ৰণত ব্যৰ্থ বুলি অভিহিত কৰিছে। ড০ হীৰেন গোঁহাইৰ নেতৃত্বত বিৰোধী শক্তি এক হোৱাৰ আহ্বানৰ প্ৰতি সম্পূৰ্ণ…
কাঠফুলা খেতিৰে স্বনিয়োজনৰ পথ মুকলি কৰিছে হিৰুজ-প্ৰবীণাই
চাবুৱাৰ ভৰলুৱা গাঁৱৰ হিৰুজ সন্দিকৈ আৰু প্ৰবীণা সন্দিকৈ দম্পতিয়ে কাঠফুলা খেতিৰে স্বনিয়োজনৰ এক উজ্জ্বল দৃষ্টান্ত স্থাপন কৰিছে। প্ৰায় ছয় বছৰ ধৰি নিৰলস পৰিশ্ৰম আৰু অধ্যৱসায়ৰে এই দম্পতিয়ে কাঠফুলা খেতিৰ জৰিয়তে…
নগাঁও ভাওনা সমাৰোহৰ লাইখুঁটা স্থাপন
১৮, ১৯ আৰু ২০ মাৰ্চত তিনিদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া ত্রয়োদশ বাৰ্ষিক নগাঁও ভাওনা সমাৰোহৰ আজি লাইখুঁটা স্থাপন কৰা হয়৷ লাইখুঁটা স্থাপন সাহিত্যিক, শিক্ষাবিদ, সত্ৰীয়া সংস্কৃতিৰ সাধক তিলক চন্দ্ৰ মজুমদাৰৰ উপস্থিতিত কৰা…
আপৰ ৰাজ্যিক সভাপতি মনোজ ধনোৱাৰ নিষ্ক্ৰিয়, সক্ৰিয় ডা০ ভবেন চৌধুৰী
আম আদমী পাৰ্টী (আপ) অসমৰ ৰাজ্যিক কাৰ্যালয়ত আজি এক জৰুৰী বৈঠক অনুষ্ঠিত হয়। বৈঠকত ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰৰ নিষ্ক্ৰিয়তাৰ বিষয়টো আলোচনা কৰা হয়। তদুপৰি, আগন্তুক পঞ্চায়ত আৰু বিধানসভা নিৰ্বাচনৰ বিষয়েও…
৭ মাৰ্চলৈ ন্যায়িক জিম্মাত উএছটিএমৰ স্বত্বাধিকাৰী মহবুবুল হক
ইউএছটিএমৰ স্বত্বাধিকাৰী মহবুবুল হকক আজি আৰক্ষীৰ জিম্মাৰ ম্যাদ সমাপ্ত হোৱাৰ পিছত আদালতে ৭ মাৰ্চলৈ ন্যায়িক জিম্মাত ৰখাৰ নিৰ্দেশ দিছে। উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ নকৰিলে তেওঁক ৭ মাৰ্চলৈ বৰাকৰ শ্ৰীভূমি জিলাৰ…
অখিলৰ মুখত ‘গাড্ডাৰ-স্বৈৰতন্ত্ৰ-একনায়কত্ববাদী’ শব্দ, হীৰেন গোহাঁইৰ আহ্বানত বিৰোধীৰ বৈঠক
আজি সোণাপুৰত বিশিষ্ট বুদ্ধিজীৱী হীৰেন গোহাঁইৰ আহ্বানত অসমৰ বিভিন্ন বিৰোধী দলৰ এক বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত অসম জাতীয় পৰিষদ, কংগ্ৰেছ, ৰাইজৰ দল, বামপন্থী দল আদিৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰিছিল। যদিও…
বিহুৰ বিশ্ব ৰেকৰ্ড অনুষ্ঠানত ৬ খন চোফাৰ ভাড়া ১৭ লাখ, আৰটিআইত ওলাল বিস্ফোৰক তথ্য
বিহুৰ বিশ্ব ৰেকৰ্ডৰ নামত ৰাজ্য চৰকাৰৰ লোকনিৰ্মাণ বিভাগত সংঘটিত হৈছিল বিয়াগোম দুৰ্নীতি৷ আজি ৰাইজৰ দলে এখন সংবাদমেল যোগে বিহুৰ বিশ্ব ৰেকৰ্ডৰ নামত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে৷ অসমৰ ৰাইজৰ…
এডভাণ্টেজ আছামে দুই লাখ লোকক সংস্থাপনৰ সুযোগ দিব, আমেৰিকাত ৰোড শ্ব’
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এডভাণ্টেজ আছাম ২.০ বিনিয়োগ সন্মিলনৰ সফল সমাপ্তিৰ পিছত ঘোষণা কৰিলে যে ৰাজ্যই মুঠ ৫,১৮,২৯৫ কোটি টকাৰ বিনিয়োগ প্ৰতিশ্ৰুতি লাভ কৰিছে। এই বিনিয়োগে দুই লাখ লোকক সংস্থাপনৰ সুযোগ দিব আৰু ৰাজ্যৰ বৰ্তমানৰ…