বিবাহপাশত আৱদ্ধ হ’ব নেকি অলিম্পিকত পদকজয়ী এথলীট মনু ভাকেৰ আৰু নীৰজ চোপ্ৰা? কি কয় পিতৃয়ে…
ডিজিটেল ডেস্কঃ বিবাহ পাশত আৱদ্ধ হ’ব নেকি ২০২৪ৰ পেৰিছ অলিম্পিকত পদক বিজয়ী দুই ভাৰতীয় এথলিট মনু ভাকেৰ আৰু নীৰজ চোপ্ৰাৰ? শেহতীয়াকৈ সামাজিক মাধ্যমত এটা ভিডিঅ’ চৰ্চালৈ অহাৰ পিছতে নেটিজেনে জল্পনা-কল্পনা…
আশাহত বিনেশ! অলিম্পিকত অযোগ্য ঘোষণা কৰাৰ বিৰুদ্ধে দাখিল কৰা আবেদন খাৰিজ CASৰ
ডিজিটেল জেস্কঃ ২০২৪ চনৰ অলিম্পিকত সংযুক্ত ৰূপৰ পদক লাভৰ বাবে মল্লযুঁজাৰু বিনেশ ফ’গাটৰ আবেদন নাকচ কৰিছে ক’ৰ্ট অৱ আৰ্বিট্ৰেচন ফৰ স্প’ৰ্টছ (CAS)য়ে। অৰ্ডাৰৰ অপাৰেটিভ অংশ আহি পাইছে, আনহাতে বিতং অৰ্ডাৰ…
অন্ত পৰিল ১৭ দিনীয়া উন্মাদনাৰ! অলিম্পিকৰ পদক জয়ৰ তালিকাত শীৰ্ষস্থানত আমেৰিকা, ৭১ সংখ্যক স্থানতে সন্তুষ্ট ভাৰত
ডিজিটেল ডেস্কঃ বিভিন্ন শাখাৰ ৩২ খন খেল আৰু দহ হাজাৰৰো অধিক খেলুৱৈৰ অংশগ্ৰহণৰে প্ৰায় দুসপ্তাহজোৰা মন্ত্ৰমুগ্ধকৰ উন্মাদনাৰ অৱশেষত যৱনিকা পৰিল। ২০২৪ চনৰ পেৰিছ অলিম্পিকৰ সামৰণি পেলাই এইবাৰ পদকৰ শীৰ্ষস্থানত উপনীত…
অলিম্পিকত ৰূপৰ পদক লাভ কৰিব নেকি বিনেশ ফ’গাটে? আজি CASয়ে ঘোষণা কৰিব সিদ্ধান্ত
ডিজিটেল ডেস্কঃ অলিম্পিকৰ ফাইনেলৰ পূৰ্বে শৰীৰৰ মাত্ৰ কেইগ্ৰামান অধিক ওজনৰ বাবে অযোগ্য ঘোষণা কৰা ভাৰতীয় মল্লযুঁজাৰু বিনেশ ফ’গাটৰ আবেদন সন্দৰ্ভত শনিবাৰে স্থানীয় সময় অনুসৰি সন্ধিয়া ৬ বজাত (ভাৰতীয় সময়ানুসৰি নিশা…
পেৰিছ অলিম্পিকত ৰূপৰ পদক অৰ্জন ভাৰতৰ নীৰজ চোপ্ৰাৰ, পাকিস্তানৰ হাতলৈ স্বৰ্ণ পদক…
নিউজ ডেস্কঃ ভাৰতৰ তাৰকা জেভেলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাই পেৰিছ অলিম্পিকত ৮৯.৪৫ মিটাৰ বেষ্ট থ্ৰ’ৰে ৰূপৰ পদক লাভ কৰে। এই ছিজনত নীৰজৰ এয়া সৰ্বোত্তম প্ৰদৰ্শন হিচাপে পৰিগণিত হয়। ইয়াৰ লগে লগে…
