ভাষাবিদ ড০ ৰমেশ পাঠকক জীৱিত কৰিলে অসম চৰকাৰে

প্ৰায় ৪ বছৰ পূৰ্বে বৈকুণ্ঠগামী হোৱা এগৰাকী বিশিষ্ট ভাষা-সাহিত্যৰ সাধক, ভাষাবিদ, বৈয়াকৰণিক, গৱেষকক ঘোৰ অপমান কৰিছে ৰাজ্য চৰকাৰে৷ অসম চৰকাৰে আজীৱন শিক্ষকতা কৰাৰ লগতে অসমৰ ভাষা-সাহিত্যৰ সাধনা কৰা এগৰাকী মনীষীক…

বাজেটৰ উচ্চ প্ৰশংসা হিমন্ত বিশ্ব শৰ্মাৰ

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিলে ২০২৫-২০২৬ চনৰ সাধাৰণ বাজেটত লৈ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উচ্চ প্ৰশংসা কৰে। মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় বাজেট অসমৰ বাবে নতুন দিগন্তৰ সূচনা বুলি কয়৷…

এনপিএছৰ ভয়াবহতা উপলব্ধি কৰক, ৰাজ্যৰ কৰ্মচাৰীৰ কৰ্মবিৰতি

কালি কেন্দ্ৰীয় বাজেট উত্থাপনৰ দিনটোত ৰাজ্যৰ শিক্ষক-কৰ্মচাৰী সমাজে ক’লা দিৱস পালন কৰে৷ চলিত কেন্দ্ৰীয় বাজেট অধিৱেশনত বাজেট উত্থাপনৰ দিনটোত প্ৰতিবাদী কাৰ্যসূচী পালন কৰে কেইবা হাজাৰ চৰকাৰী কৰ্মচাৰীয়ে৷ এনপিএছ বাতিলৰ দাবীত…

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বাঘৰ সংখ্যা বৃদ্ধি

ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰপাৰৰ দৰং আৰু শোণিতপুৰ জিলাক সামৰি থকা ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষণ প্ৰকল্পই কঢ়িয়াই আনিছে এক ভাল খবৰ৷ ৰাষ্ট্ৰীয় বাঘ সংৰক্ষণ কৰ্তৃপক্ষই (এনটিচিএ) আৰু ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানে…

প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা, মুখ্যমন্ত্ৰীৰ ওপজা দিন উদযাপন

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৫৬ তম জন্ম দিনটোত ‘অনিৰুদ্ধ উন্নয়ন যাত্ৰাৰ এদিন’ শীৰ্ষক কাৰ্যসূচীৰে বিজেপিৰ ৰাজ্যিক সমিতি, জিলা সমিতি, ব্লক সমিতি আৰু বুথ সমিতিসমূহে বিভিন্ন কাৰ্যসূচী ৰাপয়ন কৰে৷ গুৱাহাটীত মুখ্যমন্ত্ৰীৰ…

সৰস্বতী পূজাৰ পূৰ্বে ব্যস্ত তেজপুৰৰ মৃৎ শিল্পী

ৰাজ্যত সৰস্বতী পূজাৰ বতৰ৷ বিদ্যাৰ দেৱীৰ বন্দনাৰ বাবে সাজু হৈছে ৰাজ্য৷ বাগদেৱীৰ আশীৰ্বাদ লৈ আকৌ এবাৰ শিক্ষাত ব্ৰতী হ’বলৈ সাজু হৈছে৷ সমানে সৰস্বতী পূজাৰ বতৰত ব্যস্ত হৈ পৰিছে মৃৎ শিল্পীসকল৷…

বিদ্যা ভাৰতীৰ সমুৎকৰ্ষ মহাশিবিৰৰ সামৰণি, এনে শিক্ষা লাগে যি শিক্ষাই শিক্ষাৰ্থীক মহান ভাৰতীয় কৰে

বিদ্যা ভাৰতী পূৰ্বোত্তৰ শাখাই গুৱাহাটী মহানগৰীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত কৰা সমুৎকৰ্ষ মহাশিবীৰ-২০২৫ আজি সামৰণি পৰে৷ শৈক্ষিক সংস্কাৰ, সাংস্কৃতিক ঐতিহ্যৰ সংৰক্ষণ আৰু শিক্ষাৰ ক্ষেত্ৰত প্ৰযুক্তিৰ একত্ৰীকৰণক লৈ কেইবাখনো আলোচনা চক্ৰ অনুষ্ঠিত…

বসুন্ধৰাত থলুৱাই দিব নালাগে প্ৰজন্মৰ প্ৰমাণপত্ৰ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত জনতা ভৱনত অনুষ্ঠিত হয় কেবিনেট বৈঠক। কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীয়ে সংবাদমেল সম্বোধন কৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰ কথা উল্লেখ কৰে৷ কেবিনেটে চৰকাৰী কৰ্মচাৰীৰ বাবে…

নিয়মীয়া বাৰ্তা কাকতৰ উপ-সম্পাদক ৰঞ্জিত বৰাৰ আকস্মিক বিয়োগ

দৈনিক বাতৰি কাকতৰ উপ-সম্পাদক ৰঞ্জিত বৰাৰ আকস্মিক মৃত্যুত শোকৰ ছাঁ পৰিছে৷ নিজ কাৰ্যালয়তে সুকলমে দায়িত্ব সম্পন্ন কৰি থকাৰ সময়তে হঠাতে অসুস্থ হৈ পৰাত সহকৰ্মীসকলে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰিছিল যদিও…

মজুত থকা ঔষধহে লিখিব পাৰিব চিকিৎসকে

স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে এইবাৰ চিকিৎসালয়ৰ দৰৱক লৈ চমক দিবলৈ আৰম্ভ কৰিছে৷ চৰকাৰী চিকিৎসকক স্বাস্থ্যকেন্দ্ৰ আৰু হাস্পতালৰ বাবে অনুমোদিত অত্যাৱশ্যকীয় ঔষধৰ তালিকাৰ জেনেৰিক ঔষধহে প্ৰেছক্ৰাইব কৰিবলৈ নিৰ্দেশ দিছে৷ যদি ৰোগীক হাস্পতালত…

সাত সাগৰ তেৰ নদীৰ সিপাৰ

কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ
পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত
অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য
ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!
মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু
সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে