মহবুবুল হকৰ গ্ৰেপ্তাৰ ৰাজনৈতিক প্ৰতিহিংসাৰ অভিযোগ, দিছপুৰ থানাত জেৰা
ইউনিভাৰ্চিটি অফ চাইন্স এণ্ড টেকন’লজী মেঘালয় (ইউএছটিএম)ৰ আচাৰ্য মহবুবুল হকক আৰক্ষীয়ে আজি গুৱাহাটীলৈ আনে। ছাত্ৰ-ছাত্ৰীক প্ৰৱঞ্চনাৰ মাধ্যমেৰে নম্বৰ বৃদ্ধিৰ আশ্বাস দি চিণ্ডিকেট চলোৱাৰ অভিযোগত এই গ্ৰেপ্তাৰ কৰা হকৰ সমৰ্থক আৰু…
ভূপেন বৰাৰ আল্টিমেটাম, পঞ্চায়ত নিৰ্বাচন বিলম্বত উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব কংগ্ৰেছ
পঞ্চায়ত নিৰ্বাচনৰ বিলম্বৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব বুলি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাইয়ে ৰাজ্য চৰকাৰক স্পষ্ট হুংকাৰ দিছে। দিল্লীৰ পৰা উভতি আহি উজনি অসম ভ্ৰমণৰ সময়ত সাংবাদিকসকলক…
ভূপেন বৰাৰ নেতৃত্বতে ২০২৬ৰ নিৰ্বাচন খেলিবলৈ সাজু কংগ্ৰেছ হাইকামাণ্ড
কংগ্ৰেছৰ হাইকামাণ্ডে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ বাবে ভূপেন বৰাৰ নেতৃত্বতে যুঁজিব৷ দিল্লী বৈঠকৰ অন্তত এই কথা স্পষ্ট হৈছে। বৈঠকত ৰাজ্যিক সভাপতি সলনি কৰাৰ সম্ভাৱনীয়তাৰ অন্ত পৰিছে৷ ৰাহুল গান্ধীৰ কঠোৰ নিৰ্দেশ:…
১ মাৰ্চলৈ সৰ্বসাধাৰণৰ বাবে মুকলি এডভাণ্টেজ আছামৰ প্ৰদৰ্শনী
মহানগৰীৰ খানাপাৰত ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত অসম চৰকাৰে অনুষ্ঠিত কৰা এডাভাণ্টেজ আছাম ২.০ বিনিয়োগ সন্মিলনৰ সফল সামৰণি পৰিছে যদিও এডাভাণ্টেজ আছাম ২.০ৰ প্ৰদৰ্শনীখন ১ মাৰ্চলৈ চলি থাকিব৷ আজি এই কথা…
মেট্ৰিকৰ পৰীক্ষাৰ্থীক ধৰ্মীয় পক্ষপাতিত্বমূলক-সংবিধানৰ মূল্যবোধৰ পৰিপন্থী প্ৰশ্ন
মেট্ৰিক পৰ্যায়ৰ সমাজ বিজ্ঞানৰ পৰীক্ষাত এটা ধৰ্মভিত্তিক প্ৰশ্ন সন্নিৱিষ্ট কৰাৰ অভিযোগত আজি ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আজি অনুষ্ঠিত হোৱা পৰীক্ষাত ছাত্ৰ-ছাত্ৰীসকলক ডাম্বুক গাঁৱৰ এটা চৰকাৰী চিকিৎসালয়ৰ কল্পনামূলক দৃশ্যপট দি…
পাইপ নুফুটে বুলি আশ্বাস দিছিল জয়ন্তমল্ল বৰুৱাই গুৱাহাটীত গেমনৰ পাইপ বিস্ফোৰিত হৈ পুনৰ জলপ্ৰলয়
ৰাজ্য চৰকাৰে “এডভাণ্টেজ অসম”ৰ জৰিয়তে উন্নয়নৰ পতাকা উৰুৱাব খোজাৰ পাছতেই গুৱাহাটী মহানগৰীত পানীৰ পাইপ ফুটি জলপ্ৰলয়ৰ পুনৰাবৃত্তি ঘটিল। মালিগাঁৱৰ পাণ্ডু অঞ্চলত মঙ্গলবাৰে দুপৰীয়া হঠাতে পানীৰ পাইপ ফাটি ওপৰলৈ উঠা পানীৰ…
জ্যেষ্ঠ বিজেপি নেতা হৰেকৃষ্ণ ভৰালীৰ দেহাৱসান
ভাৰতীয় জনতা পাৰ্টীৰ এজনো বিধায়ক নথকাৰ সময়ত অসমত দলটোৰ শ্ৰী বৃদ্ধিৰ বাবে আহোপুৰুষাৰ্থ কৰা প্ৰাক্তন ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক হৰেকৃষ্ণ ভৰালীৰ দেহাৱসান ঘটে৷ দীৰ্ঘদিনে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৰেকৃষ্ণ ভৰালীয়ে…
অসম এতিয়া বন্ধ দিয়া ৰাজ্য নহয়, অসম এতিয়া ছেমিকণ্ডাক্টৰৰ দেশঃ পীয়ুষ
মন্ত্ৰী পীয়ুষ হাজৰিকাই এডভাণ্টেজ আছাম ২.০ৰ দ্বিতীয় দিনাৰ বিনিয়োগ আলোচনা সভাত অসমক উদ্যোগিক ভাবে শক্তিশালী ৰাজ্য হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰ কথা ঘোষণা কৰে। তেওঁ উল্লেখ কৰে যে অসম এতিয়া “বন্ধৰ…
এডাভাণ্টেজ আসাম ২.০ত ৪.৯১ লাখ কোটি টকাৰ বিনিয়োগ, আৱেগত জাতি এটা নিৰ্মাণ কৰিব নোৱাৰেঃ মুখ্যমন্ত্ৰী ড০ শৰ্মা
অসম চৰকাৰৰ দুদিনীয়া বিনিয়োগ সন্মিলন এডভাণ্টেজ অসম ২.০ই আজি সফল সমাপ্তি পৰিল। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত এই কাৰ্যসূচীত মুঠ ৪.৯১ লাখ কোটি টকাৰ বিনিয়োগ চুক্তি স্বাক্ষৰৰ ঘোষণা…
চুডানত সামৰিক বিমান দুৰ্ঘটনাত মৃত্যসংখ্যা ৪৬লৈ বৃদ্ধি
চুডানৰ ওমদুৰমান চহৰত সংঘটিত হোৱা এক সামৰিক বিমান দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা বৰ্তমান ৪৬লৈ বৃদ্ধি পাইছে। শেহতীয়া তথ্য অনুসৰি, এই দুৰ্ঘটনাত আৰু ১০গৰাকী লোক গুৰুতৰভাৱে আহত হৈছে। দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ অগ্নিকাণ্ড নিয়ন্ত্ৰণত…