‘মা, মল্লযুঁজ জিকিল, মই হাৰিলোঁ…’! মল্লযুঁজৰ পৰা অৱসৰ ঘোষণা বিনেশ ফ’গাটৰ
ডিজিটেল ডেস্কঃ চলিত পেৰিছ অলিম্পিকৰ পৰা অযোগ্য ঘোষণা কৰাৰ পিছতে মল্লযুঁজৰ পৰা অৱসৰ গ্ৰহণৰ ঘোষণা কৰিছে ভাৰতীয় কিংবদন্তি মহিলা মল্লযুঁজাৰু বিনেশ ফ’গাটে। বুধবাৰে অলিম্পিকৰ ৫০ কেজি ফ্ৰীষ্টাইল মল্লযুঁজ শাখাত ফাইনেলত…
দুঃসংবাদ! শৰীৰৰ ওজন বৃদ্ধিৰ বাবে অলিম্পিকৰ ফাইনেলৰ পৰা অযোগ্য ঘোষণা বিনেশ ফ’গাটক
ডিজিটেল ডেস্কঃ হৃদয় ভাগিল ১৪০ কোটি ভাৰতীয়ৰ! বিশ্বৰ সৰ্বশ্ৰেষ্ঠ মল্লযুঁজাৰুগৰাকীক প্ৰতিহত কৰি ফাইনেল প্ৰৱেশ কৰা ভাৰতীয় মহিলা মল্লযুঁজাৰু বিনেশ ফ’গাট হ’ল পেৰিছ অলিম্পিকৰ স্বৰ্ণজয়ৰ দৌৰৰ পৰা। আজি নিশা অনুষ্ঠিত হ’বলগীয়া…
দিল্লীৰ মল্লযুঁজাৰুৰ প্ৰতিবাদৰ পৰা অলিম্পিকৰ ফাইনেললৈ… এগৰাকী প্ৰকৃত যোদ্ধাৰ ৰূপত বিনেশ ফ’গাট
ডিজিটেল ডেস্কঃ বিশ্বৰ অপ্ৰতিৰোধ্য মল্লয়ুঁজাৰুগৰাকীক পৰাজিত কৰি পেৰিছ অলিম্পিকৰ ফাইনেলত প্ৰৱেশ কৰা ভাৰতীয় মহিলা মল্লযুঁজাৰু বিনেশ ফ’গাটক লৈ আজি গৌৰৱাম্বিত হৈ পৰিছে সমগ্ৰ দেশবাসী। ইতিমধ্যে অলিম্পিকত পদক নিশ্চিত কৰিবলৈ সক্ষম…
শ্ৰীলংকাৰ বিৰুদ্ধে দ্বিতীয় এদিনীয়াতো পৰাস্ত ভাৰত, অথলে গ’ল ৰোহিতৰ অৰ্ধশতক
ডিজিটেল ডেস্কঃ যি-২০ বিশ্বকাপত অপ্ৰতিৰোধ্য ভাৰতীয় বাহিনীৰ এতিয়া চলিছে দুৰ্দিন। শ্ৰীলংকাৰ বিৰুদ্ধে অনুষ্ঠিত এদিনীয়া শৃংখলাত ইখনৰ পিছত সিখনকৈ খেলত পৰাজয় বৰণ কৰিবলগীয়া হোৱা ভাৰতীয় দলটোৰ প্ৰদৰ্শনে আশাহত কৰিছে ভাৰতীয় ক্ৰিকেট…
অলিম্পিকত থমকিল লাভলীনাৰ যাত্ৰা, পদক জয়ৰ পৰা বঞ্চিত অসম কন্যা
ডিজিটেল ডেস্কঃ পেৰিছ অলিম্পিকত যাত্ৰা থমকি ৰ’ল অসম কন্যা লাভলীনা বৰগোঁহাইৰ। ২০২৪ চনৰ পেৰিছ অলিম্পিকত দেওবাৰে মহিলাৰ ৭৫ কেজি শাখাৰ কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত হোৱাৰ পিছতে স্তব্ধ হৈ পৰে অলিম্পিকত অসমৰ…