লাহোৱাল প্ৰেছ ক্লাব চূড়ান্ত বিজয়ী
কলম ধৰা হাতত দেখা গ’ল ক্ৰিকেটৰ বেট আৰু ব’ল৷ বাতৰিৰ পিছে পিছে পিটপিটাই ঘূৰি-ফুৰা সাংবাদিকে দেখুৱালে ব’ল আৰু বেটৰ যাদু৷ চাবুৱা যুৱ ঐক্য মঞ্চৰ উদ্যোগত অনুষ্ঠিত দিবা-নৈশ টেনিচ ব’ল ক্ৰিকেট…
ৰাজীৱ শদিয়াৰ পত্নীক সাহায্য দিব মুখ্যমন্ত্ৰীয়ে
আজি শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ৰাজীৱ শদিয়াৰ পত্নীক মুখ্যমন্ত্ৰীয়ে সাহায্য প্ৰদান কৰিব বুলি প্ৰকাশ কৰিছে৷ বিৰোধী দলৰ নেতা অখিল গগৈয়ে মুখ্যমন্ত্ৰীৰ সৈতে এই বিষয়ক লৈ যোগসূত্ৰ…
জুবিনৰ বিৰুদ্ধে মৃত শিল্পীক লোকক হেয় প্ৰতিপন্ন কৰিব খোজাৰ অভিযোগ
কণ্ঠশিল্পী ৰাজীৱ শদিয়াৰ মৃত্যুৰ পাছতে গায়ক জুবিন গাৰ্গে কৰা এক মন্তব্যক লৈ ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ বিতৰ্কিত মন্তব্য প্ৰদান কৰি খুজি কিল খোৱাৰ দৰে হৈছে জুবিন গাৰ্গৰ৷ গণশিল্পী ৰাজীৱ…
মানুহ উন্নয়নৰ পৰা বঞ্চিত, মুখ্যমন্ত্ৰী-মন্ত্ৰীয়ে ঘৰখন বহল কৰি গৈছে
পুনৰ পঞ্চায়ত নিৰ্বাচনক লৈ চৰকাৰক আক্ৰমণ কৰিছে যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে৷ নলবাৰীত এখন দলীয় সভাত অংশ লৈ গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসকলক আক্ৰমণৰ লক্ষ্য কৰি লৈ অসমত বিজেপিৰ ভয় আৰু…
আদিবাসী যুৱতীৰ হত্যা-ধৰ্ষণ কাণ্ডই জোকাৰিছে লাহোৱাল
২২ বছৰীয়া আদিবাসী যুৱতীৰ হত্যাকাণ্ডই জোকাৰি গৈছে ডিব্ৰুগড় জিলাৰ লাহোৱালক৷ প্ৰেমিকে প্ৰেমিকাক প্ৰথমে ধৰ্ষণ তাৰ পিছতে হত্যা কৰি মৃতদেহ নৈত পেলাই দিয়াৰ ঘটনাই পোহৰলৈ অহাত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ৯ জানুৱাৰীত…
সভাপতি পদত পুৰণি বিজেপি দিলীপ শইকীয়া
অসম ৰাজ্যিক বিজেপিৰ পৰৱৰ্তী সভাপতি নিৰ্বাচিত হৈছে সাংসদ দিলীপ শইকীয়া৷ আজিৰ দিনটোত কেৱল এজন নেতাই মনোনয়নৰ দাখিল কৰিছে কেৱল দিলীপ শইকীয়াই৷ দৰং-ওদালগুৰি সমষ্টিৰ সাংসদ তথা পুৰণি বিজেপি নেতা দিলীপ শইকীয়াৰৰ…
গুণমুগ্ধৰে ভৰি পৰিছে ৰাজীৱ শদিয়াৰ ঘৰ, অখিলৰ ২ লাখ, সমাধিক্ষেত্ৰ নিৰ্মাণৰ ঘোষণা
এইবছৰৰ উৰুকা আৰু মাঘবিহুক উৰুঙা কৰি জনগণৰ বাবে গীত গোৱা বিপ্লৱী শিল্পী ৰাজীৱ শদিয়াই অচিনা দেশলৈ গুছি গ’ল৷ জনতাৰ শিল্পী ৰাজীৱ শদিয়া নামৰ জাতি, মাটিক ভালপোৱা বিশাল সত্তা এটা অকাস্মতে…
ৰঙিয়াত পুনৰ আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ, মৃতদেহ উদ্ধাৰৰ পিছতো গোপনে ৰাখিলে খবৰ
এইবাৰ ৰঙিয়া আৰক্ষীৰ বিৰুদ্ধে মৃতদেহ উদ্ধাৰৰ পিছতো পৰিয়ালক খবৰ নিদিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ যাৰ বাবে আজি ৰাইজে ৰঙিয়া আৰক্ষীৰ বিৰুদ্ধে খৰ্গহস্ত হৈ পৰে৷ আজি ৰাইজে ৰঙিয়া আৰক্ষীৰ এনে আচৰণৰ…
বেহাৰবাৰী উৰণীয়া সেঁঁতুত পথ দুৰ্ঘটনা, জিএমচিএইচৰ মৰ্গত অচিনাক্ত যুৱকৰ মৃতদেহ
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ মৰ্গত পৰি ৰৈছে এজন অচিনাক্ত যুৱকৰ মৃতদেহ৷ মৃতদেহ চমজি ল’বলৈ কোনো অভিভাৱক অহা নাই৷ আৰক্ষীয়েও মৃতদেহটো এই পৰ্যন্ত চিনাক্ত কৰিব পৰা নাই৷ যাৰ বাবে চাৰিদিনে মৰ্গত ৰাখি…
মহানগৰীত নৃশংস হত্যাকাণ্ড, ৪ বন্ধুৱে হত্যা কৰিলে আন এজন বন্ধুক
উৰুকা আৰু মাঘবিহুৰ আনন্দ উল্লাসৰ মাজতে কালি নিশা গুৱাহাটী মহানগৰীত সংঘটিত হৈছে নৃশংস হত্যাকাণ্ড৷ চাৰি বন্ধুৱে লগলাগি এজন বন্ধুক নিৰ্দয়ভাৱে হত্যা কৰাৰ দৰে ঘটনা সংঘটিত হৈছে৷ এই ঘটনা সংঘটিত হৈছে…