মুখ্যমন্ত্ৰীৰ মুখখন দেখিছে নহয়, ভয় খাইছে, ১২ মাহ পিছত সকলো উত্তৰ দিব লাগিবঃ গৌৰৱ গগৈ

কালি অনুষ্ঠিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন কেবিনেটে গৌৰৱ গগৈ আৰু পত্নীৰ বিৰুদ্ধে এছআইটি গঠন কৰিবলৈ সাহস নকৰিলে যদিও পাকিস্তানৰ আলী তৌকীৰ শ্বেখৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ অনুমতি দিয়ে৷ কেবিনেটৰ…

এছআইটি নহয়, কেৱল তৌকিৰ শ্বেখৰ বিৰুদ্ধে গোচৰ ৰুজুৰ অনুমতি

আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ আজি বৈঠক অনুষ্ঠিত হয়৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন কেবিনেটৰ বৈঠক ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰভাৱ নিৰূপণ সন্দৰ্ভত বিশেষ সিদ্ধান্ত গ্ৰহণ কৰে। এছআইটি গঠন কৰি চৰকাৰে…

মই তৰুণ গগৈৰ পুত্ৰ, মই দল সলনি নকৰোঃ গৌৰৱ গগৈ

পত্নীক পাকিস্তানৰ আইএছআইৰ সৈতে সম্পৰ্ক থকা বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে অভিযোগ উত্থাপন কৰি আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ সময়তে আজি কংগ্ৰেছৰ এখন সভাত অংশ লৈ গৌৰৱ গগৈয়ে চৰকাৰক…

আয়োগৰ ৩৮টা বিষয়ত মুখ্যমন্ত্ৰীৰে আছুৰ আলোচনা, বৈঠকত ২০টা সিদ্ধান্ত

অসম চুক্তিৰ ছয় নং দফা অনুসৰি সাংবিধানিক ৰক্ষাকৱচ সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰে অৱসৰপ্ৰাপ্ত ন্যায়ধীশ বিপ্লৱ শৰ্মাৰ নেতৃত্বত গঠিত উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদনৰ পৰামৰ্শ সন্দৰ্ভত আজি সদৌ অসম ছাত্ৰ সন্থা আৰু মুখ্যমন্ত্ৰী হিমন্ত…

৪৬৪৫ ঠিকাভিত্তিক শিক্ষিকক নিযুক্তি পত্ৰ বিতৰণ

আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ৰাজ্যৰ মাধ্যমিক বিদ্যালয়ত অতিৰিক্ত ঠিকাভিত্তিক শিক্ষক হিচাপে কৰ্মৰত ৪,৫৮৭ শিক্ষকক নিয়মীয়া শিক্ষক হিচাপে নিযুক্তি দি নিযুক্তি পত্ৰ প্রদান কৰা হয়৷ লগতে ৫৮ প্ৰাৰ্থীক বিভিন্ন…

হিমন্ত বিশ্ব শৰ্মা-গৌৰৱ গগৈৰ যুঁজত অখিল গগৈৰ এন্ট্ৰী

ৰাজ্যৰ ৰাজনীতিত গৌৰৱ গগৈ তেওঁৰ আৰু পত্নীৰ পাকিস্তান সম্পৰ্কক লৈ গৰম হৈ থকাৰ সময়তে পলমকৈ মুখ খুলিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে৷ গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে উত্থাপিত অভিযোগক…

১৬ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰীৰে আছুৰ বৈঠক, ছয় নং দফাৰ শৰ্মা আয়োগৰ প্ৰতিবেদনক লৈ আলোচনা

১৬ ফেব্ৰুৱাৰীৰ দিনৰ ১ বজাত আছুক আলোচনা কৰিবলৈ আমন্ত্ৰণ জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যালয়ে৷ অসম চুক্তিৰ ছয় নং দফা অনুসৰি সাংবিধানিক ৰক্ষাকৱচ সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰে অৱসৰপ্ৰাপ্ত ন্যায়ধীশ বিপ্লৱ শৰ্মাৰ…

পাকিস্তান আৰু ভাৰত একেঘৰতে থাকিব নোৱাৰে

আজি গুৱাহাটীত উপস্থিত হৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সাংবাদিকৰ মুখামুখি হৈ পুনৰ আক্ৰমণ কৰিছে গৌৰৱ গগৈক৷ মুখ্যমন্ত্ৰীয়ে কয় যে সাংসদগৰাকীৰ পত্নীয়ে পাকিস্তানত কাম কৰাটো সঁচা নে মিছা৷ তেখেতে ভাৰতীয় নাগৰিকত্ব…

২০১৫ৰ ফটো শ্বেয়াৰ কৰি গৌৰৱ গগৈক আক্ৰমণ হিমন্ত বিশ্ব শৰ্মাৰ…

যোৰহাটৰ সাংসদ গৌৰৱ গগৈক অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি পতা হ’ব বুলি সংবাদ মাধ্যমৰ চৰ্চাৰ মাজতে গৌৰৱ গগৈৰ বিৰুদ্ধে ইটোৰ পিছত সিটো গুৰুতৰ অভিযোগ উত্থাপন কৰি আহিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷…

তেজ দি মাটি ৰক্ষাৰ সংকল্প, থলগিৰীৰ ভূমি বণিয়াক গটোৱাৰ ষড়যন্ত্ৰ বিৰুদ্ধে সমাৱেশ

দখল যাৰ মাটিত তাৰ, প্ৰথমে আমাক মাটি দিয়ক-পিছত বণিক গোষ্ঠীক দিয়ক, মালিক পক্ষ হুঁচিয়াৰ, খিলঞ্জীয়াৰ মাটি উচ্ছেদ বন্ধ কৰক, তেজ দিম মাটি এৰি নিদিম আদি বেনাৰ পোষ্টাৰ হাতে হাতে লৈ…