কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

ডিজিটেল ডেস্কঃ   কোন হ’ব শাসকীয় বিজেপিৰ পৰৱৰ্তী ৰাষ্ট্ৰীয় অধ্যক্ষ? ইতিমধ্যে কাৰ্যকাল শেষ হৈছে জে পি নড্ডাৰ। নাড্ডাক ইতিমধ্যে নৰেন্দ্ৰ মোডীয়ে তেওঁৰ তৃতীয় কাৰ্যকালৰ মন্ত্ৰীসভাত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হিচাপে দায়িত্ব দিছে।…

মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

ডিজিটেল ডেস্কঃ  অশান্ত মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে মঙলবাৰে ৰাজধানী নতুন দিল্লীত গৃহ মন্ত্ৰালয়ৰ তত্বাবধানত মণিপুৰৰ মেইটেই, কুকি আৰু নগা সম্প্ৰদায়ৰ বিধায়কসকল একলগ হৈ এক বৈঠকত মিলিত হয়। ৰাজ্যখনৰ ভূমি আৰু…

দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

ডিজিটেল ডেস্ক : পোহৰৰ উৎসৱ দীপাৱলী সমাগত। এনে সময়তে দিল্লী প্ৰদূষণ নিয়ন্ত্ৰণ কমিটীয়ে ৰাজধানীখনত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰিছে। দিল্লী চৰকাৰে জাৰি কৰা এই নিৰ্দেশনা ২০২৫ বৰ্ষৰ ১জানুৱাৰীলৈকে কাৰ্যকৰী হ’ব। এই…

চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

অভিনেতা ৰশ্মিকা মান্দান্নাক চাইবাৰ সুৰক্ষাৰ প্ৰচাৰৰ বাবে ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ নিযুক্তি দিয়া হৈছে৷ যোৱা বছৰ অনলাইনত প্ৰচাৰিত এটা ভুৱা এআই ভিডিঅ’ৰ দ্বাৰা ৰশ্মিকা মান্দান্নাক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছিল৷ এনে…

দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

কাইলৈৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে মেঘালয় ভ্ৰমণ কৰিব উপ-ৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ উপাধ্যক্ষ জগদীপ ধনখৰ৷ কালি আবেলি শ্বিলং হেলিপেডত উপস্থিত হৈ জগদীপ ধনখৰে মাওডিয়াঙলৈ যাব৷ মাওডিয়াঙত ধনখৰে ৰাজ্যিক সন্মিলন কেন্দ্ৰত দক্ষতা আৰু…

দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক

ডিজিটেল ডেস্কঃ মণিপুৰৰ বাবে শান্তি সূত্ৰ উদ্ভাৱনৰ বিষয়ে আলোচনা কৰাৰ লগতে বিবাদৰ সমাধানসূত্ৰ বিচাৰি উলিয়াবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে মেইটেই, কুকি আৰু নগা বিধায়কসকলক আমন্ত্ৰণ জনাইছে। মঙলবাৰে অনুষ্ঠিত হ’বলগীয়া বৈঠকখন অতি…

অৰুণাচলত অসমৰ ১৯ শ্ৰমিকক বন্দী কৰাৰ অভিযোগ

নগাঁও আৰু মৰিগাঁও জিলাৰ ১৯ শ্ৰমিকক চুবুৰীয়া ৰাজ্য অৰুণাচলত বন্দী কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কেইবাটাও পৰিয়ালে৷ কচুৱা আৰু মৰিগাঁৱৰ ১৯ শ্ৰমিকক বন্দী কৰাৰ গুৰুতৰ অভিযোগ আনিছে শ্ৰমিকসকলৰ পৰিয়ালে৷ পৰিয়াল…

ড্ৰাগছ সৰবৰাহৰ মুখ্যদ্বাৰ গুজৰাট, ৫ হাজাৰ কোটি টকাৰ কোকেইন জব্দ

এইবাৰ পূৰ্বৰ অভিলেখ ভংগ কৰি ৫ হাজাৰ কোটি টকাৰ ৫১৮ কিলোগ্ৰাম কোকেইন জব্দ হৈছে গুজৰাটত৷ দিল্লী আৰক্ষী আৰু গুজৰাট আৰক্ষীৰ যুটীয়া অভিযানত অংকলেশ্বৰত কোকেইন জব্দ হয়৷ অংকলেশ্বৰত অৱকাৰ ড্ৰাগছ লিমিটেড…

নতুন দিল্লীত পাট কাপোৰৰ বস্ত্ৰ সম্ভাৰেৰে উজলিল সংযুক্তা দত্ত…

ডিজিটেল ডেস্কঃ লেকমে’ ফেশ্বন উইক ২০২৪ত উজলিল অসমীয়াৰ পাট-কাপোৰ। অসমৰ শিপিনীৰ হাতৰ পাট কাপোৰে অসমৰ সুদক্ষ ফেশ্বন ডিজাইনাৰৰ হাতত প্ৰাণ পাই উঠিল লেকমে’ ফেশ্বন উইকত ৷ ভাৰতৰ অন্যতম সমাদৃত ফেশ্বন শ্ব’…

উত্তৰ প্ৰদেশত দুৰ্গা পূজাৰ মূৰ্তি বিসৰ্জনত সংঘৰ্ষঃ নিহত ১

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ হাৰ্ডিৰ মাহছি মহাৰাজগঞ্জত দুৰ্গা পূজাৰ মূৰ্তি বিসৰ্জনৰ সময়ত দুটা সম্প্ৰদায়ৰ মাজত বিবাদৰ সূত্ৰপাত হয় । ডিজেক লৈ হোৱা বিবাদে ক্ৰমে সংঘৰ্ষৰ ৰূপ লয় আৰু ক্ৰমে এটা…